• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ২৮ ছেপ্টেম্বৰ : ভগত সিং জয়ন্তী – সাহস আৰু ত্যাগৰ এক অমৰ কাহিনী
National

ইতিহাসৰ পৃষ্ঠাত ২৮ ছেপ্টেম্বৰ : ভগত সিং জয়ন্তী – সাহস আৰু ত্যাগৰ এক অমৰ কাহিনী

CliQ INDIA
Last updated: September 28, 2025 3:55 am
CliQ INDIA
Share
4 Min Read
SHARE

আজি ভগত সিং জয়ন্তী হিচাপে উদযাপন কৰা হয়। ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত পঞ্জাৱৰ বংগা গাঁৱত (বৰ্তমান পাকিস্তানত) জন্মগ্ৰহণ কৰা অমৰ শ্বহীদ ভগত সিঙে কম বয়সতে ৰাষ্ট্ৰৰ স্বাধীনতাৰ বাবে অতুলনীয় সাহস প্ৰদৰ্শন কৰিছিল।

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এই মহান বিপ্লৱীগৰাকীয়ে কেৱল তেওঁৰ সময়তে নহয়, আগন্তুক প্ৰজন্মতো দেশপ্ৰেম আৰু ন্যায়ৰ মনোভাৱ জাগ্ৰত কৰিছিল। তেওঁৰ জীৱন সদায় যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলন আৰু সশস্ত্ৰ সংগ্ৰামত সক্ৰিয় ভূমিকা পালন কৰি ২৩ বছৰ বয়সত আদৰ্শৰ বাবে প্ৰাণ আহুতি দিছিল।

নিজৰ চিন্তা আৰু লেখাৰ জৰিয়তে ভগত সিঙে স্বাধীনতাৰ শিখাৰে দেশবাসীক অনুপ্ৰাণিত কৰিছিল। তেওঁৰ ইনকিলাব জিন্দাবাদ শ্লোগানে স্বাধীনতা আৰু ন্যায়ৰ প্ৰতীক হিচাপে সমগ্ৰ দেশতে আজিও প্ৰতিধ্বনিত হৈ আছে।

গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহ:

১৮৩৭ – আজিৰ দিনটোতে মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহে দিল্লীত ক্ষমতা দখল কৰে।

১৮৮৭ – চীনৰ হুয়াং-হো নদীৰ বানত প্ৰায় ১৫ লাখ লোকৰ মৃত্যু হয়।

১৯২৩ – ইথিওপিয়াই লীগ অৱ নেচনৰ পৰা আঁতৰি যায়।

১৯২৮ – আমেৰিকাই জাতীয়তাবাদী চিয়াং কাই-শ্বেকৰ চীন চৰকাৰক স্বীকৃতি দিয়ে।

১৯৫০ – ইণ্ডোনেছিয়া ৰাষ্ট্ৰসংঘৰ ৬০ সংখ্যক সদস্য হিচাপে পৰিগণিত হয়।

১৯৫৮ – ফ্ৰান্সৰ সংবিধান কাৰ্যকৰী হয়।

১৯৯৪ – তুৰ্কী সাগৰত ইটোমি জাহাজ ডুব যোৱাৰ ফলত ৮০০ লোকৰ মৃত্যু হয়।

১৯৯৭ – আমেৰিকাৰ মহাকাশ শাটল আটলাণ্টিক জাহাজখনে ৰাছিয়াৰ মহাকাশ কেন্দ্ৰ মিৰত ডক কৰে।

২০০০ – ছিডনী অলিম্পিকত ২০০ মিটাৰ ডেছত মৰিয়ানা জ’নছ আৰু কেণ্টেৰিছে সোণৰ পদক লাভ কৰে।

২০০১ – আমেৰিকা আৰু ব্ৰিটিছ বাহিনী আৰু মিত্ৰশক্তিয়ে অপাৰেচন এণ্ডুৰিং ফ্ৰিডম আৰম্ভ কৰে।

২০০৪ – বিশ্ব বেংকে ভাৰতক বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে ঘোষণা কৰে।

২০০৬ – শ্বিনজো আবে জাপানৰ নৱনিৰ্বাচিত ৯০ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

২০০৬ – বিশ্ব বাণিজ্য সংস্থাৰ প্ৰাক্তন মুৰব্বী ছুপাচাই পানীচপাকডীক থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।

২০০৬ – ফ্ৰান্সৰ এটা চিকিৎসা দলে শূন্যৰ ওচৰৰ মাধ্যাকৰ্ষণ শক্তিৰ এজন ব্যক্তিৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰে।

২০০৭ – মেক্সিকোৰ উপকূলীয় অঞ্চলত লৰেঞ্জো হাৰিকেনে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে।

২০০৭ – নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনে (নাছা) বিশেষ মহাকাশযান ডন উৎক্ষেপণ কৰে।

২০০৭ – ৰাছিয়াই নিৰাপত্তা পৰিষদৰ জৰিয়তে ইৰাণৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ চেষ্টাৰ বিৰোধিতা কৰে।

২০০৯ – তাৰকা খেলুৱৈ ছানিয়া মিৰ্জা প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছত পেন পেচিফিক অ’পেনৰ পৰা বাহিৰ হয়।

জন্ম:

খ্ৰীষ্টপূৰ্ব ৫৫১ – চীনা দাৰ্শনিক কনফুচিয়াছৰ জন্ম হয়।

১৭৪৬ – উইলিয়াম জোনছ – ইংৰাজ প্ৰাচ্যবিদ আৰু আইনবিদ, প্ৰাচীন ভাৰতৰ সাংস্কৃতিক গৱেষণাৰ পথ প্ৰদৰ্শক।

১৮৩৬ – শিৰদী সাই বাবা – আধ্যাত্মিক গুৰু।

১৮৮৫ – শ্ৰী নাৰায়ণ চতুৰ্বেদী – হিন্দী সাহিত্যিক আৰু সৰস্বতী আলোচনীৰ সম্পাদক।

১৮৯৬ – আজিৰ দিনটোতে ৰামহৰষ সিং সেহগাল – তেওঁৰ সময়ৰ সুপৰিচিত সাংবাদিক আৰু বিপ্লৱী আবেগেৰে ভৰা ব্যক্তি।

১৯০৭ – ভগত সিং – মহান স্বাধীনতা সংগ্ৰামী।

১৯০৯ – পি জয়ৰাজ – অভিনেতা।

১৯২১ – কল্যাণ মাল লোধা – প্ৰখ্যাত শিক্ষাবিদ, হিন্দী সাহিত্যিক, সাহিত্য সমালোচক, আৰু সমাজ সংস্কাৰক।

১৯২৯ – আজিৰ দিনটোতে লতা মংগেশকাৰ – প্ৰখ্যাত ভাৰতীয় প্লেবেক গায়িকা।

১৯৩০ – ক্ৰান্তি ত্ৰিবেদী – ২০ শতিকাৰ অন্যতম সন্মানীয় হিন্দী সাহিত্যিক।

১৯৪৯ – ৰাজেন্দ্ৰ মাল লোধা – ভাৰতৰ ৪১ সংখ্যক মুখ্য ন্যায়াধীশ।

১৯৮২ – অভিনৱ বিন্দ্ৰ – বিখ্যাত ভাৰতীয় শ্বুটাৰ।

১৯৮২ – ৰণবীৰ কাপুৰ – বলীউডৰ অভিনেতা।

মৃত্যু:

১৮৩৭ – দ্বিতীয় আকবৰ – মোগল বংশৰ ১৮ নং সম্ৰাট।

১৮৯৫ – লুই পেষ্টুৰ – বিখ্যাত ফৰাচী জীৱবিজ্ঞানী।

১৯৫৩ – এডউইন হাবল – বিখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।

১৯৮৩ – চি এইচ মহম্মদ ক’য়া – ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ ৰাজনীতিবিদ আৰু কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

২০০৮ – শিৱপ্ৰসাদ সিং – বিখ্যাত হিন্দী সাহিত্যিক।

২০১২ – ব্রিজেশ মিশ্ৰ – ভাৰতৰ প্রথম ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা৷

২০১৫ – বীৰেন্দ্ৰ ডাংৱাল – বিখ্যাত হিন্দী কবি।

২০২২ – জয়ন্তী পাটনায়ক – ভাৰতীয় সাংসদ তথা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মিছন গগন যান: ২১ অক্টোবৰত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন
ভাৰতীয় নৌসেনাই শীঘ্ৰে লাভ কৰিব দুখন নতুন যুদ্ধ জাহাজ, জি আৰ এছ ইয়ে সম্পূৰ্ণ কৰিলে সাগৰীয় পৰীক্ষা | BulletsIn
ইতিহাসৰ পৃষ্ঠাত ২০ জুলাই: ৫৬ বছৰ আগতে ‘জোনবাই’ৰ দেশত পদাৰ্পন কৰিছিল নীল আৰ্মষ্ট্ৰং
ইতিহাসৰ পৃষ্ঠাত ২৪ নৱেম্বৰঃ অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী
১ এপ্ৰিলৰ পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ; চৰকাৰৰ স্পষ্টীকৰণ: নথি-পত্ৰৰ প্ৰয়োজন নাই

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সফলতাৰে ফেংয়ুন ৩-০৮ উপগ্ৰহ উৎক্ষেপণ চীনৰ
Next Article চিআইডি কাৰ্যালয়ত জেৰাৰ সন্মুখীন শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?