• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ০৫ আগষ্টঃ ৩৭০ নং অনুচ্ছেদ আঁতৰিল আৰু ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন
National

ইতিহাসৰ পৃষ্ঠাত ০৫ আগষ্টঃ ৩৭০ নং অনুচ্ছেদ আঁতৰিল আৰু ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন

CliQ INDIA
Last updated: August 4, 2025 11:15 am
CliQ INDIA
Share
5 Min Read
SHARE

ভাৰতৰ প্ৰেক্ষাপটত ০৫ আগষ্ট সঁচা অৰ্থত এক ঐতিহাসিক, বিস্ময়কৰ আৰু অবিস্মৰণীয় তাৰিখত পৰিণত হৈছে। ২০১৯ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া ৩৭০ আৰু ৩৫এ অনুচ্ছেদ আঁতৰাই পেলায়। ইয়াৰ অধীনত জম্মু-কাশ্মীৰ এতিয়া ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে সম্পূৰ্ণৰূপে সংবিধানৰ অধীনলৈ আহিল। ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা হৈছিল। দেশৰ সকলো আইন আৰু আঁচনি এতিয়া জম্মু-কাশ্মীৰত সমানে প্ৰযোজ্য। এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা, উন্নয়ন আৰু এক ভাৰতৰ মনোভাৱেৰে গ্ৰহণ কৰিছিল, যাৰ ব্যাপক ৰাজনৈতিক আৰু সামাজিক প্ৰভাৱ বিবেচিত হৈছে।

একে সময়তে ২০২০ চনত ০৫ আগষ্টৰ দিনটোৱে হিন্দু সমাজৰ ৪৯১ বছৰীয়া অপেক্ষাৰ অন্ত পেলোৱাৰ সুযোগ দিয়ে। আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যথাযথভাৱে অযোধ্যাত ভগৱান শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰে। এই ঐতিহাসিক মুহূৰ্তটোৱে যুগ যুগ ধৰি চলি থকা ৰাম জন্মভূমি আন্দোলনৰ প্ৰতীক হৈ পৰিল। ২০১৯ চনৰ ০৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক সিদ্ধান্তৰ পিছত এই কাম আৰম্ভ হৈছিল। এই ভূমি পূজন কাৰ্যসূচী সাংস্কৃতিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা সমগ্ৰ দেশৰ লগতে বিদেশত এক উৎসৱৰ দৰে হৈ পৰে।

এই দুয়োটা অনুষ্ঠানে ০৫ আগষ্টক ভাৰতৰ আধুনিক ইতিহাসত গৌৰৱ আৰু পৰিৱৰ্তনশীল দিন হিচাপে প্ৰতিষ্ঠা কৰে। এফালে জাতীয় সংহতিৰ দিশত এখোজ লোৱা হ’ল, আনফালে চিৰন্তন বিশ্বাস পুনৰ প্ৰতিষ্ঠা হ’ল।

অন্যান্য মুখ্য ঘটনাৱলী :

১৯১৪ – আমেৰিকাত প্ৰথম বৈদ্যুতিক ট্ৰেফিক লাইট স্থাপন কৰা হয়।

১৯২১ – আমেৰিকা আৰু জাৰ্মানীয়ে বাৰ্লিন শান্তি চুক্তি স্বাক্ষৰ কৰে।

১৯৪৫ – আমেৰিকাই জাপানৰ হিৰোছিমাত পাৰমাণৱিক বোমা নিক্ষেপ কৰে।

১৯৬০ – আফ্ৰিকান দেশ বুৰ্কিনা ফাচোৱে স্বাধীনতা ঘোষণা কৰে।

১৯৬৩ চনত ৰাছিয়া, ব্ৰিটেইন আৰু আমেৰিকাই মস্কোত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰ কৰে।

১৯৯১ – ন্যায়াধীশ লীলা ছেঠ ভাৰতীয় উচ্চ ন্যায়ালয়ৰ দিল্লীৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হয়।

২০০২ – গনজালো লোজাডা বলিভিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

২০০৮ – ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা ১৭৬ মাইল উত্তৰ-পূবত অৱস্থিত ভাৰত মহাসাগৰত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়।

২০১১ – নাছাৰ বিজ্ঞানীসকলে বিজ্ঞান (Science) আলোচনীত মংগল গ্ৰহত পানী আছে বুলি দাবী কৰিছিল ।

২০১৩ – জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ডক ৩-২ (১-১) গ’লত পৰাস্ত কৰি ভাৰতৰ জুনিয়ৰ মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে।

২০১৬ – ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ মাৰাকানা ষ্টেডিয়ামত ৩১ সংখ্যক গ্ৰীষ্মকালীন অলিম্পিক আৰম্ভ হয়।

২০১৯ – ভাৰত চৰকাৰে ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰক দিয়া বিশেষ স্বায়ত্তশাসন বাতিল কৰে।

২০২০ – অযোধ্যাত ভগৱান শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰা হয়।

জন্ম:

১৮৫২ – আচাৰ্য প্যাৰে মোহন – ওড়িশাৰ বিশিষ্ট জাতীয়তাবাদী।

১৮৯০ – নীল আৰ্মষ্ট্ৰং – চন্দ্ৰত ভৰি দিয়া বিশ্বৰ প্ৰথম মহাকাশচাৰী।

১৯০১ – দ্বাৰকা প্ৰসাদ মিশ্ৰ – বিখ্যাত ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী।

১৯১৫ – শিৱমংগল সিং সুমন – বিখ্যাত প্ৰগতিশীল কবি।

১৯২৯ – আজিৰ দিনটোতে অৰবিন্দ যোশী – এজন সুপৰিচিত ভাৰতীয় অভিনেতা।

১৯২৯ – গিৰিজা দেৱী – বেনাৰস ঘৰাণৰ এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় গায়িকা।

১৯৩৬ – সুৰেশ মেহতা – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯৪৪ – উত্তৰ বাওকাৰ – ভাৰতীয় থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী।

১৯৪৭ – বীৰেণ ডাংৱাল – বিখ্যাত হিন্দী কবি।

১৯৬৯ – ভেংকটেশ প্ৰসাদ – প্ৰাক্তন ভাৰতীয় বেগী বলাৰ।

১৯৭৪ – কাজোল – বলীউডৰ বিখ্যাত অভিনেত্ৰী।

১৯৮০ – বটছাল ছেঠ – ভাৰতীয় অভিনেতা।

১৯৮৭ – জেনেলিয়া ডিছৌজা – ভাৰতীয় অভিনেত্ৰী।

২০০১ – অংশু মালিক – ভাৰতীয় মহিলা মল্লযুঁজাৰু।

মৃত্যু :

১৯৩১ – গীতা দে – ভাৰতীয় অভিনেত্ৰী।

১৯৫০ – গোপীনাথ বৰদলৈ – ভাৰতৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী আৰু অসমৰ প্ৰথম মুখ্যমন্ত্ৰী।

১৯৬২ – মেৰিলিন মনৰো – আমেৰিকান অভিনেত্ৰী আৰু মডেল।

১৯৯৮ – কেশব চন্দ্ৰ গগৈ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ, যি অসমৰ মুখ্যমন্ত্ৰী আছিল।

১৯৯৮ – টডৰ জিকভ – বুলগেৰিয়াৰ ৩৬ সংখ্যক প্ৰধানমন্ত্ৰী।

২০০০ – লালা অমৰনাথ – মহান ভাৰতীয় ক্ৰিকেটাৰ।

২০১৪ – প্ৰাণ কুমাৰ শৰ্মা – বিখ্যাত কাৰ্টুন শিল্পী, যিয়ে কাৰ্টুন চৰিত্ৰ ‘চাচা চৌধুৰী’ সৃষ্টি কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ইন্দোৰত সৰসংঘচালক ভাগৱতে উদ্বোধন কৰিলে কেন্সাৰ কেয়াৰ চেণ্টাৰ
বিহাৰত ভোটাৰ তালিকাত দুগৰাকী পাকিস্তানী মহিলাৰ নাম, গৃহ মন্ত্ৰালয়ৰ নাম আঁতৰোৱাৰ নিৰ্দেশ
বিজেপিৰ সাংসদ খগেন মুৰ্মু আৰু বিধায়ক শংকৰ ঘোষক আক্ৰমণ কৰা দুজনক গ্ৰেপ্তাৰ
বিবেকানন্দ শিলা স্মাৰকত মোডীৰ ধ্যান অব্যাহত, আজি সন্ধিয়া ৪৫ ঘণ্টা সম্পূৰ্ণ হোৱাৰ পিছত সামৰণি পৰিব ধ্যান
শ্ৰীনগৰ এনকাউণ্টাৰত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড নিহত হোৱাৰ নিয়াৰ তদন্ত আৰম্ভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গৌৰীপুৰত গাঞ্জাসহ আটক এজন যুৱক
Next Article শ্ৰীভূমিত আটক তিনি বাংলাদেশী অনুপ্ৰৱেশকাৰী, স্বদেশলৈ প্ৰত্যাৱৰ্তন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?