• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > সৌৰ বতাহৰ কণা পৰীক্ষাৰ দ্বিতীয় যন্ত্ৰ আদিত্য-এল ১ মিছনৰ পেলোডৰ কাৰ্য আৰম্ভ
National

সৌৰ বতাহৰ কণা পৰীক্ষাৰ দ্বিতীয় যন্ত্ৰ আদিত্য-এল ১ মিছনৰ পেলোডৰ কাৰ্য আৰম্ভ

CliQ INDIA
Last updated: December 2, 2023 2:00 pm
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ০২ ডিছেম্বৰ (হি.স.)। সূৰ্য্যৰ ওপৰত অধ্যয়ন কৰা প্ৰথমটো মহাকাশভিত্তিক মানৱ নিৰীক্ষণ কেন্দ্ৰ আদিত্য-এল১ৰ সৌৰ বতাহৰ কণা পৰীক্ষা পেলোডৰ দ্বিতীয়টো যন্ত্ৰই কাম কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে শনিবাৰে পুৱা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই তথ্য শ্বেয়াৰ কৰে। ইয়াত কোৱা হৈছে যে সৌৰ বতাহৰ কণা পৰীক্ষা (এএছপিইএক্স) পেলোডত থকা দ্বিতীয়টো যন্ত্ৰ ছ’লাৰ উইণ্ড আয়ন স্পেকট্ৰ’মিটাৰ (এছডব্লিউআইএছ) এতিয়া কাৰ্যক্ষম হৈ উঠিছে।

হিষ্টোগ্ৰামত যোৱা দুদিনত এছডব্লিউআইএছ দ্বাৰা ধৰা পৰা প্ৰ’টন আৰু আলফা কণিকাৰ সংখ্যাৰ শক্তিৰ তাৰতম্য দেখুওৱা হৈছে। শেহতীয়াকৈ ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কৈছিল যে ভাৰতৰ প্ৰথম মহাকাশ অভিযানৰ অধীনত সূৰ্য্য অধ্যয়নৰ অধীনত উৎক্ষেপণ কৰা ‘আদিত্য এল ১’ মহাকাশযানখন চূড়ান্ত পৰ্যায়ৰ ওচৰ চাপিছে আৰু এল ১ পইণ্টত প্ৰৱেশৰ প্ৰক্ৰিয়া ৭ জানুৱাৰীত সম্পূৰ্ণ হ’ব। এই মহাকাশযানখনে ১২৫ দিনত পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পাছত লেগ্ৰেঞ্জিয়ান বিন্দু ‘এল১’ৰ চাৰিওফালে প্ৰভা কক্ষপথত স্থাপন কৰা হ’ব।

হিন্দুস্থান সমাচাৰ/বিজয়লক্ষ্মী/মনোজ/অৰবিন্দ

You Might Also Like

অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত পাঁচ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ, ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়
জেট ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশা এয়াৰৰ ১৫ মাৰ্চৰ পৰা ইন্ধন চাৰ্চাৰ্জ আৰোপ
দিল্লীক জাবৰৰ পৰা মুক্ত কৰিবলৈ স্বচ্ছতা অভিযান আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে
কুনো ৰাষ্ট্ৰীয় উদ্যানত দুটা চিতা পোৱালিৰ মৃত্যু | BulletsIn
(অপডেট) হিমাচলৰ মাণ্ডী আৰু কুল্লু, শিমলা-মণ্ডী পথত ক্ষন্তেকীয়া বানপানীৰ ফলত বিস্তৰ ক্ষতিসাধন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গাজাপট্টীপত টেংকৰ গৰ্জন, ইজৰাইল আৰু হামাছৰ মাজত ভয়ানক যুদ্ধ
Next Article বৰপথাৰৰ ছেৱাগুৰি মাজুলীচুকত চাঞ্চল্যকৰ হত্যাকাণ্ড
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?