• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > এখন সমৃদ্ধিশালী ভাৰতৰ বাবে কাৰিকৰী আৰু উদ্যোগিক স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব: প্ৰধানমন্ত্ৰী
National

এখন সমৃদ্ধিশালী ভাৰতৰ বাবে কাৰিকৰী আৰু উদ্যোগিক স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব: প্ৰধানমন্ত্ৰী

CliQ INDIA
Last updated: August 15, 2025 7:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। দেশৰ স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হোৱাৰ দিশত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ যুৱক-যুৱতীসকলক কাৰিকৰী আৰু উদ্যোগিক খণ্ডত আত্মনিৰ্ভৰশীলতাক লক্ষ্য কৰি লোৱাৰ লগতে ইয়াৰ বাবে দৃঢ় প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। তেওঁ কয় যে এই প্ৰজন্মই এখন সমৃদ্ধিশালী ভাৰতৰ বাবে যি অৱদান আগবঢ়াইছিল, সেইখিনি অৱদান আগৰ প্ৰজন্মই স্বাধীন ভাৰতৰ বাবে আগবঢ়াইছিল।

প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় গুৰুত্বপূর্ণ ক্ষেত্রত আত্মনির্ভৰশীলতাৰ বাবে কেইবাটাও ‘আমন্ত্রণ’ আগবঢ়ায়৷ তেওঁ কয় যে ভাৰতে নিজাববীয়াকৈ গগণযান অভিযান আৰু মহাকাশ কেন্দ্ৰৰ বাবে প্ৰস্তুতি চলাইছে। মেক ইন ইণ্ডিয়াৰ অধীনত যুদ্ধ বিমানৰ বাবে জেট ইঞ্জিন দেশতেই নিৰ্মাণ কৰিব লাগে। অপাৰেটিং চিষ্টেম, চাইবাৰ ছিকিউৰিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰো ভাৰতীয় হ’ব লাগে, যাতে দেশৰ ধন-সম্পত্তি ওলাই নাযায়। কৃষকসকলক সাৰৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বৈজ্ঞানিক উদ্যোগপতিসকলক দেশৰ প্ৰয়োজন অনুসৰি সাৰ প্ৰস্তুত কৰাত সহযোগিতা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ইভি বেটাৰী আৰু ছ’লাৰ পেনেলও দেশতে নিৰ্মাণ কৰিব লাগে।

ভাৰতৰ শেহতীয়া সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিড কালত দেশখনে ভেকচিন আৰু ডিজিটেল প্লেটফৰ্ম তৈয়াৰ কৰি নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। অৰ্ধপৰিবাহী খণ্ডৰ অগ্ৰগতিৰ তথ্য দি তেওঁ কয় যে ছটা অৰ্ধপৰিবাহী ইউনিটক সেউজ সংকেত দিয়া হৈছে আৰু ভাৰতত নিৰ্মিত অৰ্ধপৰিবাহী চিপ এই বছৰ বজাৰত উপলব্ধ হ’ব। তেওঁ উৎপাদন খণ্ডত ‘কম মূল্য আৰু অধিক শক্তি’ৰ চিন্তাধাৰাৰে আগবাঢ়ি যোৱা আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

—————

—————

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ১৪৮ জন
সীমা হাইদৰ ভিডিঅ’: ভাইৰেল হ’ল সীমা হাইদৰৰ আক্ৰমণৰ ভিডিঅ’, পাকিস্তানী সংবাদ মাধ্যমক উৰাবাতৰিৰ বাবে দোষাৰোপ কৰিলে
কাৰ্বি আংলং জিলাত মৃদু ভূমিকম্পৰ জোকাৰণি, কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই | BulletsIn
ছাত্ৰ-ছাত্ৰীসকলে কেৱল টিউচনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে: উপ-সভাপতি
মহাদেৱ এপকে ধৰি ২২টা অবৈধ জুৱা এপত চৰকাৰৰ নিষেধাজ্ঞা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article 'বৰ্ডাৰ ২'ত ছানী দেউলৰ প্ৰথম লুক মুকলি
Next Article কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ মমবাতি সমদল আয়োজন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?