• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বন্দুকধাৰীয়ে ছিনচিনাটিত শিশুৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা, এজন নিহত
International

বন্দুকধাৰীয়ে ছিনচিনাটিত শিশুৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা, এজন নিহত

CliQ INDIA
Last updated: November 7, 2023 11:30 am
CliQ INDIA
Share
1 Min Read
SHARE

ছিনচিনাটি, ০৭ নৱেম্বৰ (হি.স.)। আমেৰিকাত বন্ধ হোৱা নাই বন্দুক সংস্কৃতিৰ বাবে সংঘটিত হোৱা হিংসাত্মক ঘটনা। শেহতীয়া ঘটনাটোত, এজন বন্দুকধাৰীয়ে ছিনচিনাটিত শিশুৰ ভিৰৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত এজন ১১ বছৰীয়া লৰা নিহত হয় আৰু আন পাঁচজন আহত হয়। ঘটনাটো শুক্ৰবাৰে নিশা সংঘটিত হৈছিল।

আৰক্ষী প্ৰধান টেৰী থেটজে কৈছিল যে শুক্ৰবাৰে নিশা ৯:৩০ বজাৰ আগতে এখন গাড়ীত থকা এজন ব্যক্তিয়ে শিশুৰ দল এটাৰ ওপৰত ২২ ৰাউণ্ড গুলী চালনা কৰিছিল। আক্ৰমণটোত চাৰিটা শিশু আহত হৈছিল। তেওঁলোকৰ ভিতৰত আছে ১২, ১৩ আৰু ১৫ বছৰ বয়সৰ তিনিজন ল’ৰা আৰু এজনী ১৫ বছৰীয়া ছোৱালী। আক্ৰমণটোত এগৰাকী ৫৩ বছৰীয়া মহিলাও আহত হৈছিল। একে সময়তে, এজন ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা স্থিৰ বুলি কোৱা হৈছে।

হিন্দুস্থান সমাচাৰ/অজিত/অৰৱিন্দ/মনোজ

You Might Also Like

ঋষি সুনাকক জোকাৰণি-হাউছ অৱ লৰ্ডছত গৃহীত নহ’ল ৰুৱাণ্ডা বিধেয়ক
Pakistan Faces Deepening Fuel Crisis Amid Limited Reserves and LNG Shortage
ইজৰাইলৰ সেনা প্ৰধানৰ পদত্যাগ ঘোষণা, হামাছৰ আক্ৰমণৰ ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ | BulletsIn
পাকিস্তানৰ পঞ্জাৱত বানপানীৰ বিধ্বংসী ৰূপ ধাৰণ, শিখ তীৰ্থস্থান কৰতাৰপুৰ প্লাৱিত
নেপালী ছাত্ৰ-ছাত্ৰীৰ সৈতে দুৰ্ব্যৱহাৰৰ বাবে ওডিছা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দুজন নিৰাপত্তাৰক্ষীক বৰ্খাস্ত, তিনিজন বিষয়াক নিলম্বন | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পেট্ৰ'ল, ডিজেলৰ মূল্য স্থিৰ, খাৰুৱা তেলৰ দৰ প্ৰতি বেৰেলত ৮৫ ডলাৰৰ ওচৰত
Next Article ছত্তীশগড়ঃ প্ৰথম পৰ্যায়ত ২০ খন আসনত ভোটগ্ৰহণ আৰম্ভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?