• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়- ‘জৰুৰীকালীন’ হৈছে কংগ্ৰেছৰ ক্ষমতাৰ ক্ষুধাৰ ‘অন্যায় সময়’
National

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়- ‘জৰুৰীকালীন’ হৈছে কংগ্ৰেছৰ ক্ষমতাৰ ক্ষুধাৰ ‘অন্যায় সময়’

CliQ INDIA
Last updated: June 26, 2025 1:50 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৫ জুন (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি এক্স হেণ্ডেলত ‘সংবিধান হত্যা দিৱস’ সন্দৰ্ভত নিজৰ আৱেগ প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ ক্ষমতাৰ ক্ষুধাৰ ‘অন্যায় সময়’ আছিল ‘জৰুৰীকালীন অৱস্থা’। ১৯৭৫ চনৰ ২৫ জুনত জাৰি কৰা জৰুৰীকালীন অৱস্থাত দেশবাসীয়ে ভুগি থকা যন্ত্ৰণা আৰু অত্যাচাৰৰ বিষয়ে নতুন প্ৰজন্মক সচেতন কৰিবলৈ মোডী চৰকাৰে এই দিনটোৰ নাম ‘সংবিধান হত্যা দিৱস’ নামেৰে নামাকৰণ কৰে।

তেওঁ লিখিছে, ‘এই দিনটোৱে আমাক কয় যে যেতিয়া ক্ষমতা একনায়কত্ববাদত পৰিণত হয় তেতিয়া জনসাধাৰণৰ হাতত তাক উফৰাই পেলোৱাৰ ক্ষমতা থাকে। জৰুৰীকালীন অৱস্থা কোনো ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তা নাছিল বৰঞ্চ কংগ্ৰেছ আৰু এজন ব্যক্তিৰ গণতন্ত্ৰ বিৰোধী মানসিকতাৰ প্ৰতিফলন আছিল। প্ৰেছৰ স্বাধীনতাক দমন কৰা হৈছিল। ন্যায়পালিকাৰ হাত বান্ধি দিয়া হৈছিল আৰু সমাজ কৰ্মীক জেলত ভৰোৱা হৈছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে লিখিছে, দেশবাসীয়ে ‘সিংহাসন খালী কৰক’ বুলি শ্লোগান দি একনায়কত্ববাদী কংগ্ৰেছক উফৰাই পেলালে। এই সংগ্ৰামত প্ৰাণ আহুতি দিয়া সকলো বীৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে কালি কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে ‘৫০ বছৰীয়া জৰুৰীকালীন’ কাৰ্যসূচীত অংশ লৈছিল। তেওঁ টুইটাৰত লিখিছে, “নতুন দিল্লীত জৰুৰীকালীন অৱস্থাৰ প্ৰাকক্ষণত ৫০ বছৰীয়া জৰুৰীকালীন কাৰ্যসূচীত জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া বীৰসকলক সন্মান জনোৱাৰ সৌভাগ্য মোৰ হৈছিল।”

এই উপলক্ষে শ্বাহে কয় যে যেতিয়া এজন ব্যক্তিৰ ভিতৰত লুকাই থকা একনায়কত্ববাদী স্বভাৱটো ওলাই আহে, তেতিয়াহে জৰুৰীকালীন অৱস্থা জাপি দিয়া হয়, আমাৰ যুৱ প্ৰজন্মৰ বাবে এই ইতিহাস জনাটো গুৰুত্বপূৰ্ণ। বহুদলীয় গণতন্ত্ৰক একদলীয় একনায়কত্ববাদলৈ ৰূপান্তৰিত কৰাৰ কংগ্ৰেছৰ ষড়যন্ত্ৰৰ আৰম্ভণি আছিল জৰুৰীকালীন অৱস্থা। জৰুৰীকালীন অৱস্থাৰ মূল কাৰণ আছিল ক্ষমতাৰ ক্ষুধা। দেশৰ প্ৰতি কোনো বাহ্যিক ভাবুকি নাছিল, কোনো আভ্যন্তৰীণ সংকটো নাছিল; একমাত্ৰ ভাবুকি আছিল ইন্দিৰা গান্ধীৰ চকীখনৰ প্ৰতি।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি বুজ ল’বলৈ জম্মুত উপস্থিত নিৰ্বাচন আয়োগৰ বিষয়াৰ দল
আমাজনে বেংগালুৰুত এছিয়াৰ দ্বিতীয় বৃহত্তম কাৰ্যালয় মুকলি কৰিলে, ভাৰতৰ বিশ্বব্যাপী প্ৰযুক্তিগত পদচিহ্ন শক্তিশালী কৰি
আৰএছএছত কোনো অস্পৃশ্যতা বা জাতিগত বৈষম্য নাইঃ কোবিন্দ
উপ-ৰাষ্ট্ৰপতিৰ পদটো মোক দিয়া সন্মান নহয়, বৰঞ্চ সকলো তামিল আৰু কয়ম্বাটুৰক প্ৰদান কৰা সন্মান: চি.পি. ৰাধাকৃষ্ণন
আজি ভোজশালাত জৰীপৰ সময়ত হনুমান চালিছা পাঠ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এক্সিয়াম-৪ মিছনলৈ ৰাওনা হৈছে শুভাংশু শুক্লা
Next Article মণিপুৰত অস্ত্ৰ সৰবৰাহৰ ৰেকেট উৎখাত, আটক চাৰিজন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?