• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ধুপগুৰিত বানাক্ৰান্তা ৰাইজৰ ত্ৰাণকৰ্তাৰ ৰূপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক, ৩৫০ জন বানাক্ৰান্তলৈ খাদ্য যোগান
National

ধুপগুৰিত বানাক্ৰান্তা ৰাইজৰ ত্ৰাণকৰ্তাৰ ৰূপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক, ৩৫০ জন বানাক্ৰান্তলৈ খাদ্য যোগান

CliQ INDIA
Last updated: October 9, 2025 1:45 am
CliQ INDIA
Share
2 Min Read
SHARE
सेवा भारती द्वारा पीड़ितों को भोजन व राहत सामग्री वितरित
उत्तरबंग सेवा भारती

ধুপগুৰি (উত্তৰ বংগ), ০৮ অক্টোবৰ (হি.স.)। অবিৰত বৰষুণ আৰু উফন্দি উঠা নদীৰ ফলত হোৱা বানপানীৰ বাবে উত্তৰ বংগৰ বিভিন্ন প্ৰান্তত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। বহু গাঁৱৰ লোকে সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। এই কঠিন সময়ত ধূপগুৰি চহৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱকসকলে সক্ৰিয়ভাৱে সাহায্যৰ কামত নিয়োজিত হৈ আছে।

দেওবাৰে গভীৰ নিশা উত্তৰবাংগ সেৱা ভাৰতীৰ তত্বাৱধানত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে ধূপগুৰি অঞ্চলৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ৩৫০ জনৰো অধিক অসহায় আৰু দুখীয়া লোকক ৰাতিৰ আহাৰ যোগান ধৰে। স্বেচ্ছাসেৱকসকলে ব্যক্তিগতভাৱে আৰ্তজনৰ পৰিয়াললৈ খাদ্যৰ পেকেট আৰু খোৱাপানী যোগান ধৰে।

স্থানীয় সেৱা ভাৰতীৰ কৰ্মীসকলে জনোৱা মতে, বানপানীৰ ফলত বহু অঞ্চলত ঘৰ এৰি আঁতৰি যাবলগীয়া হৈছে। এই সংকটৰ সময়ত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে দিনে নিশাই সেৱাৰ কামত নিয়োজিত হৈ আছে। কেৱল খাদ্য বিতৰণ কৰাই নহয়, সাহায্য শিবিৰত থকা শিশুসকলৰ বাবে অনাময় ব্যৱস্থা, চিকিৎসা সাহায্য, অত্যাৱশ্যকীয় সামগ্ৰীও যোগান ধৰিছে।

আৰ এছ এছৰ এজন জ্যেষ্ঠ কৰ্মীয়ে কয় যে, সেৱাই হৈছে সংস্থাটোৰ মূল নীতি। সমাজ সংকটত পৰিলে প্ৰতিজন আৰ এছ এছ স্বেচ্ছাসেৱকে মানৱতাৰ সেৱাত নিজৰ কৰ্তব্য পালন কৰিবলৈ আগবাঢ়ি যায়। তেওঁ লগতে কয় যে অনাগত দিনত সেৱা ভাৰতীয়ে ঔষধ বিতৰণ, কাপোৰ-কানি, আৰু অনাময় অভিযানও চলাব যাতে কোনো ক্ষতিগ্ৰস্ত পৰিয়ালে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। স্থানীয় প্ৰশাসনেও স্বেচ্ছাসেৱকসকলৰ তৎপৰতা আৰু অনুশাসনক প্ৰশংসা কৰিছে। বানপীড়িত অঞ্চলত স্বেচ্ছাসেৱকসকলৰ এই কামে ৰাইজৰ মাজত আশা আৰু আত্মবিশ্বাস জগাই তুলিছে।

সেৱা ভাৰতীৰ আহ্বায়কগৰাকীয়ে কয়, আমি সকলোৱে মিলি আৰ্ত জনৰ সেৱা কৰিব লাগিব যাতে কোনোৱে ভোকত নপৰে। এই সংকটৰ সময়ত সমাজৰ সকলো শ্ৰেণীয়ে একত্ৰিত হৈ মানৱতাৰ সেৱা কৰিব লাগিব। ধুপগুৰি, আলিপুৰদুৱাৰ, আৰু জলপাইগুৰি জিলাৰ কেইবাটাও অঞ্চলত আৰ এছ এছ আৰু সেৱা ভাৰতীৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে সাহায্যৰ কাম অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে অনুজীৱ বিজ্ঞান গৱেষণাগাৰ
আজি সন্ধিয়া দিল্লীত এন চি চিৰ পি এম ৰেলীত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদী
আজি ওম বিৰলাই উদ্বোধন কৰিব ‘পঞ্চায়তৰ পৰা সংসদলৈ ২.০’  কাৰ্যসূচী | BulletsIn
অভিনেতা মিথুন চক্ৰৱৰ্তীক প্ৰদান কৰা হ’ব দাদাছাহেব ফাল্কে বঁটা | BulletsIn
(শ্ৰী ৰাম জন্মভূমি আন্দোলনৰ স্মৃতিগ্ৰন্থ বিশেষ) মনত সজীৱ হৈ আছে ৰামভক্তৰ নিৰ্যাতন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিএলএফএফৰ বালগাটাৰত পাকিস্তানী সৈন্যৰ শিবিৰ দখল, ফ্ৰন্টিয়াৰ কৰ্পছৰ তিনি বিষয়া নিহত, মস্তুংত বেংক লুট
Next Article ডিব্ৰুগড়ত কংগ্ৰেছৰ মম শিখা সমদল
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?