• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > নেপালঃ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীৰ দলীয় সদস্যপদ বাতিল
International

নেপালঃ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীৰ দলীয় সদস্যপদ বাতিল

CliQ INDIA
Last updated: July 25, 2025 4:35 am
CliQ INDIA
Share
1 Min Read
SHARE

কাঠমাণ্ডু, ২৪ জুলাই (হি.স.)। নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীৰ দলীয় সদস্যপদ বাতিল কৰা হৈছে। নেপাল কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী) অৰ্থাৎ চিপিএন-ইউএমএলৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকৰ সিদ্ধান্তৰ পিছতে তেওঁৰ দলৰ সদস্যপদ বাতিল কৰা হৈছে।

শেহতীয়াকৈ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীয়ে চিপিএন-ইউএমএলৰ সদস্যপদ গ্ৰহণ কৰিছিল। কেৱল এয়াই নহয়, যোৱা বছৰ আৰু চলিত বৰ্ষতো তেওঁ দলৰ সদস্যপদ নবীকৰণ কৰিছিল যদিও দলৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত প্ৰাক্তন ৰাষ্ট্ৰপতি ভাণ্ডাৰীক সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁৰ সদস্যপদ বাতিল কৰা হৈছে।

এই তথ্য দি চিপিএন ইউএমএলৰ সাধাৰণ সম্পাদক শংকৰ পোখৰেলে কয় যে তিনিদিনীয়া কেন্দ্ৰীয় সমিতিৰ বৈঠকত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত তেওঁৰ সদস্যপদ বাতিল কৰা হৈছে। পোখৰেলে কয় যে দলৰ ৱেবছাইটত সক্ৰিয় সদস্যপদৰ তালিকাৰ পৰাও তেওঁৰ নাম আঁতৰোৱা হৈছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীয়ে কাঠমাণ্ডুত এক কাৰ্যসূচী আয়োজন কৰি দলৰ সভাপতি তথা প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সন্মুখত সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ কথা ঘোষণা কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

নেপালঃ ভূটান শৰণাৰ্থী গোচৰত দুজন প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীক জামিন দিবলৈ অস্বীকাৰ উচ্চ ন্যায়ালয়ৰ
বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ আবেদন
নৱবৰ্ষৰ প্ৰথম দিনটোৱে কন্দুৱালে ছুইজাৰলেণ্ড, লাক্ষাগৃহত পৰিণত ক্ৰেন্স-মন্টানা ৰিজ’ৰ্ট
আমেৰিকাৰ আগশাৰীৰ উদ্যোগপতি চাৰ্লছ টি মুংগাৰৰ ৯৯ বছৰ বয়সত মৃত্যু
আজি সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিব নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ডিজিটেল আই টি আৰ দাখিল কৰা লোকৰ সংখ্যা ৯.১৯ কোটিলৈ বৃদ্ধি
Next Article সংসদ ভৱন চৌহদত এছআইআৰৰ বিৰুদ্ধে প্ৰতিবাদত ছোনিয়া গান্ধীৰ অংশগ্ৰহণ, ইয়াৰ প্ৰত্যাহাৰৰ দাবী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?