• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ২০২৬ চনলৈকে বঢ়ালে লেবাননৰ শান্তি অভিযান
International

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ২০২৬ চনলৈকে বঢ়ালে লেবাননৰ শান্তি অভিযান

CliQ INDIA
Last updated: August 29, 2025 3:47 pm
CliQ INDIA
Share
2 Min Read
SHARE

– পুনৰ আৰম্ভ হ’ব চূড়ান্ত প্ৰত্যাহাৰৰ পৰ্যায়

ৰাষ্ট্ৰসংঘ, ২৯ আগষ্ট (হি.স.)। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (ইউএনএছচি) লেবাননত দীৰ্ঘদিনীয়া শান্তি অভিযানক “শেষবাৰৰ বাবে” বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া এই অভিযান ২০২৬ চনৰ ৩১ ডিচেম্বৰলৈকে চলি থাকিব, তাৰ পিছত এবছৰৰ ভিতৰত ইয়াৰ শৃংখলাবদ্ধ আৰু নিৰাপদ প্ৰত্যাহাৰ আৰম্ভ হ’ব।

ফ্ৰান্সে প্ৰস্তুত কৰা খচৰাত নিৰাপত্তা পৰিষদে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে অনুমোদন জনায়। প্ৰস্তাৱটোত কোৱা হৈছে যে লেবানন চৰকাৰৰ সৈতে আলোচনা কৰি ২০২৬ চনৰ শেষৰ পৰা এবছৰৰ ভিতৰত লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনী (ইউনিফিল-UNIFIL) প্ৰত্যাহাৰ কৰা হ’ব, যাতে দক্ষিণ লেবাননৰ নিৰাপত্তাৰ দায়িত্ব কেৱল লেবানন চৰকাৰৰ হাততহে থাকে।

১৯৭৮ চনত লেবাননত ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনী (ইউনিফিল) স্থাপন কৰা হৈছিল। এই অভিযানে দক্ষিণ লেবানন আৰু ইজৰাইলৰ মাজৰ সীমান্ত নিৰীক্ষণ কৰে। ২০০৬ চনত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত হোৱা যুদ্ধৰ পিছত ইয়াৰ ক্ষমতা সম্প্ৰসাৰণ কৰা হয়, যাতে শান্তিৰক্ষীসকলে লেবাননৰ সেনাৰ সৈতে কাম কৰি সশস্ত্ৰ গোটসমূহক বাধা দিব পাৰে।

কিন্তু হিজবুল্লাহৰ প্ৰভাৱৰ বাবে এই অভিযান বিতৰ্কিত হৈ পৰিছে। ইজৰাইলৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ডেনি ডেননে কয় যে, দশক দশক ধৰি ইউনিফিলৰ সম্প্ৰসাৰণ এক ভ্ৰম বুলি প্ৰমাণিত হৈছে। এই অভিযানে হিজবুল্লাহক এক বিপজ্জনক আঞ্চলিক শক্তি হিচাপে গঢ়ি তুলিবলৈ অনুমতি দিলে।

আমেৰিকাই স্পষ্ট কৰি দিছে যে ইউনিফিলৰ বাবে এইটোৱেই শেষ সম্প্ৰসাৰণ। আমেৰিকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত ড’ৰথী শ্বিয়াই কয় যে, যোৱা এবছৰত লেবাননৰ নিৰাপত্তা পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে। এতিয়া লেবাননে অধিক দায়িত্ব লোৱাৰ সময় আহি পৰিছে।

লেবাননৰ প্ৰধানমন্ত্ৰী নৱাফ চালামে এই প্ৰস্তাৱক আদৰণি জনায়। তেওঁ কয় যে ইজৰাইলে এতিয়াও দখল কৰি থকা পাঁচটা অঞ্চলৰ পৰা নিজৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ আহ্বান পুনৰবাৰ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বাংলাদেশৰ কুখ্যাত জল্লাদ শ্বাহজাহান ভূঞা আৰু নাই | BulletsIn
পাকিস্তানে পৰীক্ষা কৰিলে ‘আবাবিল’ বেলিষ্টিক মিছাইল, লক্ষ্য়ৰ ভিতৰত ভাৰতো
ভাৰতৰ বৈদেশিক সচিবৰ নেপালৰ প্ৰধানমন্ত্ৰী অলিক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ
ভাষা আন্দোলনৰ কৰ্মী তথা ৰবীন্দ্ৰ অধ্যয়নৰ বিশিষ্ট গৱেষক আহমেদ ৰফিকৰ পৰলোকপ্ৰাপ্তি
গাজাত হামাছক ঘেৰি ধৰিছে ইজৰাইল, স্থলৰ পৰা আকাশলৈ আক্ৰমণ, ধৰাশায়ী সন্ত্ৰাসবাদী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিশ্বৰ বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াতো মিশ্ৰিত ব্যৱসায়
Next Article ২০২৫ চনত ক্লাউডবাৰ্ষ্ট: ভাৰত কিয় ভয়ংকৰ বাৰিষাৰ সন্মুখীন হৈছে | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?