• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > (আপডেট) শ্ৰীনগৰৰ নৌগাম থানাৰ বিস্ফোৰণত মৃত্যুৰ সংখ্যা ৯লৈ বৃদ্ধি, ২৯ জন আহত
National

(আপডেট) শ্ৰীনগৰৰ নৌগাম থানাৰ বিস্ফোৰণত মৃত্যুৰ সংখ্যা ৯লৈ বৃদ্ধি, ২৯ জন আহত

CliQ INDIA
Last updated: November 16, 2025 1:26 am
CliQ INDIA
Share
1 Min Read
SHARE

শ্ৰীনগৰ, ১৫ নৱেম্বৰ (হি.স.)। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাত শুকুৰবাৰে গভীৰ নিশা সংঘটিত হোৱা তীব্ৰ তীব্ৰ বিস্ফোৰণত নাইব তহচিলদাৰকে ধৰি ৯ জন লোক নিহত হোৱাৰ লগতে ২৯ জন আহত হয়। এই বিস্ফোৰণ দুৰ্ঘটনাবশত সংঘটিত হোৱা সন্দেহ কৰা হৈছে।

এজন বিষয়াই জনোৱা মতে, থানাৰ ভিতৰত জব্দ কৰা বিস্ফোৰক বিস্ফোৰণৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। তেওঁ কয় যে এই বিস্ফোৰকসমূহ হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা শেহতীয়াকৈ নৌগাম থানালৈ অনা এমোনিয়াম নাইট্ৰেট হোৱাৰ সম্ভাৱনা আছে। জম্মু-কাশ্মীৰ আৰক্ষী আৰু ফৰিদাবাদ আৰক্ষীয়ে চিকিৎসকৰ এটা সন্ত্ৰাসবাদী মডিউল ভাঙি পেলোৱাৰ পিছতে জব্দ কৰে এই বিস্ফোৰক।

তেওঁ কয় যে নিহত লোকসকলৰ অধিকাংশই আৰক্ষী আৰু এফ এছ এলৰ দলৰ সদস্য। নিহতসকলৰ ভিতৰত এজন নাইব তহচিলদাৰ আৰু এজন স্থানীয় দৰ্জীও আছিল, আনহাতে ২৯ জন লোক আহত হোৱাৰ বিপৰীতে কিছুমানৰ অৱস্থা সংকটজনক।

বিষয়াগৰাকীয়ে মৃতদেহ কেইটা সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ বাবে চিনাক্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। বিস্ফোৰণ ইমানেই তীব্ৰ আছিল যে আৰক্ষী থানাৰ পৰা প্ৰায় ১০০-২০০ মিটাৰ দূৰত্বত থকা ওচৰৰ ঘৰবোৰৰ পৰা শৰীৰৰ অংগ উদ্ধাৰ কৰা হয়। তেওঁ কয় যে আহতসকলক শ্ৰীনগৰৰ সেনাবাহিনীৰ ৯২ বেছ হাস্পতাল আৰু স্কাইমছ সৌৰাত ভৰ্তি কৰাৰ বিপৰীতে একাংশক স্থানীয় ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
ৰজনাথ সিং বিশকেকত এসকো প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাৰতীয় প্রতিনিধিদলৰ নেতৃত্ব দিছে আজি
বিপ্লৱী বিস্মিল, আছফাক, ৰোশন সিংহক মৃত্যুতিথিত বিজেপিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ভাৰত মাণ্ডপামত মবিলিটি গ্ল’বেল এক্সপ’ত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে
শান্তিপূৰ্ণভাৱে অনুষ্ঠিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ‘জল সংকট’ৰ ফলত কিৰ্গিস্তান আৰু তাজিকিস্তানৰ বিদ্যুৎ উৎপাদন প্ৰভাৱিত
Next Article আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে সুখ্যাতি অৰ্জন কৰা গোসাঁইগাঁৱৰ বয়োজ্যেষ্ঠ খেলুৱৈক ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026
কৃত্ৰিম বুদ্ধিমত্তা, দক্ষতা আৰু অৰ্থনৈতিক বিকাশ প্ৰদৰ্শনৰ বাবে পাটনাত বিহাৰ এআই সন্মিলন ২০২৬
Uncategorized
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?