• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > উত্তৰাখণ্ডৰ ধৰালীত চতুৰ্থ দিনাও অব্যাহত উদ্ধাৰ অভিযান
National

উত্তৰাখণ্ডৰ ধৰালীত চতুৰ্থ দিনাও অব্যাহত উদ্ধাৰ অভিযান

CliQ INDIA
Last updated: August 8, 2025 4:55 pm
CliQ INDIA
Share
3 Min Read
SHARE

ডেৰাডুন, ০৮ আগষ্ট (হি.স.)। উত্তৰকাশী জিলাৰ ধৰালীত চতুৰ্থ দিনৰ বাবে অব্যাহত আছে দুৰ্যোগ আৰু সাহায্যৰ কাম। সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আৰক্ষীৰ দলে সম্পূৰ্ণ সজাগতাৰে নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত নিয়োজিত হৈ আছে। শুকুৰবাৰে পুৱা মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে হেলি চাৰ্ভিচ, এম আই ১৭ আৰু চিনুক হেলিকপ্টাৰৰ সহায়ত পুৱাৰ পৰাই যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান চলি আছে। গংগোত্ৰী, হৰ্শিল, ঝালা, যশপুৰ, গংগোত্ৰীত আবদ্ধ যাত্ৰীসকলক নিৰাপদে অনা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ ঘটনাৰ আপডেট গ্ৰহণ কৰি আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও সম্পূৰ্ণ সহযোগিতা লাভ কৰা হৈছে। পথ, যোগাযোগ আৰু বিদ্যুতৰ পুনৰুদ্ধাৰৰ লগতে খাদ্য যোগানৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এই প্ৰয়োজনীয়তাসমূহ হেলিকপ্টাৰৰ সহায়ত পূৰণ কৰা হৈছে। উত্তৰকাশী জিলাত আজি বতৰ বেয়া হোৱাৰ বাবে এনে পৰিস্থিতিত ষ্ট্ৰেটেজিক এৰিয়া মাটলীৰ পৰা হেলিকপ্টাৰ উৰিব পৰা নাছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ ঘটনাৰ আপডেট গ্ৰহণ কৰি আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও সম্পূৰ্ণ সহযোগিতা লাভ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সচিব বিনোদ সুমনে কয় যে দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলি থকাৰ লগতে মানুহক নিৰাপদে ধৰালী-হৰচিলৰ পৰা আই টি বি পি মাটলি কেম্প আৰু জলীগ্ৰাণ্ট (ডেৰাডুন) হেলিপেডলৈ স্থানান্তৰ কৰা হৈছে। এই কামত বিশেষকৈ চিনুক আৰু এম আই-১৭ৰ দৰে এয়াৰলিফটিং সম্পদ ব্যৱহাৰ কৰা হৈছে। হেলিকপ্টাৰেৰে ক্ষতিগ্ৰস্ত অঞ্চললৈ সাহায্য সামগ্ৰী, খোৱাপানী, ঔষধ আৰু খাদ্য শস্য যোগান ধৰা হৈছে।

কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী যাত্ৰা পথত ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পথ

লোক নিৰ্মাণ বিভাগে জনাইছে যে ৰাজ্যৰ ৩২৮ ৩৮১ টা অৱৰোধ পথ মুকলি কৰাৰ বাবে দ্ৰুত গতিত কাম চলি আছে আৰু এতিয়ালৈকে ২৩৫ টা পথ যাতায়তৰ বাবে মুকলি কৰা হৈছে। এতিয়া ১৪৬ টা পথ অৱৰোধ, ইয়াৰে ০৪ টা ৰাষ্ট্ৰীয় ঘাইপথ, ২৫ টা ৰাজ্যিক ঘাইপথ, ১৮ টা মূল জিলা পথ, ০৮ টা আন জিলা পথ আৰু ৯১ টা গ্ৰাম্য পথ অৱৰোধ কৰা হৈছে। ৰাজহুৱা কাম-কাজ বিভাগৰ দলসমূহে পথসমূহ মুকলি কৰিবলৈ বিভিন্ন গুৰুত্বপূৰ্ণ আৰু সম্ভাৱ্য পথ বন্ধ স্থানত ৫১৪টা মেচিন নিয়োগ কৰিছে। বন্ধ সকলো পথ আৰু যান-বাহন পথ অতি সোনকালে মুকলি কৰাৰ কাম কৰা হৈছে। বদ্ৰীনাথ আৰু গংগোত্ৰী পথত গধুৰ শিলৰ বাবে পথটো বন্ধ হৈ থকাৰ লগতে কেদাৰনাথ যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

এই দুৰ্যোগক লৈ উৰাবাতৰি বিয়পোৱাৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ

ৰাজ্যিক দুৰ্যোগ কৰ্তৃপক্ষই জনোৱা মতে, যদি কোনোবাই উত্তৰকাশী জিলাৰ ধৰালীত প্ৰাকৃতিক দুৰ্যোগৰ উৰাবাতৰি প্ৰচাৰ কৰে, তেন্তে দুৰ্যোগ আইনৰ অধীনত সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সন্দৰ্ভত দায়িত্বশীল বিষয়াসকলকো ছ’চিয়েল মিডিয়াত অহৰহ চকু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

জিলা প্ৰশাসনেও সাধাৰণ ৰাইজক যিকোনো ধৰণৰ উৰাবাতৰিৰ পৰা সাৱধান হ’বলৈ আহ্বান জনাইছে আৰু তেনে লোকৰ বিষয়ে শীঘ্ৰে প্ৰশাসনক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

প্ৰধানমন্ত্ৰী মোদীৰ ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন | BulletsIn
কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ মুকলি জল শক্তি হেকাথন আৰু ভাৰত-উইন পৰ্টেল
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৩২৮ জন
কাইলৈ এনচিএলৰ ফাষ্ট মাইল সংযোগ প্ৰকল্প ভাৰ্চুৱেলি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী
আকাশ গংগাৰ সাহসী ডাইভাৰ্চে বিদায়ৰ সময়ত মিগ-২১ক দিব আকাশ চেলুট

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পুটিন-ট্ৰাম্পৰ শীঘ্ৰেই সাক্ষাৎ, ওৰ পৰিব পাৰে ইউক্ৰেইন যুদ্ধ
Next Article ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?