• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ছচিয়েল মিডিয়াত এতিয়া দিল্লীৰ কেজৰিৱাল চৰকাৰৰ ঔষধ কেলেংকাৰিৰ প্ৰতিধ্বনি
National

ছচিয়েল মিডিয়াত এতিয়া দিল্লীৰ কেজৰিৱাল চৰকাৰৰ ঔষধ কেলেংকাৰিৰ প্ৰতিধ্বনি

CliQ INDIA
Last updated: December 24, 2023 11:21 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৪ ডিছেম্বৰ (হি.স.)। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি(আপ)ৰ নেতৃত্বত দিল্লী চৰকাৰৰ কথিত ঔষধ(ড্ৰাগছ) কেলেংকাৰিৰ কথা এতিয়া ছ’চিয়েল মিডিয়াত প্ৰতিধ্বনিত হৈ পৰাত বিষয়টোক লৈ ৰাজনৈতিক উষ্ণতা বৃদ্ধি পাইছে। এই সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ তথ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী অমিত মালৱিয়াই প্ৰায় সাত ঘন্টা পূৰ্বে আৰু দিল্লীৰ স্থানীয় বিষয়ত সক্ৰিয় আন এটা ৰাজনৈতিক দল ‘লোকসেনা হিন্দ’ৰ সভাপতি ডা০ মুনিষ ৰাইজাদাই এক্স হেণ্ডেলৰ ওপৰত মন্তব্য কৰিছে। ইয়াৰে কেজৰিৱালৰ ওপৰত গুৰুতৰ কটাক্ষ কৰিছে ডা০ ৰাইজাদাই।

ভাৰতীয় জনতা পাৰ্টিৰ তথ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী অমিত মালবিয়াই এক্সত এটা চেনেলৰ নিউজ ফুটেজৰ ভিডিঅ’ আপলোড কৰিছে। বিস্ময় চিহ্ন লগাই তেওঁ লিখিছে, ‘সুৰা কেলেংকাৰিৰ পিছত এতিয়া অৰবিন্দ কেজৰিৱালৰ আপৰ ঔষধ কেলেংকাৰী!’ স্মৰ্তব্য ইংৰাজী ডাঙৰ আখৰেৰে আপ লিখিছে মালভিয়াই। ইয়াৰ উপৰিও আন্না আন্দোলনত অংশ লোৱা ডাঃ মুনিষ ৰায়জাদাই অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি লৈছে। তেওঁ দীৰ্ঘদিন ধৰি আম আদমী পাৰ্টিৰ ‘বৃহৎ’ সহযোগী আছিল।

বৰ্তমান তেওঁ নিজৰ ৰাজনৈতিক দল ‘লোকসেনা হিন্দ’ৰ জৰিয়তে দিল্লীৰ মৌলিক বিষয়সমূহ জোৰদাৰভাৱে উত্থাপন কৰিছে। লোকসেনা হিন্দৰ সভাপতি ডাঃ মুনিষ ৰায়জাদাইও এক্সত এটা নিউজ চেনেলৰ বাতৰিৰ ভিডিঅ’ ইমেজ আপলোড কৰি লিখিছে – ‘ আৰু কিমান কেলেংকাৰী কৰিব দুৰ্ণীতিকাৰ?’ কেৱল এয়াই নহয়, ৰাইজাদাৰ দলে এই বিষয়ত জনসাধাৰণক এটা প্ৰশ্ন কৰিছে যে, ‘ইটোৰ পিছত সিটোকৈ কেলেংকাৰী সংঘটিত কৰা অৰবিন্দ কেজৰিৱালে এতিয়াই পদত্যাগ কৰিব লাগেনে? ‘লোকসেনা হিন্দ’ৰ এই পোষ্টটো ডাঃ ৰাইজাদাই নিজৰ এক্স হেণ্ডেলত পুনৰ পোষ্ট কৰিছে।

উল্লেখযোগ্য যে আম আদমী পাৰ্টি চৰকাৰৰ কথিত সুৰা কেলেংকাৰীত কাৰাগাৰৰ আঁৰত আছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং। আন এজন প্ৰাক্তন মন্ত্ৰী সত্যেন্দৰ জৈনকো ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। সুৰা কেলেংকাৰিৰ অভিযোগত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডি চমন জাৰি কৰিছে। কেজৰিৱালে ইয়াক অবৈধ বুলি অভিহিত কৰি এয়া প্ৰত্যাহাৰৰ দাবী জনাইছে। ইফালে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে ঔষধ কেলেংকাৰিৰ তদন্তৰ চিবিআইৰ জৰিয়তে কৰিবলৈ নিৰ্দেশ দিছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ

You Might Also Like

প্ৰধানমন্ত্ৰী মোদীৰ দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে বিশ্ব খাদ্য ভাৰত-২০২৩ৰ দ্বিতীয় সংস্কৰণ
গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি জম্মুৰ বানাক্ৰান্ত অঞ্চলৰ আকাশী পৰ্যবেক্ষণ
ব্ৰাজিলৰ পৰিবহণ বিমান চি-৩৯০ৰ বাবে মহিন্দ্ৰাৰ সৈতে চুক্তি স্বাক্ষৰ এম্ব্ৰেয়াৰৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে ৰাজভৱনৰ ‘ব্ৰহ্মপুত্ৰ উইং’ আৰু আন কেইবাটাও প্ৰকল্প

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ দলৰ মুখ্য কাৰ্যালয়ত কৰ্মীসকলক সাক্ষাৎ
Next Article কাহঁশিল্প নগৰী সৰ্থেবাৰীত সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বি বাৰ্ষিক অধিবেশনৰ অস্থায়ী কাৰ্যালয় মুকলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?