• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ওডিছাৰ ২৬ নং ৰাজ্যপালৰূপে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ শপত গ্ৰহণ
National

ওডিছাৰ ২৬ নং ৰাজ্যপালৰূপে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ শপত গ্ৰহণ

CliQ INDIA
Last updated: November 1, 2023 1:30 am
CliQ INDIA
Share
1 Min Read
SHARE

ভুৱনেশ্বৰ, ৩১ অক্টোবৰ (হি.স.): ওডিছা নতুন তথা ২৬ সংখ্যক ৰাজ্যপাল হিচাপে আজি মঙলবাৰে শপত গ্ৰহণ কৰে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে। ৰাজভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত ওডিছা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে ৰঘুবৰ দাসক শপত গ্ৰহণ কৰোৱায়।

শপত গ্ৰহণ অনুষ্ঠানত ৰঘুবৰ দাসৰ পৰিয়ালৰ সদস্যকে ধৰি ৮০ গৰাকী অতিথি উপস্থিত থাকে। ৰাজ্যপাল হিচাপে শপত গ্ৰহণৰ প্ৰাকক্ষণত ৰঘুবৰ দাস ভুৱনেশ্বৰত ভগৱান লিংগৰাজৰ আশীৰ্বাদ বিচাৰি পুৱাই লিংগৰাজ মন্দিৰলৈ গৈছিল। তেওঁ ওড়িশা আৰু ভাৰতক উন্নয়ন আৰু সফলতাৰ শিখৰত উপনীত হ’বলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।

মন কৰিবলগীয়া যে ১৮ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰঘুবৰ দাসক ওডিছাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। তেওঁ অধ্যাপক গণেশী লালৰ স্থানত স্থলাভিষিক্ত হৈছে।

হিন্দুস্থান সমাচাৰ/ৰাকেশ/মনোজ

You Might Also Like

ইতিহাসৰ পৃষ্ঠাত ০৮ ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসত শিক্ষা আৰু সাক্ষৰতাৰ গুৰুত্বৰ ওপৰত আলোকপাত
টিএমসি আৰু বিজেপিৰ মাজত পশ্চিমবঙ্গৰ প্রথম পৰ্যায়ৰ নিৰ্বাচনত সংঘাত; তামিলনাডুত তিনটি দলৰ মাজত লড়াই
পৰ্ণগ্ৰাফিক বিষয়বস্তু সম্প্ৰচাৰ কৰাত ২৫টা অ’টিটি প্লেটফৰ্মত নিষেধাজ্ঞা
প্ৰধানমন্ত্ৰী মোদীৰ নেদাৰলেণ্ড ভ্ৰমণে পাঁচখন দেশৰ মাজত গুৰুত্বপূৰ্ণ কূটনৈতিক ভ্ৰমণৰ সময়ত বিশ্বজুৰি চৰ্চা সৃষ্টি কৰিছে
ৰাহুল গান্ধীৰ বিহাৰ ভ্ৰমণ, বেগুছৰাইত সংস্থাপন দিয়ক, প্ৰব্ৰজন বন্ধ কৰক যাত্ৰাত কৰিব অংশগ্ৰহণ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শদিয়া মহকুমাত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শোভাযাত্ৰা
Next Article হাটশিঙিমাৰীস্থিত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত উপস্থিত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়া
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?