• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ট্ৰাম্পৰ পুটিনক তীব্ৰ সমালোচনা, ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞাৰ ইংগিত
International

ট্ৰাম্পৰ পুটিনক তীব্ৰ সমালোচনা, ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞাৰ ইংগিত

CliQ INDIA
Last updated: July 9, 2025 10:55 am
CliQ INDIA
Share
2 Min Read
SHARE

ৱাশ্বিংটন, ০৯ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইন যুদ্ধৰ বিষয়টোক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তীব্ৰ সমালোচনা কৰিছে । মঙলবাৰে হোৱাইট হাউছত অনুষ্ঠিত কেবিনেট বৈঠকৰ সময়ত ট্ৰাম্পে পুটিনৰ নীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ৰাছিয়াৰ ওপৰত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ ইংগিত দিয়ে।

ট্ৰাম্পে কয়, আমি পুটিনৰ পৰা বহুত আজে বাজে কথা পাইছো। তেওঁ সকলো সময়তে অতি ধুনীয়া হোৱাৰ অভিনয় কৰে, কিন্তু সেই সকলোবোৰ অসাৰ বুলি প্ৰমাণিত হৈছে। তেওঁ লগতে কয় যে পুটিনে “বহুত লোকক হত্যা কৰি আছে, তেওঁৰ সৈন্যৰ লগতে ইউক্ৰেইনৰ জনসাধাৰণকো হত্যা কৰিছে।”

ইফালে, ছিনেটে প্ৰস্তাৱ কৰা ৰাছিয়াৰ ওপৰত অতিৰিক্ত নিষেধাজ্ঞাৰ বিধেয়কখনক সমৰ্থন কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে মই ইয়াক গুৰুত্বসহকাৰে বিবেচনা কৰি আছো, কিন্তু পৰৱৰ্তী পৰিকল্পনাৰ ক্ষেত্ৰত মৌন হৈ কয় যে আমি অলপ আচৰিত হোৱাটো নিবিচাৰোনে?

ইউক্ৰেইনলৈ আমেৰিকাই অধিক ‘ৰক্ষামূলক অস্ত্ৰ’ প্ৰেৰণ কৰিব বুলিও ট্ৰাম্পে ঘোষণা কৰে। এই সন্দৰ্ভত পেন্টাগনে সামৰ্থ্য পৰ্যালোচনা আৰম্ভ কৰিছে।

ইফালে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ব্ৰিটিছ সংসদত ভাষণ দি ইউক্ৰেইনক সমৰ্থন কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। তেওঁ কয়, আমি শেষ মুহূৰ্তলৈকে যুঁজিম যাতে যুদ্ধবিৰতি হয় আৰু স্থায়ী শান্তি প্ৰতিষ্ঠা হয়। ইউক্ৰেইনত আমাৰ উমৈহতীয়া নীতি আৰু নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ পৰিছে।

আনহাতে, ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয় যে ৰাছিয়াই অধিক আলোচনাৰ বাবে ইউক্ৰেইনৰ পৰা তাৰিখৰ প্ৰস্তাৱৰ বাবে অপেক্ষা কৰি আছে। লগতে ৰাছিয়াই কালি ইউক্ৰেইনৰ ড্নিপ্ৰ’পেট্ৰ’ভস্ক অঞ্চলৰ ডাচনে গাঁও দখল কৰাৰ দাবী কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পিঅ’কেৰ গিলগিটৰ বানবিধ্বস্ত পথত ভূমিস্খলনত ৮ জন লোকৰ মৃত্যু
পুতিনৰ বেইজিং ভ্ৰমণে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চীনৰ সূক্ষ্ম কৌশলৰ ইংগিত দিয়ে।
আমেৰিকাৰ বাহিৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো সদস্যৰ গাজাত হোৱা দুৰ্ভিক্ষক ‘মানৱসৃষ্ট সংকট’ বুলি অভিহিত
পাকিস্তানৰ পেছাৱৰ আক্ৰমণত জড়িত ডায়েছ-কে কমাণ্ডাৰ আফগানিস্তানত নিহত
হাদীৰ হত্যাকাণ্ডক লৈ ক্ষুব্ধ বাংলাদেশৰ ইনকিলাব মঞ্চ; ২৫ ডিচেম্বৰৰ পিছত আন্দোলন ঘোষণা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article খাৰুপেটীয়া আৰক্ষীয়ে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিলে দূৰ্ধৰ্ষ ছাইবাৰ অপৰাধী
Next Article ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিলে ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?