• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > আৰএছএছৰ মুৰব্বীৰ মন্তব্যক লৈ মণিপুৰ জনজাতীয় মঞ্চৰ প্ৰতিক্ৰিয়া, জাতিগত হিংসাৰ বাবে মুখ্যমন্ত্ৰীক দায়ী
National

আৰএছএছৰ মুৰব্বীৰ মন্তব্যক লৈ মণিপুৰ জনজাতীয় মঞ্চৰ প্ৰতিক্ৰিয়া, জাতিগত হিংসাৰ বাবে মুখ্যমন্ত্ৰীক দায়ী

CliQ INDIA
Last updated: October 25, 2023 10:30 pm
CliQ INDIA
Share
2 Min Read
SHARE

ইম্ফল, ২৫ অক্টোবৰ (হি.স.)। সংঘৰ্ষ জৰ্জৰ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্ৰতিষ্ঠা দিৱসৰ দিনা মুৰব্বী ডা০ মোহন ভাগৱতৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খিলঞ্জীয়া জনজাতি নেতা মঞ্চ (আইটিএলএফ)ই উত্তৰ-পূব ৰাজ্যখনত সংঘটিত হোৱা জাতিগত হিংসাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

মণিপুৰ সংকটৰ সন্দৰ্ভত মঙলবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰৰ ৰেশিমবাঘ খেলপথাৰত বাৰ্ষিক বিজয়দশমী উদযাপনত ভাষণ দি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ডা০ মোহন ভাগৱতে কয় যে এই হিংসাত্মক পৰিস্থিতিত কিছু বিচ্ছিন্নতাবাদী বাহিনী জড়িত হৈ আছে। কুকি আৰু মেইটেই দুয়োটা গোটে বছৰ বছৰ ধৰি তাত শান্তিপূৰ্ণভাৱে বাস কৰিছিল যদিও সীমান্ত অঞ্চলত সমস্যাৰ উদ্ভৱ হৈছিল বুলিও তেওঁ কয়।

আই টি এল এফৰ জ্যেষ্ঠ নেতা তথা মুখপাত্ৰ গিঞ্জা ভুৱেলজঙে কয় যে বিজেপি আৰু বীৰেন সিং চৰকাৰ ক্ষমতালৈ অহাৰ আগৰ আটাইকেইটা বছৰত সংখ্যাগৰিষ্ঠ মেইটেই আৰু কুকি-জো জনজাতিৰ মাজত কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাছিল।

ভূৱেলজঙে কয় যে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (এএফএছপিএ-আফস্পা) শেহতীয়াকৈ কেৱল মেইটেই প্ৰধান জিলাতহে আঁতৰোৱা হৈছে আৰু জনজাতীয় অঞ্চলত নহয় আৰু এইটো বিভ্ৰান্তিকৰ কাৰণ ইম্ফল উপত্যকাত চৰকাৰী সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠনে কাম কৰাৰ বিপৰীতে পাহাৰত থকা সশস্ত্ৰ সংগঠনসমূহৰ কাৰ্য্যকলাপৰ ৰাজ্য আৰু কেন্দ্ৰৰ সৈতে বুজাবুজিমতে নিলম্বিত হৈ আছে ।

আইটিএলএফে নেতাগৰাকীয়ে লগতে প্ৰশ্ন কৰে যে বন আইন অনুসৰি আইনখনে নিৰ্ধাৰণ কৰা পদ্ধতি অনুসৰণ নকৰাকৈ তথা অংশীদাৰসকলৰ পৰামৰ্শ লোৱাটোও অন্তৰ্ভুক্ত থকা সত্ত্বেও কিয় “ভাৰতীয় বন আইন, ১৯২৭ৰ অধীনত “সংৰক্ষিত” আৰু “সুৰক্ষিত” বনাঞ্চলৰ সন্দৰ্ভত ১৯৬৬ চনৰ চৰকাৰী অধিসূচনা ২০২৩ চনত হঠাতে কিয় কাৰ্যকৰী কৰা হ’ল ?”

তেওঁ কয় যে কুকি-জো জনজাতীয়সকলক “অবৈধ অনুপ্ৰৱেশকাৰী” বুলি ৰাজ্যিকভাৱে ব্ৰেণ্ডিং কৰা তথা ৰাজ্যখনৰ ড্ৰাগছৰ ভাবুকিৰ বাবে জনজাতীয়সকলক দোষাৰোপ কৰি মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি) মৰ্যাদাৰ দাবী হঠাতে পুনৰুজ্জীৱিত কৰা হয় ।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ

You Might Also Like

পেন্টাগনত আমেৰিকাৰ প্ৰতিৰক্ষা সচিবৰ সৈতে ৰাজনাথ সিঙৰ দ্বিপাক্ষিক আলোচনা | BulletsIn
নৌসেনাৰ মুৰব্বীয়ে মুকলি কৰিলে আটাইতকৈ গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক নথি ‘ভাৰতীয় সামুদ্ৰিক মতবাদ’
প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰৰ দুগৰাকী মহিলাৰ প্ৰচেষ্টাক প্ৰশংসা
এন এইচ আৰ চিৰ অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ, মধ্যপ্ৰদেশ চৰকাৰৰ পৰা বিচাৰিছে ৰিপৰ্ট
বিধানসভাৰ উপ-নিৰ্বাচনঃ গুজৰাটত বিছাৱদাৰৰ আসনত আপ, কাদি আসনত বিজেপি জয়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ২৭ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ইণ্ডিয়া মোবাইল কংগ্ৰেছ
Next Article বহৰিত ৮০ ফুট উচ্চতাৰ ৰাৱণ দাহন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?