• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীয়ে টকিঅ’ত জাপানৰ ১৬খন প্ৰিফেকচাৰৰ গৱৰ্ণৰৰ সৈতে আলোচনাত মিলিত
International

ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীয়ে টকিঅ’ত জাপানৰ ১৬খন প্ৰিফেকচাৰৰ গৱৰ্ণৰৰ সৈতে আলোচনাত মিলিত

CliQ INDIA
Last updated: August 30, 2025 1:16 pm
CliQ INDIA
Share
2 Min Read
SHARE

টকিঅ’ (জাপান), ৩০ আগষ্ট (হি.স.)। দুদিনীয়া জাপান ভ্ৰমণ সমাপ্ত হোৱাৰ কিছু সময়ৰ পূৰ্বে আজি পুৱা ৰাজধানী টকিঅ’ত জাপানৰ ১৬খন প্ৰদেশৰ ৰাজ্যপালৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে ৰাজ্য-প্ৰদেশৰ সহযোগিতা ভাৰত-জাপানৰ বন্ধুত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত এই অনুষ্ঠানৰ এখন ফটো আৰু চমু বৰ্ণনা শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স পোষ্টত লিখিছে, আজি পুৱা টকিঅ’ত জাপানৰ ১৬খন প্ৰদেশৰ গৱৰ্ণৰৰ সৈতে আলোচনাত মিলিত হ’লোঁ। ৰাজ্য-প্ৰদেশৰ সহযোগিতা ভাৰত-জাপানৰ বন্ধুত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। এই কাৰণেই কালি ১৫ সংখ্যক বাৰ্ষিক ভাৰত-জাপান সন্মিলনৰ সময়ত ইয়াৰ ওপৰত এক সুকীয়া পদক্ষেপ আৰম্ভ কৰা হ’ল। বাণিজ্য, উদ্ভাৱন, … উদ্যোগীকৰণ আদি ভৱিষ্যতমুখী ক্ষেত্ৰ যেনে ষ্টাৰ্টআপ, প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাও উপকাৰী হ’ব পাৰে।

ইয়াৰ পূৰ্বে ভাৰত আৰু জাপানৰ নেতাসকলে শুকুৰবাৰে অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে প্ৰতিৰক্ষা, শক্তি আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। ৰাজধানী টকিঅ’ত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই আগন্তুক দশকত ভাৰতত জাপানৰ ব্যক্তিগত বিনিয়োগ বছৰি প্ৰায় ৬.৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যত সহমতত উপনীত হয়।

লগতে আগন্তুক পাঁচ বছৰত শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান পাঁচ লাখলৈ বৃদ্ধিৰ বাবেও সন্মতি প্ৰকাশ কৰে। দুয়োখন চৰকাৰে আশা কৰিছে যে ভাৰতৰ যুৱ কৰ্মশক্তিয়ে জাপানৰ বয়স বৃদ্ধি আৰু হ্ৰাস পোৱা জনসংখ্যাৰ ফলত সৃষ্টি হোৱা শ্ৰমিকৰ নাটনি দূৰ কৰাত সহায় কৰিব পাৰিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

জলবায়ু পৰিৱৰ্তন আৰু খাদ্য সংকটৰ দৰে প্ৰত্যাহ্বানসমূহ একেলগে মোকাবিলা কৰিব লাগিব: ওম বিৰলা
ফ্ৰান্সৰ নিউভেচেপেলত থকা ভাৰতীয় যুদ্ধ স্মৃতিসৌধত ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে | BulletsIn
ইৰাণত নেতৃত্বৰ পৰিৱৰ্তনৰ সম্ভাৱনাক নুই কৰা নাই ট্ৰাম্প
পূৰ্বৰ প্ৰধানমন্ত্ৰী অলিকে ধৰি পাঁচজন ব্যক্তিক কাঠমাণ্ডু এৰি যোৱাত নিষেধাজ্ঞা আৰোপ
ভাৰত ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী অলিৰ চীন ভ্ৰমণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছসহ এজনক আটক
Next Article ইতিহাসৰ পৃষ্ঠাত ৩১ আগষ্টঃ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে কিংবদন্তি খেলুৱৈ ছাৰ গেৰী ছ’বাৰ্ছে এটা অভাৰত ৬টা ছয় কোবায়
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?