• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > পূৰ্বে অসমলৈ অবৈধ বিদেশী অহাটো সহজ আছিল, কিন্তু এতিয়া সেয়া অসম্ভৱ ঃ নীতিন নবীন
National

পূৰ্বে অসমলৈ অবৈধ বিদেশী অহাটো সহজ আছিল, কিন্তু এতিয়া সেয়া অসম্ভৱ ঃ নীতিন নবীন

CliQ INDIA
Last updated: December 27, 2025 9:30 am
CliQ INDIA
Share
2 Min Read
SHARE

২০ সহস্ৰাধিক কাৰ্যকৰ্তাই আদৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনক

গুৱাহাটী, ২৬ ডিচেম্বৰ (হি.স.)। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসমলৈ অবৈধ বিদেশী অহাটো সহজ ঘটনা আছিল, কিন্তু বৰ্তমান সেয়া অসম্ভৱ বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃজাৰ্তিক প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী সত্ৰত কাৰ্যকৰ্তাসকলৰ সন্মুখত বক্তব্য ৰাখি এই মন্তব্য কৰে৷

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰি কয় যে, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনাৰ প্ৰথম সত্ৰত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি গৰাকীয়ে ২০০৯ চনৰ পৰা যুৱ মৰ্চাৰ সাংগঠনিক কাম-কাজৰ জৰিয়তে অসমৰ লগত তেওঁৰ এক নিবিৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি সেই সময়ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি আৰু আজিৰ ৰাজনৈতিক পৰিস্থিতিৰ ব্যাপক সলনি হৈছে বুলি উল্লেখ কৰে৷ আনহাতে কাৰ্যকৰী সভাপতি গৰাকীয়ে ২০১৬ চনৰ পৰা বৰ্তমানলৈকে অসমত বিজেপি চৰকাৰে বিকাশৰ ক্ষেত্ৰত এক আমোল পৰিৱৰ্তন হৈছে বুলি মন্তব্য কৰে৷

উদ্বোধনী সত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় উপাধ্যক্ষ বৈজন্ত জয় পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু ৰাজ্যিক সাংগাঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিত থাকে৷ উল্লেখ্য যে, সভাখনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি তথা দেশৰ জনপ্ৰিয় যুৱ নেতাজনক ২০ সহস্ৰাধিক কাৰ্যকৰ্তাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ শুভাযাত্ৰা কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তথা মা কামাখ্যাৰ ভূমি অসমলৈ উষ্ম আদৰণি জনায়৷ দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন কালিলৈ দিনৰ ২ বজালৈকে অনুষ্ঠিত হ’ব৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

জম্মু-কাশ্মীৰৰ দুৰ্দশাৰ বাবে কংগ্ৰেছ, নেচনেল কনফাৰেন্স, পিডিপি দায়ী-জে পি নড্ডা | BulletsIn
সংবিধান হত্যা দিৱসৰ দিনা দিল্লীত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে পতাকা জোকাৰি শুভাৰম্ভ কৰিব ‘লোকতন্ত্ৰ অমৰ হওক যাত্ৰা’
এবিভিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত সামাজিক পৰিৱৰ্তনৰ বাহক হিচাপে যুৱক-যুৱতী বিষয়ত এটা প্ৰস্তাৱ গৃহীত
প্ৰয়াগৰাজৰ পৱিত্ৰ ত্ৰিবেণীত লাখ লাখ ভক্তই পবিত্ৰ স্নান কৰে | BulletsIn
MCX সোণ ০.৬০% হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ১,৬০,৬১৫ টকালৈ নামিল, যিহেতু লাভ বুকিং আৰু বিশ্বব্যাপী অনিশ্চয়তাৰ মাজত ৰূপ ১,০০০ টকাতকৈ অধিক হ্ৰাস পালে।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নিৰ্ধাৰিত সময়ত প্ৰতিনিধি সদনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ
Next Article ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ গ্ৰন্থ আমেৰিকা: অনুভৱৰ দিনলিপিউন্মোচন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?