• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বেলুচিস্তানত বিএলএৰ আক্ৰমণত নিহত তিনিজন সেনা বিষয়া, অচিনাক্ত আক্ৰমণকাৰীৰ বিধায়কৰ ভাতৃক হত্যা
International

বেলুচিস্তানত বিএলএৰ আক্ৰমণত নিহত তিনিজন সেনা বিষয়া, অচিনাক্ত আক্ৰমণকাৰীৰ বিধায়কৰ ভাতৃক হত্যা

CliQ INDIA
Last updated: October 20, 2025 10:55 am
CliQ INDIA
Share
3 Min Read
SHARE

-লেভি বাহিনীৰ বিক্ষোভ প্ৰদৰ্শন

কুৱেটা (বেলুচিস্তান), ২০ অক্টোবৰ (হি.স.)। বেলুচিস্তান লিবাৰেশ্যন আৰ্মী (বিএলএ)য়ে প্ৰদেশখনৰ মাষ্টুং, বালঘাটাৰ আৰু ছ’ৰাবৰ চাৰিটা স্থানত আক্ৰমণ কৰি পাকিস্তান সেনাৰ তিনিজন বিষয়া নিহত কৰে। সৈনিকৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুটি নিয়ে আৰু কেইবাটাও স্থানত গধুৰ যন্ত্ৰপাতি জ্বলাই দিয়ে। তদুপৰি নেচনেল পাৰ্টিৰ এজন বিধায়কৰ ভাতৃক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। ইফালে প্ৰাদেশিক চৰকাৰে লেভিছক আৰক্ষীৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কালাটৰ লেভিৰ বিষয়া-জোৱানে প্ৰতিবাদ সাব্যস্ত কৰিছে। আনহাতে চাৰিটা স্থানত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বিএলএই।

দ্য বেলুচিস্তান পোষ্টে (পাষ্টো ভাষা) ১৯ অক্টোবৰত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি বেলুচ লিবাৰেচন আৰ্মীৰ মুখপাত্ৰ জৈন্দ বেলুচে কয় যে তেওঁলোকৰ সেনাপতিসকলে মাষ্টুং, বালঘাটাৰ আৰু ছ’ৰাবত চাৰিটা পৃথক অভিযানত পাকিস্তানী সেনা আৰু ইয়াৰ মিত্ৰশক্তিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই তিনিজন সেনা বিষয়া নিহত হয়। সোৰাবত নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হয় যদিও বিএলএই সোৰাবত দুজন কেডাৰ হেৰুৱায়। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, ১৭ অক্টোবৰত বিএলএৰ অধিনায়কসকলে মাষ্টুং অঞ্চলৰ মৰুভূমিত পদাতিক বাহিনীক এম্বুছ কৰি আক্ৰমণ কৰিছিল। মাষ্টুঙৰ মাৰো অঞ্চলৰ গণ্ডিনত সেনাৰ চেকপইণ্ট নিৰ্মাণ কৰা কোম্পানী এটাৰ গধুৰ যন্ত্ৰপাতি জ্বলাই দিছিল।

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ তেওঁলোকৰ কমাণ্ডাৰসকলে ৰিম’ট কণ্ট্ৰ’লড আই ই ডিৰে বালঘাটাৰৰ কুৰ্কি চেকপইণ্টত আক্ৰমণ চলাইছিল। বিস্ফোৰণত থিতাতে মৃত্যু হয় এজন সেনা বিষয়াৰ। ১৬ অক্টোবৰত বেলুচ লিবাৰেচন আৰ্মীৰ কমাণ্ডাৰসকলে শ্বাব ছ’ৰাবৰ মিল শ্বাহুৰাইত থকা লেভি ফৰ্চৰ আউটপোষ্টৰ পৰা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। এগৰাকী মুখপাত্ৰই কয় যে আউটপোষ্টটো ধন দাবীৰ সৈতে জড়িত। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে বিএলএই কেতিয়াও লেভিক আক্ৰমণ নকৰে, কিন্তু অত্যাচাৰ কৰা বিষয়া আৰু কৰ্মীৰ বিৰুদ্ধে আক্ৰমণ কৰাটো প্ৰয়োজনীয়। আৰক্ষী আৰু লেভিসকলৰ অধিকাংশই বেলুচ।

আন এক খবৰ অনুসৰি পাঞ্জগুৰি জিলাৰ চিটকানত অচিনাক্ত বন্দুকধাৰীয়ে নেশ্যনেল পাৰ্টিৰ কেন্দ্ৰীয় নেতা তথা বেলুচিস্তান বিধানসভাৰ সদস্য মিৰ ৰেহমত ছালেহ বালোচৰ ভাতৃক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, ১৯ অক্টোবৰৰ সন্ধিয়া তেওঁৰ ঘৰৰ সমীপত সংঘটিত হোৱা এই ঘটনাটো পাঞ্জগুৰ আৰক্ষীয়ে মৃত লোকজনক ৱালিদ ছালেহ বালোচ বুলি চিনাক্ত কৰে। ৱালিদ আছিল নেচনেল পাৰ্টিৰ নেতা হাজী ছালেহ মহম্মদৰ পুত্ৰ আৰু পাঞ্জগুৰ জিলাৰ জিলা সভাপতি মালিক ছালেহ বেলুচ আৰু বেলুচিস্তান বিধানসভাৰ সদস্য ৰেহমত ছালেহৰ কনিষ্ঠ ভাতৃ। ঘৰৰ সমীপত ৱালিদ ছালেহক গুলীয়াই হত্যা কৰে অজ্ঞাত দুৰ্বৃত্তই। থিতাতে তেওঁৰ মৃত্যু হয়। কোনোমতে আক্রমণকাৰী পলায়ন কৰিবলৈ সক্ষম হয়।

আন এক প্ৰতিবেদন অনুসৰি বেলুচিস্তান চৰকাৰে লেভিসকলক আৰক্ষীত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। ইয়াৰ পিছতে সমগ্ৰ প্ৰদেশখনতে লেভিৰ বিষয়া আৰু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কালাটৰ লেভি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিবাদী সমাৱেশত বহু সংখ্যক বিষয়া-কৰ্মীয়ে অংশগ্ৰহণ কৰে। লেভিৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলীখন শ্বাহী বজাৰ, হাস্পতাল ৰোড, হাৰবয় ৰোড, দৰবাৰ ৰোড, আদি পথৰ মাজেৰে পাৰ হৈ কালাটৰ লেভি মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল ৰাজহুৱা সমাৱেশ হৈ পৰিছিল। এই উপলক্ষে লেভিৰ বিষয়াসকলে কয় যে ১৪২ বছৰীয়া এই বাহিনীটোৱে বেলুচিস্তানত শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বাহিনীটোৰ জোৱানে প্ৰাণ আহুতি দিছে। তেওঁলোকে কয় যে লেভিসকলক আৰক্ষীৰ সৈতে একত্ৰিত কৰাৰ অতীতৰ অভিজ্ঞতা বিফল হৈছে, আৰু এতিয়া একেটা ব্যৰ্থ প্ৰচেষ্টাৰ পুনৰাবৃত্তি কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ইৰাণত নেতৃত্বৰ পৰিৱৰ্তনৰ সম্ভাৱনাক নুই কৰা নাই ট্ৰাম্প
জেইএআইচিএ জাপান-আফ্ৰিকা হোমটাউন প্ৰকল্প বাতিল কৰিব
দক্ষিণ কোৰিয়াৰ পাৰমাণৱিক চালিত চাবমেৰিনে চীনক প্ৰতিহত কৰাত সহায় কৰিব: আমেৰিকাৰ নৌসেনাৰ মুৰব্বী
দক্ষিণ গাজাত ইজৰাইলৰ টেংকৰ গৰ্জন অব্যাহত, লেবাননত হিজবুল্লাহৰ ঘাটিত আক্ৰমণ
ভাৰত আৰু বটছৱানাই ন্যায্য আৰু বহনক্ষম বিশ্বব্যৱস্থা গঢ়ি তুলিব পাৰেঃ ৰাষ্ট্ৰপতি মুৰ্মু

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰথমখন এদিনীয়াত ভাৰতক ৭ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ শৃংখলাত ১-০ত অগ্ৰগতি
Next Article বদৰি-কেদাৰ ধামত অতি আড়ম্বৰেৰে উদযাপন কৰা হ’ব দীপোৎসৱ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?