• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ২৭ ডিচেম্বৰ: ১৯১১ চনত জন গণ মনৰ প্ৰথম গায়ন
National

ইতিহাসৰ পৃষ্ঠাত ২৭ ডিচেম্বৰ: ১৯১১ চনত জন গণ মনৰ প্ৰথম গায়ন

CliQ INDIA
Last updated: December 26, 2025 11:55 am
CliQ INDIA
Share
4 Min Read
SHARE

বৰ্ষ ১৯১১ টো ভাৰতীয় ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ বছৰ আছিল। এই বছৰৰ ভিতৰতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা (বৰ্তমান কলকাতা) অধিৱেশনৰ সময়ত প্ৰথমবাৰৰ বাবে জন গণ মন ৰাজহুৱাভাৱে গোৱা হৈছিল। মহান কবি, দাৰ্শনিক, নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটিৰ ৰচনা কৰিছিল। সেই সময়ত দেশখন ব্ৰিটিছ শাসনৰ অধীনত আছিল আৰু স্বাধীনতা আন্দোলন দ্ৰুতগতিত আগবাঢ়িছিল। এই পৰিবেশত জন গণ মনৰ গায়ন-বায়নে ভাৰতীয়ৰ বাবে আত্মসন্মান, ঐক্য, আৰু জাতীয় চেতনাৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

এই গীতটোত ভাৰতৰ বৈচিত্ৰ্যৰ ঐক্যৰ মনোভাৱ, বিভিন্ন প্ৰদেশ, ভাষা, সংস্কৃতিৰ সুন্দৰ সংশ্লেষণ প্ৰতিফলিত হৈছে। কংগ্ৰেছৰ অধিৱেশনত ইয়াৰ গায়ন-বায়নে স্বাধীনতা সংগ্ৰামী আৰু প্ৰতিনিধিৰ হৃদয়ত দেশপ্ৰেম আৰু নিষ্ঠাৰ ভাৱ জগাই তুলিছিল। পিছলৈ ১৯৫০ চনৰ ২৪ জানুৱাৰীত জন গণ মনক আনুষ্ঠানিকভাৱে ভাৰতৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰা হয়। আজিও এই গীতটোৱে নাগৰিকসকলক একত্ৰিত কৰি জাতিৰ প্ৰতি থকা কৰ্তব্য পালন কৰিবলৈ অনুপ্ৰাণিত কৰে।

ভাৰত ভাগ্য বিধাতা নামেৰে বাংলা ভাষাত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল আৰু তেওঁৰ ভতিজী সৰলা দেৱী চৌধুৰানীয়ে ৰচনা কৰি মঞ্চত গাইছিল। এই গীতটোৱে ভাৰতৰ বিভিন্ন প্ৰদেশ, নদী, পৰ্বত, আৰু সংস্কৃতিক উদযাপন কৰিছিল। এই কথা শুনি মহাত্মা গান্ধীয়ে ইয়াক প্ৰশংসা কৰি জাতীয় ঐক্যৰ প্ৰতীক বুলি অভিহিত কৰে।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৮৬১ – কলিকতা (বৰ্তমান কলকাতা)ত চাহৰ প্ৰথম ৰাজহুৱা নিলাম হয়।

১৯১১ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা (বৰ্তমান কলকাতা) অধিৱেশনৰ সময়ত প্ৰথমবাৰৰ বাবে জন গণ মান গোৱা হয়।

১৯৩৪ – পাৰস্যৰ শ্বাহে পাৰস্যৰ নাম ইৰাণ ৰখাৰ কথা ঘোষণা কৰে।

১৯৩৯ – তুৰস্কত হোৱা ভূমিকম্পত প্ৰায় ৪০ হাজাৰ লোকৰ মৃত্যু হয়।

১৯৪৫ – আজিৰ দিনটোতে বিশ্বৰ অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে বিশ্ব বেংক প্ৰতিষ্ঠা কৰা হয়।

১৯৪৫ – ২৯ খন সদস্য দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি প্ৰতিষ্ঠা কৰা হয়।

১৯৬০ – ফ্ৰান্সে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।

১৯৬১ – বেলজিয়াম আৰু কংগোৰ মাজত কূটনৈতিক সম্পৰ্ক পুনৰ স্থাপন হয়।

১৯৭২ – উত্তৰ কোৰিয়াত নতুন সংবিধান কাৰ্যকৰী হয়।

১৯৭৫ – ঝাৰখণ্ডৰ ধনবাদ জিলাৰ চাছনালা কয়লা খনিৰ দুৰ্ঘটনাত ৩৭২ জন লোকৰ মৃত্যু হয়।

১৯৭৯ – আফগানিস্তানত ৰাজনৈতিক পৰিৱৰ্তন ঘটে আৰু সামৰিক অভ্যুত্থানত হাফিজুল্লা আমিনক হত্যা কৰা হয়।

১৯৭৯ – ছোভিয়েট সেনাই আফগানিস্তান আক্ৰমণ কৰে।

১৯৮৫ – ইউৰোপৰ ভিয়েনা আৰু ৰোম বিমানবন্দৰত সন্ত্ৰাসবাদী আক্ৰমণত ১৬ জন লোক নিহত আৰু এশৰো অধিক আহত হয়।

২০০০ – অষ্ট্ৰেলিয়াত বিবাহৰ পূৰ্বে সম্পৰ্ক বৈধ কৰা হয়।

২০০১ – ভাৰত-পাক যুদ্ধ ৰোধৰ ক্ষেত্ৰত আমেৰিকা আৰু ৰাছিয়া সক্ৰিয় হয়।

২০০১ – লস্কৰ-ই-তৈবাই আব্দুল ৱাহিদ কাশ্মীৰীক নতুন প্ৰধান হিচাপে নিযুক্তি দিয়ে।

২০০১ – ৰাষ্ট্ৰসংঘই পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন উম্মা-ই-তামীৰ-ই-বোৰ একাউণ্ট ফ্ৰীজ কৰাৰ নিৰ্দেশ দিয়ে।

২০০২ – আমেৰিকাত ইভ নামৰ প্ৰথমটো মানৱ ক্ল’নৰ জন্ম হয়।

২০০৪ – তৃতীয় আৰু অন্তিম এদিনীয়াত বাংলাদেশক পৰাস্ত কৰি ভাৰতে ২-১ গ’লত শৃংখলা জয় কৰে।

২০০৭ – ৰাৱালপিণ্ডিৰ সমীপত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোক গুলীয়াই হত্যা কৰা হয়।

২০০৮ – ভি শান্তৰাম বঁটা প্ৰদান অনুষ্ঠানত তাৰে জামিন পাৰে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।

২০০৮ – আশা এণ্ড কোম্পানীয়ে লিমকা বুক অৱ ৰেকৰ্ডছত তালিকাভুক্ত হয়।

জন্ম

১৭৯৭ – আজিৰ দিনটোতে গালিব – বিখ্যাত উৰ্দু-পাৰ্চী কবি।

১৮৯৫ – উজ্জ্বল সিং – পঞ্জাৱৰ বিশিষ্ট শিখ কৰ্মী।

১৯২৭ – উত্তৰাখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী নিত্যানন্দ স্বামী।

১৯৪২ – লেন্স নাইক এলবাৰ্ট এক্কা, পৰম বীৰ চক্ৰ সজ্জিত ভাৰতীয় সৈনিক।

১৯৬৫ – ছলমান খান, বলীউডৰ অভিনেতা।

১৯৮৭ – গিৰিজা অক – হিন্দী, মাৰাঠী, আৰু কানাড়া চলচ্চিত্ৰ উদ্যোগত কাম কৰা ভাৰতীয় অভিনেত্ৰী।

১৯৯৩ – নীতিশ ৰাণা – ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

১৯৯৪ – মৈৰেম্বম কইৰাং সিং – ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী।

১৯৯৮ – ৱাংকান ধাং – চীনৰ পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ।

২০১৩ – ফাৰুক শ্বেখ – বলীউডৰ বিখ্যাত অভিনেতা

২০২০ – সুনীল কোথাৰী – ভাৰতৰ প্ৰখ্যাত নৃত্য ইতিহাসবিদ, পণ্ডিত আৰু সমালোচক।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ঃ বৰষুণৰ ফলত হোৱা ক্ষতিৰ বাবে শোক প্ৰকাশ
পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কলিয়াৰ জলন্ধৰ বাসগৃহত গ্ৰেনেড আক্ৰমণ | BulletsIn
জম্মুৰ পৰা আন এটা ৬,৯৭৯ তীৰ্থযাত্ৰী শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে ৰাওনা
প্ৰধানমন্ত্ৰী মোদীয়ে আজি যুৱসকলক প্ৰদান কৰিব এক নতুন মঞ্চ ‘উন্নত ভাৰত@২০৪৭: যুৱক-যুৱতীৰ কণ্ঠ’
ক’ৰোনা ভেকচিন আৰু হাৰ্ট এটেকত হোৱা মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাইঃ স্বাস্থ্য মন্ত্ৰালয়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গৌৰীপুৰ আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰী
Next Article বাংলাদেশত হিন্দু যুৱকক নিৰ্ম্মম ভাৱে হত্যাৰ বিৰুদ্ধে বিজনীত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?