• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ব্ৰিটেইনৰ স্ল’ত উদযাপিত ভগৱান জগন্নাথ ৰথ যাত্ৰা
International

ব্ৰিটেইনৰ স্ল’ত উদযাপিত ভগৱান জগন্নাথ ৰথ যাত্ৰা

CliQ INDIA
Last updated: June 30, 2025 10:55 pm
CliQ INDIA
Share
1 Min Read
SHARE

লণ্ডন, ৩০ জুন (হি.স.)। ব্ৰিটেইনৰ স্ল’ হিন্দু মন্দিৰৰ পৰা উলিওৱা ভগৱান জগন্নাথ ৰথ যাত্ৰাত ১০০০ৰো অধিক ভক্তই অংশগ্ৰহণ কৰে। ভাৰতীয় উচ্চায়ুক্ত লণ্ডনৰ উপ-উচ্চায়ুক্ত সুজিত জয় ঘোষেও ইয়াত অংশগ্ৰহণ কৰে। তেওঁ ‘পবিত্ৰ চেৰা পহৰ্ণা’ অনুষ্ঠান সম্পাদন কৰে। ভাৰতীয় উচ্চায়ুক্ত লণ্ডনে ইয়াৰ অফিচিয়েল এক্স হেণ্ডেলত লৰ্ড জগন্নাথ ৰথ যাত্ৰাৰ চিত্ৰাংকিত ব্ৰিফ শ্বেয়াৰ কৰিছে।

শ্ৰী জগন্নাথ ছ’চাইটি ইউ কেৰ তত্বাৱধানত উলিওৱা ভগৱান জগন্নাথৰ ৰথ যাত্ৰাত ভক্তসকলে উৎসাহ আৰু বিশ্বাসেৰে অংশগ্ৰহণ কৰে। সকলোৱে টানিলে পবিত্ৰ ৰথ। স্ল’ হিন্দু মন্দিৰত ভগৱান জগন্নাথৰ জয়ধ্বনি প্ৰতিধ্বনিত হৈছিল। ‘পবিত্ৰ চেৰা পহৰ্না’ ৰথ যাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানত দেৱতাৰ সন্মুখত ৰথ পৰিষ্কাৰ কৰা হয়। ই ঈশ্বৰৰ সন্মুখত নম্ৰতা আৰু সমতাৰ প্ৰতীক। শ্ৰী জগন্নাথ ছ’চাইটি ইউ কেৰ মতে এই সময়ত ভাৰতৰ পুৰিৰ মা গুণ্ডিচা মন্দিৰৰ দৃশ্য সজীৱ হৈ উঠিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মাওবাদী দলৰ কেন্দ্ৰীয় সমিতি ভংগ কৰাৰ প্ৰস্তাৱ প্ৰচণ্ডৰ
বৃহস্পতিবাৰৰ পৰা বৈদেশিক মন্ত্ৰী জয়শংকৰৰ নেপাল ভ্ৰমণ, উদ্বোধন কৰিব তিনিটা নতুন ট্ৰেন্সমিছন লাইন
বেলুচিস্তানত পাকিস্তানৰ বায়ুসেনাৰ বিমান আক্ৰমণ!
আমেৰিকাৰ জনসাধাৰণক প্ৰকৃত স্বাধীনতা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি ইলন মাস্কৰ নতুন ৰাজনৈতিক দলৰ কথা ঘোষণা
বাংলাদেশঃ ওছমান হাদীক গুলীওৱা জনক চিনাক্ত কৰা বুলি দাবী; হাদীৰ অৱস্থা সংকটজনক; ঢাকা-৮ৰ পৰা প্ৰাৰ্থী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিত্তমন্ত্ৰী সীতাৰমণৰ ৩০ জুনৰ পৰা ৫ জুলাইলৈ স্পেইন, পৰ্তুগাল আৰু ব্ৰাজিল ভ্ৰমণ
Next Article মণিপুৰত গ্ৰেপ্তাৰ তিনি উগ্ৰপন্থী, বোমা নিষ্ক্ৰিয়
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?