• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ২৪ ছেপ্টেম্বৰঃ ২০১৪ চনত ভাৰতৰ মংগলযান মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে স্থাপন
National

ইতিহাসৰ পাতত ২৪ ছেপ্টেম্বৰঃ ২০১৪ চনত ভাৰতৰ মংগলযান মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে স্থাপন

CliQ INDIA
Last updated: September 23, 2025 7:00 pm
CliQ INDIA
Share
4 Min Read
SHARE

২০১৪ চনৰ ২৪ ছেপ্টেম্বৰৰ দিনটো ভাৰতীয় মহাকাশ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈছিল। আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই নিজৰ অভিলাষী মংগলযানক মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে স্থাপন কৰে। এই সাফল্যৰ লগে লগে ভাৰতে অকলেই এই অভিযান সফলতাৰে সম্পন্ন কৰা নিৰ্দিষ্ট কেইখনমান দেশৰ সৈতে যোগ দিলে।

মংগলযান অভিযানে ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্য আৰু মহাকাশ গৱেষণাত দেশৰ বিশ্বব্যাপী ভূমিকাক শক্তিশালী কৰি তুলিলে। এই সফলতাই প্ৰমাণ কৰিলে যে ভাৰতে সীমিত সম্পদৰ মাজতো উচ্চ প্ৰযুক্তিৰ অভিযানত বিশ্বমানৰ প্ৰদৰ্শন লাভ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ পৰিঘটনা-

১৬৮৮ – ফ্ৰান্সে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৭২৬ – ইষ্ট ইণ্ডিয়া কোম্পানীক বম্বে, কলিকতা, আৰু মাদ্ৰাজত পৌৰ নিগম আৰু মেয়ৰৰ আদালত স্থাপন কৰিবলৈ কৰ্তৃত্ব দিয়া হয়।

১৭৮৯ – আমেৰিকাত এটৰ্নী জেনেৰেলৰ কাৰ্যালয় স্থাপন কৰা হয়।

১৯৩২ – ড° ভীমৰাও আম্বেদকাৰ আৰু মহাত্মা গান্ধীয়ে পুনেৰ য়েৰৱাড়া কেন্দ্ৰীয় কাৰাগাৰত দলিতসকলৰ বাবে বিধানসভাৰ আসন সংৰক্ষণৰ বাবে বিশেষ চুক্তিত উপনীত হয়।

১৯৩২ – বংগৰ বিপ্লৱী জাতীয়তাবাদী প্ৰীতিলাতা ৱাডেদাৰ দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।

১৯৪৮ – হোণ্ডা মটৰ কোম্পানী প্ৰতিষ্ঠা হয়।

১৯৬৫ – চৌদি আৰব আৰু ইজিপ্তৰ মাজত য়েমেন সন্দৰ্ভত চুক্তি স্বাক্ষৰিত হয়।

১৯৬৮ – দক্ষিণ আফ্ৰিকাৰ এখন দেশ শ্বাজিলেণ্ডে ৰাষ্ট্ৰসংঘত যোগদান কৰে।

১৯৭১ – ব্ৰিটেইনে চোৰাংচোৱাগিৰিৰ অভিযোগত ৯০ জন ৰাছিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰে।

১৯৭৮ – পূৰ্বৰ ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৭৯ – ঘানাই সংবিধান গ্ৰহণ কৰে।

১৯৯০ – পূব জাৰ্মানীয়ে ৱাৰ্ছ চুক্তিৰ পৰা আঁতৰি যায়।

১৯৯৬ – আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ৰাষ্ট্ৰসংঘত বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিত স্বাক্ষৰ কৰে।

১৯৯৬ – ব্যাপক পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰ আৰম্ভ হয় আৰু আমেৰিকাই এই সন্ধিত স্বাক্ষৰ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

২০০৩ – ফ্ৰান্সৰ ৰাষ্ট্ৰপতি জেক চিৰাকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আসনৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰে।

২০০৫ – আই এ ই এয়ে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়টো নিৰাপত্তা পৰিষদলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

২০০৭ – ম্যানমাৰৰ ৰাজধানী ইয়াংগনত এক লাখৰো অধিক লোকে ৰাজপথলৈ ওলাই আহি সামৰিক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

২০০৭ – এম এছ ধোনিৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে টি-২০ বিশ্বকাপ জয় কৰে।

২০০৮ – চীন আৰু নেপালে দূৰসংযোগৰ ক্ষেত্ৰত এক উল্লেখযোগ্য চুক্তি স্বাক্ষৰ কৰে।

২০০৮ – ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱক টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰে সেনা প্ৰধান জেনেৰেল দীপক কাপুৰে।

২০০৮ – মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত নলিনী আৰু আন দুজন দোষীক অকাল মুক্তিৰ আবেদন খাৰিজ কৰে।

২০০৯ – ভাৰতৰ প্ৰথম চন্দ্ৰযান-১ খনৰ দ্বাৰা চন্দ্ৰৰ পৃষ্ঠত পানী আৱিষ্কাৰ হয়।

২০১৩ – পাকিস্তানৰ বেলুচিস্তানত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পত ৫১৫ জন লোকৰ মৃত্যু হয়।

২০১৪ – ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ উপগ্ৰহ মংগলযানে মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে।

জন্ম-

১৮৫৬ – প্ৰতাপ নাৰায়ণ মিশ্ৰ – হিন্দী খড়িবোলী আৰু ‘ভাৰতেন্দ্ৰু যুগ’ৰ প্ৰচাৰক।

১৮৬১ – আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জাতীয়তাবাদী আন্দোলনৰ বিশিষ্ট নেত্ৰী মেডাম ভিকাইজী কামা।

১৯২৫ – আজিৰ দিনটোতে ঔটাৰ সিং পেণ্টেল – ভাৰতীয়, চিকিৎসা বিজ্ঞানী।

১৯৫০ – মহিন্দৰ অমৰনাথ – প্ৰাক্তন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ।

১৯৬৩ চনত পংকজ পাচৌৰী – জ্যেষ্ঠ টেলিভিছন সাংবাদিক।

১৯৭৯ – আমিৰা শ্বাহ – ভাৰতীয় উদ্যোগী আৰু মেট্ৰ’পলিছ হেল্থকেয়াৰৰ পৰিচালন সঞ্চালক।

১৯৭১ – লিম্বা ৰাম – ভাৰতৰ প্ৰথম প্ৰখ্যাত ধনুৰ্বিদ, ধনুৰ্বিদ্যাত বিশ্বব্যাপী সফলতা লাভ কৰে।

১৯৪০ – আৰতি সাহা – বিখ্যাত ভাৰতীয় মহিলা সাঁতোৰবিদ।

মৃত্যু-

২০০৬ – পদ্মিনী – দক্ষিণ ভাৰতীয় অভিনেত্ৰী আৰু প্ৰখ্যাত ভাৰতনাট্যম নৃত্যশিল্পী। নৃত্যৰ মহান পোহৰ (নৃত্যপেৰলি) নামেৰে জনাজাত।

২০০৪ – ৰাজা ৰমন্না – ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিকাশত মুখ্য ভূমিকা গ্ৰহণ কৰা ভাৰতীয় পাৰমাণৱিক বিজ্ঞানী।

১৯৯৭ – ই. এছ. ভেংকটৰমাইয়া-ভাৰতৰ প্ৰাক্তন ১৯ তম মুখ্য ন্যায়াধীশ।

১৯৯২ – সৰ্ব মিত্ৰ ছিক্ৰী – ভাৰতৰ প্ৰাক্তন ত্ৰয়োদশ মুখ্য ন্যায়াধীশ।

১৯৭৮ চনত ভূপতি মোহন সেন – প্ৰখ্যাত গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পুৱা শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ, দলীয় কাৰ্য্যসূচীত অংশগ্ৰহণ
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ছেমিকন ইণ্ডিয়া ২০২৫: ৪৮খন দেশৰ ২৫০০ প্ৰতিনিধিৰ অংশগ্ৰহণ
ছত্তীশগড় – প্ৰেচাৰ আই ই ডিৰ আঘাতত আহত এগৰাকী কন্যাসহ তিনিজন গাঁওবাসী
অৰুণাচলঃ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত আলফা স্বাধীনৰ কেডাৰ
ইতিহাসৰ পাতত ১৪ অক্টোবৰঃ ৰাষ্ট্ৰীয়তাবাদী ট্ৰেড ইউনিয়নৰ নেতা তথা ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাপক দত্তপন্ত থেংগাদীৰ মৃত্যু বাৰ্ষিকী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নিউয়ৰ্কত আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ’ আৰু ইউৰোপীয় ইউনিয়নৰ নেতাসকলক সাক্ষাৎ জয়শংকৰৰ
Next Article বজালীত এগৰাকী আৱেগিক জুবিন অনুৰাগীৰ ব্যতিক্ৰমী প্ৰতিবাদ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?