• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > কাশী-তামিল সংগমঃ কাশীত উপস্থিত হয় এদল তামিল ছাত্ৰ-ছাত্ৰী, হৰ হৰ মহাদেৱ আৰু পুস্প বৰ্ষাৰে আদৰণি
National

কাশী-তামিল সংগমঃ কাশীত উপস্থিত হয় এদল তামিল ছাত্ৰ-ছাত্ৰী, হৰ হৰ মহাদেৱ আৰু পুস্প বৰ্ষাৰে আদৰণি

CliQ INDIA
Last updated: December 3, 2025 6:15 am
CliQ INDIA
Share
2 Min Read
SHARE

—উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও কৰিব অংশগ্ৰহণ

বাৰাণসী, ০২ ডিচেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ পবিত্ৰ চহৰ বাৰাণসীৰ নমো ঘাটত মঙলবাৰে সন্ধিয়া আৰম্ভ হ’ব কাশী-তামিল সংগমৰ চতুৰ্থ সংস্কৰণ। অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে তামিলনাডুৰ পৰা প্ৰথমটো বেটচ কাশীত উপস্থিত হৈছে। বাৰাণসী ৰেলৱে ষ্টেচনত বিশেষ ৰে’লৰ পৰা নামি অহাৰ লগে লগে তামিল দলটোক বিজেপিৰ নেতা আৰু স্থানীয় ছাত্ৰ-ছাত্ৰীয়ে ঢোলৰ চেও, হৰ হৰ মহাদেৱৰ ধ্বনি আৰু পুস্প বৰ্ষাৰে আদৰণি জনায়।

কাশী-তামিল সংগমৰ চতুৰ্থ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত, তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবি, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান,কে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকিব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ২১৬ গৰাকী তামিল ছাত্ৰ-ছাত্ৰী বিশেষ ৰে’লযোগে বাৰাণসীত উপস্থিত হয়। ষ্টেচনত স্থানীয় বিজেপিৰ জিলা সভাপতি তথা এম এল চি হন্সৰাজ বিশ্বকৰ্মাৰ লগতে অনুষ্ঠানৰ আয়োজনৰ লগত জড়িত সংগঠনসমূহৰ প্ৰতিনিধিয়ে আদৰণি জনায়। কাশীৰ পৰম্পৰাগত আতিথ্য আৰু ভৱ্য আদৰণিৰ বাবে তামিল ছাত্ৰ-ছাত্ৰীসকল অত্যন্ত উৎসাহিত আৰু আপ্লুত হৈ পৰিছিল।

মন কৰিবলগীয়া যে এইবাৰ উত্তৰ আৰু দক্ষিণ ভাৰতক সাংস্কৃতিকভাৱে সংযোগ কৰা এই কাৰ্যসূচীৰ বিষয়বস্তু হৈছে তামিল কাৰ্কালম অৰ্থাৎ তামিল শিকিব। এই অনুষ্ঠানৰ বাবে তামিলনাডুৰ পৰা ১৪০০ৰো অধিক প্ৰতিনিধি কাশীত উপস্থিত হৈছে। কাশী আৰু তামিলনাডুৰ পৰম্পৰাগত শিল্পীসকলে ভাৰতীয় সংস্কৃতিৰ এক বিস্ময়কৰ সংযোজন উপস্থাপন কৰি যৌথভাৱে প্ৰদৰ্শন কৰিব।

প্ৰতিনিধিৰ কাশী ভ্ৰমণ ভ্ৰমণসূচী

তামিল সংগমম ৪.০ৰ প্ৰথম গোটৰ প্ৰতিনিধি প্ৰথমে হনুমান ঘাটত উপস্থিত হ’ব, য’ত তেওঁলোকে গংগাত গা ধুব, দক্ষিণ ভাৰতীয় পৰম্পৰাৰ সৈতে জড়িত মন্দিৰ পৰিদৰ্শন কৰিব, আৰু ঐতিহাসিক তথ্য লাভ কৰিব। ইয়াৰ পিছত প্ৰতিনিধিসকলে কাশী বিশ্বনাথ ধামত বাবা বিশ্বনাথক পৰিদৰ্শন কৰাৰ লগতে মা অন্নপূৰ্ণা ৰসোইত প্ৰসাদ ভাগ ল’ব। ইয়াৰ পিছত সকলো প্ৰতিনিধিকে বি এইচ ইউলৈ লৈ যোৱা হ’ব, য’ত তেওঁলোকে শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিএম কুসুম যোজনাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহত চাদৰ অৰ্পন
লোকসভাত আজি দাখিল কৰা হ’ব এক দেশ-এক নিৰ্বাচনী বিধেয়ক | BulletsIn
April 5 Nationwide Strike 2026 Sparks Economic Disruption Fears as Participation Calls Grow Across the United States
বাজেটত মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে একো নাই: কংগ্ৰেছ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মৃত্যুৰ উৰাবাতৰিৰ মাজতে ইমৰাণ খানক ভগ্নীৰ সাক্ষাৎ, কয় -শাৰীৰিকভাৱে সুস্থ যদিও মানসিক চাপযুক্ত
Next Article গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত নিহত আৰক্ষী জোৱান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?