• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ২৭ জুলাই: শ্বুটিঙৰ বিশ্বজুৰি জনপ্ৰিয়তা লাভ
National

ইতিহাসৰ পৃষ্ঠাত ২৭ জুলাই: শ্বুটিঙৰ বিশ্বজুৰি জনপ্ৰিয়তা লাভ

CliQ INDIA
Last updated: July 26, 2025 8:50 pm
CliQ INDIA
Share
3 Min Read
SHARE

২৭ জুলাই দেশৰ শ্বুটিং ইতিহাসৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ পৰে, যেতিয়া ১৯৯৪ চনত ইটালীৰ মিলানত অনুষ্ঠিত ৪৬ সংখ্যক বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপৰ জুনিয়ৰ শাখাত জছপাল ৰানাই সোণৰ পদক লাভ কৰে। অভিলেখ সৃষ্টি কৰি তেওঁ (৫৬৯/৬০০)স্কোৰ কৰি আলোড়নৰ সৃষ্টি কৰিছিল । ভাৰতীয় শ্বুটিং দলৰ ‘শিখা বাহক’ বুলি অভিহিত কৰা হৈছে জছপাল ৰানাক। ‘অৰ্জুন বঁটা’ৰে সন্মানিত জস্পল ৰাণাই এছিয়ান, বিশ্ব কমনৱেলথ, কমনৱেলথ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৬০০ৰো অধিক পদক লাভ কৰে।

অন্যান্য মুখ্য ঘটনাৱলী :

১৭৮৯ – প্ৰথম ফেডাৰেল এজেন্সী বৈদেশিক পৰিক্ৰমা বিভাগ স্থাপন কৰা হয়।

১৮৬২ – আমেৰিকাৰ কেণ্টন চহৰত ধুমুহাত ৪০ হাজাৰ লোকৰ মৃত্যু হয়।

১৮৩৬ – দক্ষিণ অষ্ট্ৰেলিয়াত এডিলেইড প্ৰতিষ্ঠা হয়।

১৮৮৮ – ফিলিপ প্ৰাটে প্ৰথম ইলেক্ট্ৰিক অটোম’বাইল প্ৰদৰ্শন কৰে।

১৯২১ – আজিৰ দিনটোতে টৰন্টো বিশ্ববিদ্যালয়ৰ দুজন বিজ্ঞানীয়ে ইনচুলিন নামৰ হৰম’ন এটা পৃথক কৰাত সফল হয়।

১৯৩৯ – কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) প্ৰতিষ্ঠা।

১৯৯৬ – জৰ্জিয়াৰ আটলান্টাত অলিম্পিক গেমছৰ সময়ত বোমা বিস্ফোৰণ।

১৯৯৪ – শ্বুটাৰ জছপাল ৰাণাই বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে।

১৮৯৭ – আজিৰ দিনটোতে বাল গংগাধৰ তিলক প্ৰথম বাৰৰ বাবে গ্ৰেপ্তাৰ হয়।

১৭৮৯ – প্ৰথম ফেডাৰেল সংস্থা দ্য ডিপাৰ্টমেণ্ট অৱ ফৰেইন এফেয়াৰ্ছ স্থাপন কৰা হয়।

১৯৩৫ – আজিৰ দিনটোতে চীনৰ ইয়াংচে আৰু হোয়াং নদীৰ বানত দুই লাখ লোকৰ মৃত্যু হয়।

১৮৬২ – আমেৰিকাৰ কেণ্টন চহৰত ধুমুহাই বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু ৪০ হাজাৰ লোকৰ মৃত্যু হয়।

১৯৬২- আফ্ৰিকান-আমেৰিকান নাগৰিক অধিকাৰ আন্দোলনৰ নেতা মাৰ্টিন লুথাৰ কিংক জুনিয়া জৰ্জিয়াত কাৰাগাৰত বন্দী কৰা হয়।

১৯১২ – অভিযাত্ৰীসকলে টাইটানিক জাহাজৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে।

জন্ম:

১৯১৩ – কল্পনা দত্ত, স্বাধীনতা সংগ্ৰামী

১৯৪০ – ভাৰতী মুখাৰ্জী – ভাৰতীয় মূলৰ বিখ্যাত সাহিত্যিক

১৯৫৪ – জি.এছ.বালি, ৰাজনীতিবিদ

১৯৬০ – উদ্ধৱ থাকৰে – ৰাজনীতিবিদ আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯৬৭ – আছিফ বাছৰা – অভিনেতা

১৯৬৩ – কে. চিত্ৰা – ভাৰতৰ বিখ্যাত গায়িকা

১৯৬৭ – ৰাহুল বসু, অভিনেতা

১৯৮৩ – ছ’ক’ৰ ভেলহো, ফুটবল খেলুৱৈ

১৯৮৩ – সীমা পুনিয়া – ভাৰতীয় মহিলা ডিস্কছ নিক্ষেপকাৰী খেলুৱৈ

১৯৯০ – কৃতি ছানন, অভিনেত্ৰী

মৃত্যু:

১৮৯১ চন – ৰাজেন্দ্ৰলাল মিত্ৰ – ভাৰতীয় অধ্যয়নৰ সৈতে জড়িত বিষয়ৰ প্ৰখ্যাত পণ্ডিত।

১৯৩৩ – কল্যাণ সিং কলৱী – নৱম লোকসভাৰ সদস্য।

১৯৪৪ – পীতাম্বৰ দত্ত বদথৱাল – বিখ্যাত হিন্দী সাহিত্যিক আৰু পণ্ডিত আচাৰ্য ৰামচন্দ্ৰ শুক্লাৰ সহযোগী।

১৯৭০ – পট্টম থানু পিল্লাই – কেৰালাৰ বিশিষ্ট নেতা।

১৯৮৭ – ভাৰতীয় পক্ষীবিদ আৰু প্ৰকৃতিবিদ চেলিম আলী।

১৯৯২ – আমজাদ খান, বিখ্যাত অভিনেতা।

১৯৯৯ – আই.কে. কুমাৰন – মাহী অঞ্চলৰ পৰা ফৰাচী শাসন আঁতৰোৱাত মুখ্য ভূমিকা পালন কৰিছিল।

২০০২ – কৃষ্ণ কান্ত – ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি

২০০৩ – বব হোপ, বিখ্যাত কমেডিয়ান।

২০০৬ – শিৱদিন ৰাম যোশী – কবি

২০১৫ – ড° আব্দুল কালাম- ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি।

২০১৬ – লাচু মহাৰাজ – ভাৰতৰ বিখ্যাত তবলাবাদক।

২০১৭ – এন ধৰম সিং – ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

কংগ্ৰেছৰ ইস্তাহাৰ মাওবাদৰ মতাদৰ্শক বাস্তৱ কৰাৰ প্ৰয়াসঃ নৰেন্দ্ৰ মোডী
হিন্দন এয়াৰবেছত গৰুড় কমাণ্ডো আৰু এন এছ জিৰ কটকটীয়া পহৰাত শ্বেখ হাছিনা | BulletsIn
মণিপুৰৰ হিংসাৰ পিছত চিকিৎসালয়ত পৰি থকা ১৭৫টা মৃতদেহ দাহ কৰাৰ ‘ছুপ্ৰিম’নিৰ্দেশ
ৰাজঘাটৰ সমীপত প্ৰতিৰক্ষা মন্ত্ৰীয়ে উন্মোচন কৰিলে ১০ ফুট ওখ ৰাষ্ট্ৰপিতাৰ প্ৰতিমূৰ্তি
ভাৰতে ৩০টা জটিল খনিজ পদাৰ্থৰ তালিকা প্ৰস্তুত কৰিছে, যাৰ লক্ষ্য হৈছে নিকা-শূন্য নিৰ্গমন।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালে আশা কৰিছে যে প্ৰধানমন্ত্ৰী অলিৰ ভাৰত ভ্ৰমণৰ সময়ত হেণ্ডঅভাৰ চুক্তি স্বাক্ষৰিত হ’ব
Next Article ইছৰোৰ সৌৰ অভিযান আদিত্য় এল১ আলোচনালৈ যাত্ৰা ডিগবৈৰ মেধাৱী ছাত্ৰী হিমানী গুৰুঙৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?