• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ন্যায়াধীশ সূৰ্য্যকান্তৰ কাইলৈ ​​ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ
National

ন্যায়াধীশ সূৰ্য্যকান্তৰ কাইলৈ ​​ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ

CliQ INDIA
Last updated: November 24, 2025 6:36 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে অহা ২৪ নৱেম্বৰত শপত গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্যকান্তই। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ব্ৰাজিলকে ধৰি সাতখন দেশৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে অংশগ্ৰহণ কৰিব।

এই সমাৰোহত ব্ৰাজিলৰ উপৰিও ভূটান, কেনিয়া, মালয়েছিয়া, মৰিচাছ, নেপাল আৰু শ্ৰীলংকাৰ মুখ্য ন্যায়াধীশসকলৰ লগতে তেওঁলোকৰ পৰিয়ালেও অংশগ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত প্ৰথমবাৰলৈ আন দেশৰ ইমান বৃহৎ সংখ্যক ন্যায়িক প্ৰতিনিধি দল উপস্থিত থাকিব।

ন্যায়াধীশ সূৰ্যকান্ত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব আৰু ১৪ মাহৰ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিব। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত অৱসৰ ল’ব তেওঁ। হাৰিয়ানাৰ প্ৰথমজন মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্য্যকান্ত। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আজি অৱসৰ ল’ব। ন্যায়াধীশ বি আৰ গাভাইৰ শেষ কৰ্মদিন আছিল ২২ নৱেম্বৰ।

শপত গ্ৰহণৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ন্যায়াধীশ সূৰ্য্যকান্তই কয় যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব বিচাৰধীন আদালতৰ গোচৰসমূহৰ সমাধান। তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰৰ পাছত ইয়াৰ সিদ্ধান্তক আন দেশত নজিৰ হিচাপে উল্লেখ কৰা হয়, যাৰ বাবে আমাক আমাৰ নিজৰ দৰ্শন আৰু ন্যায়বিজ্ঞানৰ প্ৰয়োজন।

সংবাদ মাধ্যমৰ বাতৰিৰ সন্দৰ্ভত ভাষণ দি ন্যায়াধীশ সূৰ্য্যকান্তই কয় যে একাংশ সংবাদ মাধ্যম দায়ী আৰু আদালতৰ প্ৰতিবেদন সঠিকভাৱে প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয় আৰু ন্যায়াধীশৰ ছ’চিয়েল মিডিয়া ট্ৰ’লিঙৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ছ’চিয়েল মিডিয়াত মানুহে কোৱা কথাৰ ওপৰত তেওঁৰ কোনো প্ৰভাৱ নপৰে। তেওঁ ছ’চিয়েল মিডিয়াক সামাজিক নহয়, অসামাজিক বুলি অভিহিত কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

অমৰনাথ যাত্ৰাঃ জম্মুৰ পৰা ২৩০০ৰো অধিক তীৰ্থযাত্ৰীৰ নতুন গোট ৰাওনা
আজি ত্ৰিপুৰা আৰু মেঘালয়ত বিভিন্ন কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ অংশগ্ৰহণ | BulletsIn
ভাৰতৰ লেটিন আমেৰিকাৰ সৈতে বাণিজ্য সম্প্ৰসাৰণ, পেৰু আৰু চিলিৰ সৈতে চুক্তি সন্দৰ্ভত বৈঠক
উচ্চতম ন্যায়ালয়ৰ দ্বাৰা UGC-ৰ ২০২৬ চনৰ সমতা বিধি স্থগিত, সমতা আৰু শিক্ষা নীতি সন্দৰ্ভত বৃহৎ বিতৰ্ক।
পহলগাম আক্ৰমণ… বিশ্বৰ শীৰ্ষ নেতাসকলে ভাৰতক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সহায় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া ন্যায়াধীশৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত হুলস্থুল
Next Article ভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰ কলৰৱৰে মুখৰিত হৈছে দেওমৰনৈৰ এটি ঐতিহাসিক পুখুৰী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?