• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > নেপালী সংসদৰ উপাধ্যক্ষৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তুতি, শাসকীয় মিত্ৰজোঁটৰ দলসমূহৰ জৰুৰী বৈঠক আহ্বান
International

নেপালী সংসদৰ উপাধ্যক্ষৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তুতি, শাসকীয় মিত্ৰজোঁটৰ দলসমূহৰ জৰুৰী বৈঠক আহ্বান

CliQ INDIA
Last updated: August 20, 2025 4:11 am
CliQ INDIA
Share
2 Min Read
SHARE

কাঠমাণ্ডু, ১৯ আগষ্ট (হি স)। নেপালী সংসদৰ প্ৰতিনিধি সদনৰ উপাধ্যক্ষ ইন্দিৰা ৰাণা মাগৰৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ বাবে প্ৰস্তুতি চলাই মঙলবাৰে শাসকীয় সমষ্টিৰ দলসমূহে সংসদীয় দলৰ জৰুৰী বৈঠক আহ্বান কৰে। এই বৈঠকত অংশগ্ৰহণ কৰা সাংসদসকলক সাধাৰণ কাগজত চহী কৰিবলৈ কোৱা হৈছে।

শাসকীয় নেপালী কংগ্ৰেছ (এনচি) আৰু চিপিএন-ইউএমএলৰ জৰুৰী বৈঠকত অংশগ্ৰহণ কৰা সাংসদসকলে কয় যে এই স্বাক্ষৰ গ্ৰহণ কৰি উপ অধ্যক্ষ ইন্দিৰা ৰাণা মাগাৰক পদৰ পৰা অপসাৰণ কৰা হৈছে। নেপালী কংগ্ৰেছৰ এগৰাকী সাংসদৰ মতে, দলৰ সদস্যসকলক পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত সংসদীয় দলৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে ইউএমএলৰ মুখ্য সতক মহেশ বৰতৌলাইও স্বীকাৰ কৰে যে সকলো সাংসদকে অভিযোগনামা প্রস্তাৱত স্বাক্ষৰ কৰিবলৈ নির্দেশ দিয়া হৈছে৷

উপ অধ্যক্ষ ৰানা মাগৰৰ বিৰুদ্ধে বিভিন্ন ব্যক্তিৰ বাবে আমেৰিকাৰ ভিছা আবেদনৰ সমৰ্থনত সংসদ সচিবালয়ৰ লেটাৰহেডত পৰামৰ্শ পত্ৰ জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পূৰ্বেও শাসকীয় দলটোৱে অভিযোগনামা দাখিলৰ প্ৰস্তাৱ আনিছিল যদিও শাসকীয় মিত্ৰজোঁটৰ সৰু সৰু দলৰ বিৰোধিতাত প্ৰত্যাহাৰ কৰা হয়।

বৰ্তমান শাসকীয় মিত্ৰজোঁটৰ প্ৰধান সমষ্টি দুটা নেপালী কংগ্ৰেছ (৮৮) আৰু ইউএমএল (৭৯)ৰ মুঠ ১৬৭ জন সাংসদ আছে। ২৭৫ জনীয়া প্ৰতিনিধি সদনত অভিযোগনামা গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। অৰ্থাৎ শাসকীয় দলটোক আৰু ১৬ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। ইয়াৰে জনতা সমাজবাদী পাৰ্টিৰ ৭ জন সাংসদ আৰু চৰকাৰৰ অংশ ডেম’ক্ৰেটিক সমাজবাদী পাৰ্টিৰ ৪ জন সাংসদে সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে। বাকী ৫ জন সাংসদৰ বাবে জনমত পাৰ্টিৰ ৬ জন সাংসদৰ সৈতে আলোচনা চলি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

চতিয়াৰ ইটাখোলাত স্পেনিছ দম্পতীক আদৰণি
মহাকাশ সামৰ্থ্য বৃদ্ধিৰ বাবে অহা বছৰ ইৰানে উৎক্ষেপণ কৰিব তিনিটা ঘৰুৱা উপগ্ৰহ
নেপালৰ কেচিনোৰ পৰা উদ্ধাৰ ব্যাপক সংখ্যক ভাৰতীয় আধাৰ কাৰ্ড, নিৰাপত্তাৰ ক্ষেত্ৰত ডাঙৰ ভাবুকি
য়েমেনৰ হুতীৰ স্থানত আমেৰিকা, ব্ৰিটেইনৰ ব্যাপক আক্ৰমণ
চীনৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুটা নতুন পাৰমাণৱিক কেন্দ্ৰৰ অনুমোদন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ক’ল ইণ্ডিয়াৰ কংকন ৰে’লৱে কৰ্প’ৰেশ্যন লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ
Next Article এন ডি এৰ বৈঠকত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনক আদৰণি, কাইলৈ পুৱা দাখিল কৰিব মনোনয়ন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?