• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদৰ পৰা পদত্যাগ
National

স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদৰ পৰা পদত্যাগ

CliQ INDIA
Last updated: July 22, 2025 12:05 pm
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ২১ জুলাই (হি.স.)। স্বাস্থ্যজনিত কাৰণত সোমবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা পদত্যাগ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁ কয় যে চিকিৎসাৰ পৰামৰ্শৰ ভিত্তিত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

পদত্যাগ পত্ৰত ধনখৰে ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁৰ কাৰ্যকালত তেওঁৰ সৈতে থকা সহযোগিতা আৰু আন্তৰিক সম্পৰ্কৰ শলাগ লয়। লগতে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই কাৰ্যকালত তেওঁ বহু কথা শিকিবলৈ পাইছিল। ধনখৰে কয় যে সাংসদসকলৰ পৰা লাভ কৰা মৰম, বিশ্বাস আৰু সন্মান তেওঁৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিব। তেওঁ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানক অমূল্য বুলি অভিহিত কৰে।

ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি আৰু ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হোৱাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলিও তেওঁ কয়। তেওঁ নিজৰ পত্ৰত ভাৰতৰ বিশ্বব্যাপী খ্যাতি আৰু সাফল্যৰ প্ৰতি গৌৰৱ প্ৰকাশ কৰাৰ লগতে দেশৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি অদম্য বিশ্বাস প্ৰকাশ কৰে।

উল্লেখযোগ্য যে জগদীপ ধনখৰে ২০২২ চনৰ ১১ আগষ্টত ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। সংবিধানৰ ৬৭(ক) অনুচ্ছেদ অনুসৰি পদত্যাগ কৰিছে। উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ পশ্চিম বংগৰ ৰাজ্যপাল আৰু ৰাজস্থানৰ সাংসদ হৈ আহিছে। উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁ ৰাজ্যসভাৰ অধ্যক্ষৰ ভূমিকাও পালন কৰি আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

সেনসেক্স ৫৮২ পয়েন্ট পতন, বিশ্বব্যাপী বাজার অস্থিরতার মধ্যে নিফটি ২৪০০০ এর নিচে নেমেছে
এই পৰ্যন্ত দেশত দুই লাখৰো অধিক উন্নত ভাৰত স্বাস্থ্য শিবিৰৰ আয়োজন
পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ এটা ঘৰত বিস্ফোৰণ, তিনিজন নিহত | BulletsIn
অমিত শাহ অবৈধ অনুপ্রবেশকারীদের লক্ষ্য করেছেন, বঙ্গের ভোটার তালিকায় ব্যবস্থা নেওয়ার অঙ্গীকার করেছেন
আজি সীতামঢ়িৰ পুনৌৰা ধামত ভৱ্য জানকী মন্দিৰৰ আধাৰশিলা স্থাপন, অমিত শ্বাহে ক’লে- মোৰ সৌভাগ্য

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইউৰোপীয় ইউনিয়নৰ প্ৰতিৰক্ষা মুৰব্বীৰ ৰাছিয়াৰ ওপৰত ট্ৰাম্পৰ কঠোৰ মন্তব্যক আদৰণি
Next Article গৰুখুটি কৃষি প্ৰকল্পৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?