• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > মধ্যপ্ৰদেশত ২১৫৮ একৰ মাটিত নিৰ্মাণ হ’ব দেশৰ প্ৰথম পি এম মিত্ৰ উদ্যান, কাইলৈ ​​আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
National

মধ্যপ্ৰদেশত ২১৫৮ একৰ মাটিত নিৰ্মাণ হ’ব দেশৰ প্ৰথম পি এম মিত্ৰ উদ্যান, কাইলৈ ​​আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

CliQ INDIA
Last updated: September 16, 2025 8:05 pm
CliQ INDIA
Share
3 Min Read
SHARE
युद्ध स्तर पर कार्यक्रम की तैयारियां जारी

ভূপাল, ১৬ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত জন্মদিন উপলক্ষে দেশৰ প্ৰথম পি এম মিত্ৰ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। মধ্যা প্ৰদেশৰ ধাৰ জিলাৰ ভাইনছোলা গাঁৱত ২১৫৮ একৰ ভূমিত স্থাপন হ’বলগীয়া দেশৰ প্ৰথম পি এম মিত্ৰ পাৰ্কত ১১৪ টা আগশাৰীৰ বস্ত্ৰ কোম্পানীৰ পৰা ২৩ হাজাৰ কোটিৰো অধিক বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হৈছে । এই প্ৰস্তাৱসমূহৰ ভিতৰত ৯১টা কোম্পানী আৰু ইকাইকেছৰ আবেদন অনুমোদন জনোৱা হৈছে আৰু ১২৯৪ একৰতকৈ অধিক মাটি আবণ্টন দিয়াৰ পৰামৰ্শ দিয়া হৈছে। আধাৰশিলা স্থাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বাবে জিলা আৰু আৰক্ষী প্ৰশাসনকে ধৰি ভূপালৰ উচ্চপদস্থ বিষয়াৰ তত্বাৱধানত যুদ্ধৰ ভিত্তিত কাম চলি আছে। মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে নিজেই এই কাৰ্যসূচী সন্দৰ্ভত সম্পূৰ্ণ তথ্য লৈছে।

স্বস্থ নাৰী, সশক্ত পৰিয়াল অভিযান

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব ‘স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল’ অভিযানৰ ‘সুমন সখী’ চেটবট। তেওঁ জনজাতীয় আত্মসহায়ক গোটৰ পৰা থলুৱা সামগ্ৰী ক্ৰয় আৰু ইউ পি আই, সেৱা পৰ্ব আৰু আদি কৰ্মযোগী অভিযানৰ জৰিয়তে পেমেণ্টৰ কাম আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এখন বাগিছা মাতৃৰে নামত অভিযানৰ অধীনত মহিলা হিতাধিকাৰীক উদ্ভিদ বিতৰণ, এক কোটি ছিকেল চেল কাৰ্ড বিতৰণকে ধৰি স্বদেশী পষেকৰ শুভাৰম্ভ কৰিব। লাডলী ভগ্নীসকল, আত্মসহায়ক গোটৰ স্বাস্থ্য আৰু আত্মনিৰ্ভৰশীল আঁচনিৰ হিতাধিকাৰী, বস্ত্ৰ আৰু বস্ত্ৰ খণ্ডৰ আগশাৰীৰ উদ্যোগী, যুৱ উদ্যোগী, মহিলা উদ্যোগী আৰু হিতাধিকাৰীসকল এই কাৰ্যসূচীত উপস্থিত থাকিব।

২৩০০ আৰক্ষী জোৱান নিয়োগ কৰা হ’ব

ধাৰৰ এ এছ পি বিজয় দাৱাৰে কয় যে পি এম মিত্ৰ পাৰ্কৰ প্ৰতিটো প্ৰান্তত সম্পূৰ্ণ আৰক্ষীৰ নিৰাপত্তাৰ ব্য়ৱস্থা কৰা হৈছে। ইয়াত ৭০ জন বিশেষ আৰক্ষী বিষয়াৰ ভিতৰত থাকিব ৪০ জন ডি এছ পি, ২০ জন এ এছ পি স্তৰ আৰু ২৩০০ আৰক্ষী বাহিনী।

এতিয়ালৈকে পি এম মিত্ৰ পাৰ্ক স্থাপনত ২৩ হাজাৰ কোটি টকা বিনিয়োগ

১২৯৪ একৰ মাটি আবণ্টন দিয়া পি এম মিত্ৰ পাৰ্কত ৯১ টা কোম্পানীয়ে ২৩ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। ইয়াত ২২০ কেভিএৰ এটা চাবষ্টেচন স্থাপন কৰা হৈছে, আনহাতে ২০ এমএলডিৰ কমন এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট, ১০ এমভিএৰ সৌৰশক্তি কেন্দ্ৰৰ লগতে ৯৫৭৫০ বৰ্গমিটাৰ এলেকাত বিস্তৃত ৮১টা প্লাগ এণ্ড প্লে ইউনিট, দুটা কেন্দ্ৰীভূত ভাপ বয়লাৰ আৰু পাইপলাইন নেটৱৰ্কৰ লগতে শ্ৰমিক আৰু মহিলা কৰ্মচাৰীৰ বাবে গৃহৰ ব্যৱস্থাও নিশ্চিত কৰা হ’ব।

অপেক্ষাৰত মন্ত্ৰী নিযুক্ত

অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ ইন্দোৰ আৰু ধাৰ জিলা ভ্ৰমণৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত আদৰণি, বিদায় আৰু অভ্যৰ্থনাৰ ব্যৱস্থাৰ বাবে চৰকাৰে “মন্ত্ৰী ইন ৱেটিং” (অপেক্ষাৰত মন্ত্ৰী)ক মনোনীত কৰিছে। একেদৰে ইন্দোৰত জলসম্পদ মন্ত্ৰী তুলসীৰাম চিলাৱাটক ৱেইটিং মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত সকলো প্ৰট’কল, আদৰণি আৰু ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে এই নিযুক্তিৰ ব্য়ৱস্থা ৰাজ্য চৰকাৰে কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বৰ্ষাকালীন অধিৱেশনত প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ দাবী বিৰোধীয়ে, উল্লেখ কৰা অগ্ৰাধিকাৰ
ভাৰতৰ দ্বিগুণ চেলেঞ্জ: মালনুট্ৰিশন আৰু ওবেচিটিৰ মোকাবিলা
ৰাজ্যসভাই নিৰ্বাচন আয়োগৰ মুখ্য निर्वाचन আয়ুক্তক আঁতৰোৱাৰ বিৰোধী পক্ষৰ প্ৰস্তাৱ নাকচ কৰিলে, নিৰ্বাচনৰ স্বচ্ছতা আৰু উত্তৰ दायিত্বক লৈ ৰাজনৈতিক বিভেদ গভীৰ হ’ল।
প্ৰধানমন্ত্ৰী মোদীৰ ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন | BulletsIn
Karnataka MPs to meet in Delhi over Upper Krishna Project Phase-3 dispute

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বাংলাদেশৰ দুৰ্গা পূজাৰ পূৰ্বে কালি মন্দিৰত আক্ৰমণ, মূৰ্তি লণ্ড ভণ্ড
Next Article গোলকগঞ্জৰ গৰাহখহনীয়া এলেকাত জয় শ্ৰীৰাম আৰু ভাৰত মাতা ধ্বনিৰে একাংশ হিন্দু নাগৰিকে উজাৰিলে ক্ষোভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?