• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে ১৬ জুলাইত অন্তৱৰ্তীকালীন চৰকাৰৰ বৈধতা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ গ্ৰহণ কৰিব শুনানি
International

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে ১৬ জুলাইত অন্তৱৰ্তীকালীন চৰকাৰৰ বৈধতা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ গ্ৰহণ কৰিব শুনানি

CliQ INDIA
Last updated: July 1, 2025 11:40 pm
CliQ INDIA
Share
2 Min Read
SHARE

ঢাকা, ০১ জুলাই (হি.স.)। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে ১৬ জুলাইত অন্তৱৰ্তীকালীন চৰকাৰৰ বৈধতা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ শুনানি গ্ৰহণ কৰিব। উচচতম ন্যায়ালয়ে আজি আপীল আবেদনৰ শুনানি গ্ৰহণ কৰি এই তাৰিখ নিৰ্ধাৰণ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে আপীল আবেদনত। উচ্চ ন্যায়ালয়ে নিজৰ সিদ্ধান্তত অন্তৱৰ্তীকালীন চৰকাৰ গঠন আৰু শপত গ্ৰহণৰ বৈধতা ৰক্ষা কৰিছে।

দ্য ডেইলী ষ্টাৰ কাকতৰ বাতৰি অনুসৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চৈয়দ ৰেফাত আহমেদৰ নেতৃত্বত গঠিত আপীল বিচাৰপীঠে আবেদনকাৰী তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মহম্মদ মহছিন ৰছিদে আগতীয়াকৈ শুনানিৰ বাবে অনুৰোধ জনোৱাৰ পিছতে ১৬ জুলাইৰ তাৰিখ নিৰ্ধাৰণ কৰে।

উল্লেখ্য যে ১৩ জানুৱাৰীত মহম্মদ মহছিন ৰছিদৰ ৰিট আৱেদন উচ্চ ন্যায়ালয়ে চমুকৈ খাৰিজ কৰিছিল।এই ৰিটত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শৰ ভিত্তিত অন্তৱৰ্তীকালীন চৰকাৰ গঠন আৰু শপত গ্ৰহণৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছিল। উচ্চ ন্যায়ালয়ে নিজৰ সিদ্ধান্তত উল্লেখ কৰিছিল যে অধ্যাপক মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখন বৈধ। ৰাইজৰ ইচ্ছামতে গঠন কৰা হৈছে।

ৰছিদে যুক্তি দিছিল যে অন্তৱৰ্তীকালীন চৰকাৰখনৰ আইনী ভিত্তিৰ অভাৱ আৰু ই দখল কৰাৰ সমান। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কৈছিল যে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে দেশৰ ইতিহাসৰ এক অনন্য মুহূৰ্তত সংবিধানৰ ১০৬ নং অনুচ্ছেদৰ অধীনত পৰামৰ্শদাতা মতামত বিচাৰিছিল আৰু সেই মতামত অনুসৰি কাম কৰিছিল। এই সিদ্ধান্ত লৈছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ফাতিমা নাজিব আৰু ন্যায়াধীশ ছিকদাৰ মাহমুদুৰ ৰাজীৰ বিচাৰপীঠে।

বিচাৰপীঠখনে কৈছিল যে যোৱা বছৰৰ জুলাই-আগষ্ট মাহত সংঘটিত হোৱা গণ বিদ্ৰোহ এতিয়া আমাৰ ইতিহাসৰ এক অংশ আৰু আগন্তুক বছৰবোৰতো ই জনসাধাৰণৰ বিবেকত সুৰক্ষিত হৈ থাকিব বুলি আশা কৰা হৈছে। ৰিট আবেদনখন ভুল, দুৰ্নীতিপৰায়ণ আৰু বিৰক্তিকৰ। ইয়াৰ পিছতে ২৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায় অধিবক্তা ৰছিদে।

তেওঁ আবেদনখনত পাঁচটা ভিত্তি উল্লেখ কৰে। ইয়াৰ ভিতৰত এই দাবীও অন্তৰ্ভুক্ত যে সংবিধানৰ ১০৬ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কোনো আনুষ্ঠানিক ৰেফাৰেন্স প্ৰেৰণ কৰা নাছিল আৰু আপীল বিভাগে ৮ আগষ্টলৈকে কোনো মতামত প্ৰদান কৰা নাছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পুলিৎজাৰ বঁটা বিজয়ী যুদ্ধ সংবাদদাতা পিটাৰ আৰ্নেটৰ দেহাৱসান
মিনেছ’টাৰ প্ৰাক্তন সদনৰ অধ্যক্ষ মেলিছা হৰ্টমেনক অন্তিম বিদায়
টেল আভিভত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন, গাজা পট্টীৰ ওচৰত বাজিছে চাইৰেন
য়েমেনৰ হুতীৰ স্থানত আমেৰিকা, ব্ৰিটেইনৰ ব্যাপক আক্ৰমণ
ভাৰতৰ মুখ্য ন্যায়াধীশ গাভাইৰ ভগৱান বুদ্ধৰ জন্মস্থান লুম্বিনি ভ্ৰমণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article হিৰো মটৰ্ছৰ আই পি অ’ৰ বাবে ছেবিত পুনৰ ডি আৰ এইচ পি দাখিল
Next Article ৱাকফ সন্দৰ্ভত তেজশ্বীৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ বিজেপি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?