• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > (ৰাউণ্ডআপ) দেশৰ প্ৰতিটো খণ্ডই সংস্কাৰ এক্সপ্ৰেছত উঠিছে, ক্ৰীড়া খণ্ডতো বৃহৎ সংস্কাৰ : নৰেন্দ্ৰ মোডী
National

(ৰাউণ্ডআপ) দেশৰ প্ৰতিটো খণ্ডই সংস্কাৰ এক্সপ্ৰেছত উঠিছে, ক্ৰীড়া খণ্ডতো বৃহৎ সংস্কাৰ : নৰেন্দ্ৰ মোডী

CliQ INDIA
Last updated: January 5, 2026 9:06 am
CliQ INDIA
Share
5 Min Read
SHARE
प्रधानमंत्री लोगों को संबोधित कर रहे

–প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ভাৰ্চুৱেলি উদ্বোধন কৰিলে ৭২ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপ

বাৰাণসী, ০৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০১৪ চনৰ পিছত ভাৰতৰ ক্ৰীড়া মডেল খেলুৱৈকেন্দ্ৰিক হৈ পৰিছে। প্ৰতিভাৰ বৈজ্ঞানিক চিনাক্তকৰণ, আধুনিক প্ৰশিক্ষণ, পুষ্টি আৰু স্বচ্ছ নিৰ্বাচন প্ৰক্ৰিয়াই খেলুৱৈসকলক আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিছে। আজি দেশৰ প্ৰতিটো খণ্ডই সংস্কাৰ এক্সপ্ৰেছত উঠিছে আৰু ক্ৰীড়া খণ্ডতো বৃহৎ সংস্কাৰ চলি আছে। ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন আইন আৰু খেলো ইণ্ডিয়া নীতি ২০২৫ৰ দৰে বিধানে সঠিক প্ৰতিভাক সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত অনুষ্ঠিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাখন ভাৰ্চুৱেলি উদ্বোধন কৰাৰ পিছতে সভাত সম্বোধন কৰে। দেওবাৰে স্থানীয় ড০ সম্পুৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰ্চুৱেলি ১০০০ৰো অধিক খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ পৰা বিভিন্ন ক্ৰীড়াত ভাৰতৰ প্ৰদৰ্শন ক্ৰমাগতভাৱে উন্নত হৈছে, আৰু জেন-জেড খেলুৱৈসকলে খেলপথাৰত ভাৰতৰ পতাকা উত্তোলন কৰা দেখি তেওঁ গৌৰৱ অনুভৱ কৰিছে।

খেলুৱৈ আৰু প্ৰশিক্ষকসকলক উৎসাহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এতিয়া কেৱল উন্নয়নৰ কেন্দ্ৰই নহয়, ক্ৰীড়াৰ বিশ্বব্যাপী কেন্দ্ৰ হৈ পৰিছে। তেওঁ কয় যে ভলীবল কোনো সাধাৰণ খেল নহয়। ই এক ভাৰসাম্য আৰু সহযোগিতাৰ খেল। ই দৃঢ়তাৰ শক্তিও প্ৰদৰ্শন কৰে। ভলীবলে আমাক দলীয় মনোভাৱৰ সৈতে সংযোগ কৰে। প্ৰতিজন খেলুৱৈৰ মন্ত্ৰ টিম ফাৰ্ষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভলীবলে আমাক শিকাইছে যে অকলে জয় সম্ভৱ নহয়, কিন্তু সমন্বয়, বিশ্বাস আৰু দলীয় মনোভাৱৰ দ্বাৰা সফলতা লাভ কৰা হয়। ভলীবলৰ মন্ত্ৰ হ’ল সকলো পৰিস্থিতিত বলটো ওপৰলৈ ৰখা। এই খেলবিধে শিকায় যে প্ৰতিজন খেলুৱৈৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু সফলতা লাভ কৰে তেতিয়াহে যেতিয়া সকলোৱে নিজৰ দায়িত্ব সততাৰে পালন কৰে।

তেওঁ কয় যে ভাৰতৰ উন্নয়ন যাত্ৰা এই মনোভাৱেৰে আগবাঢ়িছে—স্বচ্ছ ভাৰত অভিযানৰ পৰা ডিজিটেল পেমেণ্টলৈকে, মেক ইন ইণ্ডিয়াৰ পৰা উন্নত ভাৰতৰ লক্ষ্যলৈকে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশো এই মনোভাৱেৰে আগবাঢ়িছে। তেওঁ কয় যে কোনো খেলুৱৈৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হোৱাটো সহজ নহয়। বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু দৃঢ়তাৰ অন্তত খেলুৱৈসকলে এই মঞ্চত উপনীত হয়। এতিয়া কাশীৰ খেলপথাৰত তেওঁলোকৰ তপস্যাৰ পৰীক্ষা হ’ব। তেওঁ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২৮খনতকৈও অধিক ৰাজ্যৰ দলসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, যিয়ে এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ এক জীয়া ছবি দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এটা কথা আছে- ‘বেনাৰসক চিনিব বিচাৰিলে, তেন্তে বেনাৰসলৈ আহিব লাগিব…’ এতিয়া আপুনি সকলোৱে বেনাৰসলৈ আহিলে ইয়াৰ সংস্কৃতিও নিবিড়ভাৱে বুজিব।’ তেওঁ কয় যে বেনাৰছে সদায় ক্ৰীড়া জগতৰ বাবে উৎকৃষ্ট খেলুৱৈ উৎপাদন কৰি আহিছে। তেওঁ কয় যে হাজাৰ হাজাৰ বছৰ ধৰি ইয়ালৈ জ্ঞান আৰু কলাৰ সাধনা কৰিবলৈ অহা সকলোকে কাশীয়ে আদৰণি জনাই আহিছে। ক্ৰীড়াপ্ৰেমী চহৰ, য’ত মল্লযুঁজ, বক্সিং, নাও দৌৰ, কাবাডী আদি বহুতো খেল বিখ্যাত। তেওঁ উল্লেখ কৰে যে ভাৰতে খেলুৱৈসকলৰ বাবে অধিক সুযোগ প্ৰদানৰ বাবে ২০৩০ চনৰ কমনৱেলথ গেমছ আৰু ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে গুৰুত্বসহকাৰে চেষ্টা চলাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়াৰ আন্তঃগাঁথনিৰ পৰিৱৰ্তনৰ ফলত কাশীও লাভৱান হৈছে। আধুনিক ষ্টেডিয়াম আৰু ডাঙৰ ডাঙৰ অনুষ্ঠানে বাৰাণসীক ৰাষ্ট্ৰীয় ক্ৰীড়া মানচিত্ৰত এক নতুন পৰিচয় দিছে।

জি-২০ৰ বৈঠক, প্ৰবাসী ভাৰতীয় দিৱস আৰু এতিয়া ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপৰ লগে লগে কাশী ক্ৰমান্বয়ে ডাঙৰ ডাঙৰ ইভেণ্টৰ কেন্দ্ৰ হৈ পৰিছে। এই উপলক্ষে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ভাষণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে এই অনুষ্ঠান কাশী আৰু উত্তৰ প্ৰদেশৰ বাবে গৌৰৱৰ মুহূৰ্ত। বিগত সাড়ে এঘাৰ বছৰত দেশত অভূতপূৰ্ব পৰিৱর্তন দেখা গৈছে বুলি মুখ্যমন্ত্রী সোণোৱালে কয়৷ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে নিজৰ প্ৰাচীন ঐতিহ্যৰ সৈতে সংযুক্ত আধুনিক উন্নয়নৰ আৰ্হি দাঙি ধৰিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱ কৰে। কল্যাণমূলক আঁচনিৰ জৰিয়তে চৰকাৰী পদক্ষেপৰ সুবিধা লৈ সমাজৰ তলৰ স্তৰৰ লোকসকলো আত্মনিৰ্ভৰশীল হৈ পৰিছে। তেওঁ কয় যে ক্ৰীড়া কেৱল সময় অতিবাহিত কৰাৰ মাধ্যম নহয়, বৰঞ্চ সৰ্বাংগীন উন্নয়নৰ ভেটি। ভাৰতীয় প্ৰজ্ঞাই অতীজৰে পৰা শিকাই আহিছে যে সুস্থ শৰীৰে সুস্থ মন আৰু সফল জীৱন আশ্ৰয় দিয়ে। এই দৰ্শনক আগুৱাই লৈ গৈ ‘খেলো ইণ্ডিয়া’, ‘ফিট ইণ্ডিয়া মুভমেণ্ট’, সংসদৰ সদস্য ক্ৰীড়া প্ৰতিযোগিতা, আৰু ৰাজ্যখনৰ উন্নত আধুনিক ক্ৰীড়া আন্তঃগাঁথনিয়ে ক্ৰীড়া সংস্কৃতিক এক নতুন দিশ দিছে। আনুষ্ঠানিকভাৱে চেম্পিয়নশ্বিপ উদ্বোধন কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে খেলুৱৈসকলক আৰু উপস্থিত থকা বৃহৎ সংখ্যক খেলুৱৈ, জনপ্ৰতিনিধি, ক্ৰীড়াপ্ৰেমীক আদৰণি আৰু অভিনন্দন জনায়।

এই সময়ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ড° সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামৰ বিভিন্ন ক্ৰীড়া বিভাগ পৰিদৰ্শন কৰাৰ লগতে শ্বুটিং ৰেঞ্জত উপস্থিত খেলুৱৈসকলৰ সৈতেও মত বিনিময় কৰে। এই উপলক্ষে ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক, আয়ুচ আৰু খাদ্য সুৰক্ষাৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) ৰবীন্দ্ৰ জয়ছৱাল, ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) ড° দয়াশংকৰ মিশ্ৰ ‘দয়ালু’, জিলা পঞ্চায়ত সভাপতি পুনম মৌৰ্য, মেয়ৰ অশোক তিৱাৰী, বিধায়ক ড° নীলকান্ত তিৱাৰী, এম এল চি হন্সৰাজ বিশ্বকৰ্মা, এম এল চি ধৰ্মেন্দ্ৰ ৰায়, আয়ুক্ত এছ ৰাজলিংগম, অলিম্পিয়ান পদক বিজয়ী আই এ এছ বিষয়া সুহাস এল ৱাই, জিলা দণ্ডাধীশ সত্যেন্দ্ৰ কুমাৰ আদিও উপস্থিত থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কলিয়াৰ জলন্ধৰ বাসগৃহত গ্ৰেনেড আক্ৰমণ | BulletsIn
দেশৰ প্ৰথমগৰাকী মহিলা চোৰাংচোৱ নীৰা আৰ্য স্মৃতিসৌধ সাজু, ২৬ তাৰিখে উদ্বোধন
খৰ্গে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিক তীব্ৰ সমালোচনা কৰি কয় – তেওঁলোকে জীৰ্ণ হিন্দু-মুছলমান লিপিৰ আশ্ৰয় লৈছে।
ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক বসন্ত পঞ্চমীৰ শুভেচ্ছা
হিমাচল প্ৰদেশৰ কুল্লুত ভূমিকম্পৰ জোকাৰণি, তীব্ৰতা ৩.৪ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মহিলাৰ এইচ আই এল ২০২৫-২৬: দুৰ্বল আৰম্ভণিৰ পিছত মুখ্য প্ৰশিক্ষক জুড মেনেজেছক আঁতৰালে সুৰমা হকী ক্লাব
Next Article শংকৰ-মাধৱৰ স্থানত আজান ফকীৰক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰিব, গৌৰৱ গগৈক সকিয়নী ৰাজ্যিক বিজেপিৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?