• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > জৰুৰীকালীন সময়ত দমন কৰা হৈছিল সংবাদ মাধ্যমৰ কন্ঠ, খৰ্ব হৈছিল নাগৰিক অধিকাৰঃ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক
National

জৰুৰীকালীন সময়ত দমন কৰা হৈছিল সংবাদ মাধ্যমৰ কন্ঠ, খৰ্ব হৈছিল নাগৰিক অধিকাৰঃ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক

CliQ INDIA
Last updated: October 9, 2025 11:00 am
CliQ INDIA
Share
3 Min Read
SHARE
গণতন্ত্ৰ সংগ্ৰামীৰ সৈতে উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক
অনুষ্ঠানত ভাষণ দিছে ব্ৰজেশ পাঠকে

– গণতন্ত্ৰ সংগ্ৰামীসকলক সম্বৰ্ধনা

লক্ষ্ণৌ, ০৮ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে জৰুৰীকালীন অৱস্থা ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ ক’লা দাগ আছিল, পাহৰিব নোৱাৰা এই সময়ছোৱাত নাগৰিক অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা সম্পূৰ্ণৰূপে মষিমূৰ কৰা হৈছিল। তেওঁ কয় যে সেই সময়ছোৱাত সংবাদ মাধ্যমক দমন কৰি ৰখা হৈছিল, নিৰ্যাতনে শিখৰত উপনীত হৈছিল, কাৰোৱেই মুক্তভাৱে কথা ক’বলৈ বা চলাচল কৰাৰ স্বাধীনতা নাছিল।

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ মালব্য প্ৰেক্ষাগৃহত হিন্দুস্থান সমাচাৰ বহুভাষিক সংবাদ সংস্থাই আয়োজন কৰা ‘জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ’ কাৰ্যসূচীত উপ-মুখ্যমন্ত্ৰী পাঠকে ভাষণ প্ৰদান কৰে। এই উপলক্ষে ‘যুগৱাৰ্তা’ আৰু ‘নৱোত্থান’ আলোচনীৰ বিশেষ সংখ্যা উন্মোচন কৰা হয়।

পাঠকে কয় যে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক পুতলা কৰি তুলিছিল আৰু ৰাষ্ট্ৰপতিক চহী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁ কয় যে- ‘আজি যিসকলে সংবিধানৰ প্ৰতিলিপি কঢ়িয়াই লৈ ফুৰে তেওঁলোক সেই সময়ছোৱাত সংবিধানৰ হত্যাকাণ্ডৰ বাবে দায়ী।’ তেওঁ কয় যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। বিজেপিয়ে ভোট-চালিত ৰাজনীতি নহয়, বৰঞ্চ ‘ৰাষ্ট্ৰ প্ৰথম’ৰ নীতিৰে কাম কৰে।

পৰিবহণ মন্ত্ৰী দয়াশংকৰ সিঙে কয় যে জৰুৰীকালীন সময়ত গণতন্ত্ৰ সংগ্ৰামীসকলে যি সাহসেৰে সংবিধান ৰক্ষা কৰিছিল, সেই কাৰণেই আজিও দেশত গণতন্ত্ৰ আৰু মত প্ৰকাশৰ স্বাধীনতা জীয়াই আছে। তেওঁ কয় যে জৰুৰীকালীন অৱস্থা ভাৰতীয় ৰাজনীতিৰ ইতিহাসত এক মচিব নোৱাৰা কলংক।

প্ৰাক্তন মন্ত্ৰী সুৰেশ ৰাণাই কয় যে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কেৱল নিজৰ ক্ষমতা ৰক্ষাৰ বাবেই সমগ্ৰ দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দিছিল। তেওঁ কয়, ‘যি দেশৰ যুৱসকলে স্বাধীনতাৰ বাবে ফাঁচীৰ সন্মুখীন হৈছিল, সেইখন দেশৰ স্বাধীনতা ক্ষমতাৰ লোভত মষিমূৰ কৰিছিল।’ ৰাণাই যুৱক-যুৱতীসকলক গণতন্ত্ৰৰ বাবে সেই যুঁজৰ ইতিহাস জানি আগুৱাই নিবলৈ আহ্বান জনায়।

এই উপলক্ষে মঞ্চত উপবিষ্ট অতিথিসকলে ১১ জন গণতন্ত্ৰ সংগ্ৰামীক অংগবস্ত্ৰ, শংখ আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰে। সম্বৰ্ধনা লাভ কৰা সকলৰ ভিতৰত ভাৰত দীক্ষিত, ৰাজেন্দ্ৰ তিৱাৰী, মণিৰাম পাল, ভানু প্ৰতাপ, গংগা প্ৰসাদ, ৰমাশংকৰ ত্ৰিপাঠী, দীনেশ প্ৰতাপ সিং, দীনেশ অগ্নিহোত্ৰী, অজিত সিং, বিষ্ৰম সাগৰ আৰু সুৰেশ ৰাজৱানী আছিল।

লক্ষ্ণৌৰ মেয়ৰ সুষমা খৰ্কৱালে কয়, আমি আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা জৰুৰীকালীন অৱস্থাৰ যন্ত্ৰণা শুনিছো; আনকি চৰকাৰী কৰ্মচাৰীৰ দৰমহাও সেই সময়ছোৱাত বন্ধ ৰখা হৈছিল। অনুষ্ঠানটো পৰিচালনা কৰে অধ্যাপক অমিত কুশৱাহাই।

এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত হিন্দুস্থান সমাচাৰৰ পৰিচালক অৰবিন্দ মাৰ্ডিকাৰ, ৰাজেন্দ্ৰ চাক্সেনা, স্বামী মুৰাৰী দাস, প্ৰশান্ত ভাটিয়া, হৰিশ শ্ৰীবাস্তৱ, অবনীশ ত্যাগী, মনীষ শুক্লা, আনন্দ ডুবে, ড° হৰনাম সিং আৰু অনিল আদিকে ধৰি গণ্যমান্য ব্যক্তিসকল অন্যতম আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পশ্চিম এছিয়া সংকট: প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় চিচিএছ বৈঠকত যোগান শৃংখল, নাগৰিক সুৰক্ষাৰ পৰ্যালোচনা।
গাজাৰ ৰেড ক্ৰছে হামাছৰ পৰা উদ্ধাৰ হোৱা আন এজন পণবন্দীৰ মৃতদেহ গতালে ইজৰাইলক
অপাৰেচন সিন্দুৰত দেখা গৈছিল সশস্ত্ৰ বাহিনীৰ যৌথতা আৰু কৌশলগত দূৰদৰ্শিতাৰ শক্তিঃ ৰাষ্ট্ৰপতি
যিকোনো ৰাষ্ট্ৰক দিশ নিৰ্দেশনা দিয়াৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহে পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা: প্ৰধানমন্ত্ৰী
ইতিহাসৰ পাতত ৫ ডিচেম্বৰ: বৰ্ষ ২০১৬ত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতাৰ মৃত্যু

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article স্পেইনত ছয় মহলীয়া অট্টালিকা বিধ্বস্থ, এতিয়ালৈকে উদ্ধাৰ হৈছে চাৰিটা মৃতদেহ
Next Article উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিষয়াবৰ্গৰ তৰফৰ পৰা জুবিন গাৰ্গৰ বাসগৃহত গৈ সমবেদনা জ্ঞাপন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?