• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ৬ ডিচেম্বৰ : ১৯৯২ চনত ধ্বংস কৰিছিল অযোধ্যাৰ বিতৰ্কিত গাঁথনি, দেশজুৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি
National

ইতিহাসৰ পৃষ্ঠাত ৬ ডিচেম্বৰ : ১৯৯২ চনত ধ্বংস কৰিছিল অযোধ্যাৰ বিতৰ্কিত গাঁথনি, দেশজুৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি

CliQ INDIA
Last updated: December 5, 2025 4:46 pm
CliQ INDIA
Share
5 Min Read
SHARE

আজিৰ পৰা ৩২ বছৰ পূৰ্বে ১৯৯২ চনৰ ৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাত সংঘটিত হোৱা এক ঘটনাই স্বাধীন ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসত গভীৰ চাপ ৰাখিছিল। আজিৰ দিনটোতে ভাঙি পেলোৱা হয় বিবাদিত বাবৰি মছজিদ। এই ঘটনাৰ পিছত সমগ্ৰ দেশতে সাম্প্ৰদায়িক উত্তেজনা আৰু হিংসা বিয়পি পৰে, যাৰ ফলত প্ৰায় ৪০০ লোকৰ প্ৰাণ হেৰুৱাইছিল আৰু সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছিল।

অযোধ্যাৰ ভগৱান ৰামৰ জন্মস্থানত এটা ভৱ্য ৰাম মন্দিৰ নিৰ্মাণৰ সপোনে তেতিয়াও মানুহক শক্তিশালী কৰি তুলিছিল। এই দৃষ্টিভংগীৰ প্ৰতীকী সমৰ্থনত ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বৃহৎ সংখ্যক লোক সমবেত হৈছিল। দিনটো সাধাৰণভাৱে আৰম্ভ হৈছিল যদিও দুপৰীয়ালৈকে কৰ সেৱকৰ ভিৰটোৱে নিয়ন্ত্ৰণহীন হৈ বিবাদিত গঠনটোতআৰোহণ কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে বাবৰি মছজিদৰ তিনিওটা গম্বুজ ভাঙি পেলাইছিল।

এই ঘটনাই দেশৰ ৰাজনীতি, সমাজ, সাম্প্ৰদায়িক সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাইছিল। প্ৰথমৰে পৰা উমি উমি জ্বলি থকা উত্তেজনা বৃদ্ধি পাই হিংসাত্মক সংঘৰ্ষলৈ পৰিণত হয় আৰু কেইবাখনো চহৰত সংঘৰ্ষ আৰম্ভ হয়। অযোধ্যাৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ড মুম্বাই, দিল্লী, আহমেদাবাদ, কানপুৰ, ভূপালকে ধৰি বহু ঠাইত বিয়পি পৰে।

আজি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে এই তাৰিখে আকৌ এবাৰ ইতিহাসৰ সেই গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্টৰ কথা মনত পেলাই দিয়ে।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৯০৭ – আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত প্ৰথমটো ডকাইতি সংঘটিত হয় চিংগ্ৰীপোতা ৰেলৱে ষ্টেচনত।

১৯১৭ – ফিনলেণ্ডে ৰাছিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰে।

১৯২১ – ব্ৰিটিছ চৰকাৰ আৰু আইৰিছ নেতাসকলৰ মাজত হোৱা সন্ধিৰ পিছত আয়াৰলেণ্ডক স্বাধীন ৰাষ্ট্ৰ আৰু ব্ৰিটিছ কমনৱেলথৰ সদস্য হিচাপে ঘোষণা কৰা হয়।

১৯২৬ – আজিৰ দিনটোতে ফিৰাক গোৰখপুৰীক সাহিত্যিক জীৱনৰ আৰম্ভণিতে ব্ৰিটিছ চৰকাৰে ৰাজনৈতিক বন্দী হিচাপে বন্দী কৰি ৰাখিছিল।

১৯৪৬ – হোম গাৰ্ড প্ৰতিষ্ঠা হয়।

১৯৭৮ – ইউৰোপীয় দেশ স্পেইনত সংবিধান গৃহীত হয়।

১৯৭৮ – স্পেইনত ৪০ বছৰীয়া একনায়কত্ববাদৰ অন্তত নাগৰিকে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ভোটদান কৰে। সংবিধান অনুমোদনৰ বাবে এই গণভোট অনুষ্ঠিত হৈছিল।

১৯৮৩ – জেৰুজালেমত বাছত বোমা বিস্ফোৰণত ৬ জন সাধাৰণ নাগৰিক নিহত হয়।

১৯৯০ – যুদ্ধ ৰোধৰ প্ৰয়াসত ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে ইৰাক আৰু কুৱেইটত ৰখা সকলো বিদেশী পণবন্দীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

১৯৯২ – অযোধ্যাৰ বিতৰ্কিত বাবৰি মছজিদৰ গাঁথনি ভাঙি পেলোৱা হয়। ইয়াৰ পিছত হোৱা হিংসাত্মক পৰিস্থিতিত প্ৰায় ৪০০ লোকৰ মৃত্যু হয়।

১৯৯৭ – জাপানৰ কিয়’ট’ত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন আৰম্ভ হয়।

১৯৯৮ – বেংককত ত্ৰয়োদশ এছিয়ান গেমছ আৰম্ভ হয় আৰু ছুইডেনে ইটালীক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ডেভিছ কাপ জয় কৰে।

১৯৯৮ – হুগো চাভেজ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৯৯৯ – ইণ্ডোনেছিয়াৰ এখন কাৰাগাৰৰ পৰা ২৮৩ জন কয়দী পলায়ন কৰে।

২০০১ – আফগানিস্তানৰ তালিবানে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ সন্মত হয়।

২০০২ – স্পেইনৰ কাৰ্লোছ ময়াই এ টি পি ইউৰোপীয় বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

২০০৭ – অষ্ট্ৰেলিয়াৰ বিদ্যালয়ত শিখ ছাত্ৰ-ছাত্ৰীক কিৰ্পান কঢ়িয়াই নিবলৈ অনুমতি দিয়া হয়, আৰু মুছলমান মহিলা ছাত্ৰ-ছাত্ৰীক শ্ৰেণীলৈ হিজাব পিন্ধিবলৈ দিয়া হয়।

২০০৮ – কেন্দ্ৰীয় বেংকে ৰেপো ৰেট আৰু ৰিভাৰ্ছ ৰেট এক শতাংশ কৰ্তন কৰে।

২০০৮ – কৰ্ণাটকৰ বেলগামত ভাৰত আৰু চীনৰ সেনাৰ যৌথ সামৰিক অনুশীলন ২০০৮ চনৰ হেণ্ড ইন হেণ্ড ২০০৮ আৰম্ভ হয়।

২০১২ – ইজিপ্তত বিক্ষোভৰ সময়ত ৭ জন লোক নিহত আৰু ৭৭০ জন আহত হয়।

জন্ম

১৭৩২ – ৱাৰেন হেষ্টিংছ – ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল।

১৮৯৬ – আজিৰ দিনটোতে বৃজলাল ব্যানী – মধ্যপ্ৰদেশৰ বিশিষ্ট সামাজিক আৰু ৰাজনৈতিক কৰ্মী।

১৯৪৭ – প্ৰবীণ কুমাৰ সোৱতী – ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ষুদ্ৰ পৰ্দাৰ অভিনেতা।

১৯৯৮ – কপিল দেৱ দ্বিবেদী – বেদ, বেদাংগ, সংস্কৃত, ব্যাকৰণ, আৰু ভাষাবিজ্ঞানৰ এজন অসাধাৰণ পণ্ডিত।

মৃত্যু

১৯৫৬ – ড° ভীমৰাও আম্বেদকাৰ – সংবিধান নিৰ্মাতা আৰু বৌদ্ধ পুনৰুজ্জীৱনবাদী।

১৯৮৬ – ভগৱান সহায় – ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ দ্বিতীয় ৰাজ্যপাল।

১৯৯৮ – মেজৰ হোছিয়াৰ সিং – পৰম বীৰ চক্ৰ সজ্জিত ভাৰতীয় সৈনিক।

২০০৯ – বিনা ৰায়ৰ বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।

২০১৫ – ৰাম মোহন – বিখ্যাত ভাৰতীয় চৰিত্ৰ অভিনেতা।

২০১৫ – ড° ব্ৰহ্মদেৱ শৰ্মা – ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ বিষয়া।

গুৰুত্বপূৰ্ণ দিন

নাগৰিক প্ৰতিৰক্ষা দিৱস

হোম গাৰ্ড প্ৰতিষ্ঠা দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

এবিভিপিৰ তিনিদিনীয়া ৭১ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সামৰণি
ৰাজস্থান বিধানসভা নিৰ্বাচন: পেট্ৰ’ল-ডিজেলৰ হাৰ পুনৰীক্ষণ কৰিব- মোডী
নৌসেনাৰ মুৰব্বীয়ে মুকলি কৰিলে আটাইতকৈ গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক নথি ‘ভাৰতীয় সামুদ্ৰিক মতবাদ’
অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
মুখ্যমন্ত্ৰীয়ে ‘ৰিয়েল এষ্টেট ব্ৰোকাৰ’ৰ দৰে কাম কৰিছেঃ গৌৰৱ গগৈ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চুৰি গোচৰৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ
Next Article সহকাৰী শিক্ষয়ত্ৰীক নির্যাতনৰ অভিযোগত আটক অধ্যক্ষক মুক্তিৰ দাবীত কাছাৰৰ কালাইনত ছাত্র ছাত্রীৰ প্ৰতিবাদ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?