• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > পাকিস্তানী আদালতৰ ইমৰাণ খান আৰু বুছৰা বিবিৰ কিছু গোচৰত অন্তৱৰ্তীকালীন জামিনৰ সময় বৃদ্ধি
International

পাকিস্তানী আদালতৰ ইমৰাণ খান আৰু বুছৰা বিবিৰ কিছু গোচৰত অন্তৱৰ্তীকালীন জামিনৰ সময় বৃদ্ধি

CliQ INDIA
Last updated: December 24, 2025 7:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

ইছলামাবাদ, ২৪ ডিচেম্বৰ (হি.স.)। পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিয়ে আজি আদালতৰ পৰা কিছু সকাহ লাভ কৰে। ফেডাৰেল ৰাজধানী ইছলামবাদৰ স্থানীয় আদালতে ৯ মে’ৰ গোচৰ আৰু আন পাঁচটা গোচৰত ইমৰাণ আৰু বুছৰা বিবিক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰে। পৰৱৰ্তী শুনানিত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ব্যক্তিগতভাৱে বা ভিডিঅ’ লিংকৰ জৰিয়তে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে আদালতে। দীৰ্ঘদিন ধৰি ৰাৱালপিণ্ডি কাৰাগাৰত (আদিয়ালা কাৰাগাৰ) বন্দী হৈ থকা খান কেইবাটাও গোচৰত দোষী সাব্যস্ত হৈছে।

গ্ৰেপ্তাৰৰ পূৰ্বে জামিনৰ আবেদনৰ শুনানি গ্ৰহণ কৰে অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ মহম্মদ আফজল মাজোকাই। ইমৰাণ আৰু বুছৰা বিবিৰ হৈ অধিবক্তা ছামছা কায়ানী হাজিৰ হয়। কিন্তু ইমৰাণৰ অনুপস্থিতিৰ বাবে জামিন আৱেদন সন্দৰ্ভত যুক্তি আগবঢ়াব পৰা নাছিল।

ফলত আদালতে অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰি শুনানি ২৭ জানুৱাৰীলৈ স্থগিত ৰাখে।

৯ মে’ৰ গোচৰৰ উপৰিও হত্যাৰ চেষ্টা আৰু কথিত ভুৱা ৰচিদ দাখিল কৰাকে ধৰি অন্যান্য গোচৰো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে। বুছৰা বিবিয়েও তোষাখানা উপহাৰৰ সৈতে জড়িত ভুৱা ৰচিদ জমা দিয়াৰ অভিযোগত সুকীয়া গোচৰৰ সন্মুখীন হৈছে। ইফালে আদালতে বুছৰা বিবিৰ গ্ৰেপ্তাৰৰ পূৰ্বে জামিনৰ আবেদনৰ অন্তৱৰ্তীকালীন জামিন আবেদন বৃদ্ধি কৰি গোচৰটো ২৭ জানুৱাৰীলৈ স্থগিত ৰাখে।

ইফালে, পিটিআইৰ অধিবক্তা খালিদ ইউছুফ চৌধুৰীক টোছাখানা গোচৰত শেহতীয়াকৈ দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে আবেদন দাখিল কৰাৰ বাবে পাৱাৰ অৱ এটৰ্নী কাগজত স্বাক্ষৰ লোৱাৰ বাবে পুনৰবাৰ ইমৰাণ খানক সাক্ষাৎ কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। টোছাখানা-২ গোচৰত দলৰ প্ৰতিষ্ঠাপকৰ আপীল কৰাৰ অধিকাৰত “ইচ্ছাকৃতভাৱে বাধা দিয়া”ক গৰিহণা দিয়ে পিটিআইয়ে। পিটিআইয়ে উল্লেখ কৰিছিল যে পঞ্জাৱ জেল ৰুলছ, ১৯৭৮ৰ ১৭৮ আৰু ১৭৯ নং নিয়মৰ অধীনত প্ৰতিজন কয়দীৰ অধিবক্তাক লগ পোৱাৰ, আইনী নথি-পত্ৰত স্বাক্ষৰ কৰাৰ, আপীল দাখিল কৰাৰ আইনী অধিকাৰ আছে আৰু এই ক্ষেত্ৰত জেল কৰ্তৃপক্ষৰ বাধা সৃষ্টি কৰাৰ কোনো অধিকাৰ নাই। দলটোৱে আৰু অভিযোগ কৰে যে আপীলৰ অধিকাৰ অস্বীকাৰ কৰিলে সংবিধানৰ ১০ক, ৪, ৯, আৰু ২৫ নং অনুচ্ছেদ উলংঘা কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

অলিৰ প্ৰস্তাৱিত ভাৰত ভ্ৰমণৰ সময়ত পঞ্চেশ্বৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা
ৰাছিয়াৰ প্ৰধান তেল কোম্পানী ৰছনেফ্ট আৰু লুক’ইলৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ
থাইলেণ্ড আৰু কম্বোডিয়ালৈ ট্ৰাম্পৰ কঠোৰ সতৰ্কবাণী, যদি যুদ্ধ বন্ধ নহয় তেন্তে কোনো বাণিজ্য নহ’ব
মধ্যপ্ৰাচ্যৰ উত্তেজনা হ্ৰাস পোৱাৰ লগে লগে তেলৰ মূল্য হ্ৰাস: ইজৰাইলে সৈন্য প্ৰত্যাহাৰ, যুদ্ধবিৰতি আলোচনা আৰম্ভ
পাকিস্তানৰ বিমান আক্ৰমণত কাবুলৰ চিকিৎসালয়ত ৪০০ জন নিহত, তালিবানৰ দাবী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰণবীৰ কাপুৰৰ এনিমেল আন্তঃৰাষ্ট্ৰীয় মুক্তিৰ বাবে সাজু, ১৩ ফেব্ৰুৱাৰীত জাপানত মুক্তি
Next Article যেতিয়া অটলজীয়ে ক’লে, ‘এখন কাণেৰে ৰেডিঅ’ আৰু আনখন কাণেৰে শুনা মোৰ ভাষণ’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?