• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বটছৱানাত উপস্থিত হোৱা ৰাষ্ট্ৰপতি মুৰ্মুলৈ গাৰ্ড অৱ অনাৰ সন্মান; দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি হ’ব স্বাক্ষৰিত
International

বটছৱানাত উপস্থিত হোৱা ৰাষ্ট্ৰপতি মুৰ্মুলৈ গাৰ্ড অৱ অনাৰ সন্মান; দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি হ’ব স্বাক্ষৰিত

CliQ INDIA
Last updated: November 12, 2025 5:06 pm
CliQ INDIA
Share
2 Min Read
SHARE
भारत की राष्ट्रपति द्रौपदी मुर्मु अफ्रीका की अपनी दो देशों की यात्रा के अंतिम चरण में बोत्सवाना पहुंच चुकी हैं। यह फोटो राष्ट्रपति भवन ने अपने एक्स हैंडल पर साझा किए हैं।
भारत की राष्ट्रपति द्रौपदी मुर्मु अफ्रीका की अपनी दो देशों की यात्रा के अंतिम चरण में बोत्सवाना पहुंच चुकी हैं। यह फोटो राष्ट्रपति भवन ने अपने एक्स हैंडल पर साझा किए हैं।

গাব’ৰ’ন (বটছৱানা), ১২ নৱেম্বৰ (হি.স.): ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আফ্ৰিকা ভ্ৰমণৰ দুখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত বটছৱানাত উপস্থিত হৈছে । ছাৰ চেৰেট্চে খামা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বটছৱানাৰ ৰাষ্ট্ৰপতি অধিবক্তা ডুমা গিডিয়ান বকোৱে তেওঁক উষ্ম আদৰণি জনায়। তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। এই তথ্যৰ লগতে এখন ফটো ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইমৰ মাজনিশাৰ ঠিক পিছতেই ভাৰতীয় ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল একাউণ্টত শ্বেয়াৰ কৰা হৈছিল।

ৰাষ্ট্ৰপতি ভৱনে এক্স-পোষ্টত লিখিছে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আফ্ৰিকা ভ্ৰমণৰ অন্তিম পৰ্যায়ত বটছৱানাৰ গাব’ৰ’নৰ ছাৰ চেৰেট্চে খামা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৮ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ ভ্ৰমণৰ প্ৰথম লেগ এংগোলাত নিজৰ এংগেজমেণ্ট সমাপ্ত কৰাৰ পিছত লুয়াণ্ডাৰ পৰা বটছৱানালৈ ৰাওনা হয়।

বটছৱানাৰ সমকক্ষৰ আমন্ত্ৰণত উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী। ১৩ নৱেম্বৰলৈকে তেওঁৰ এংগেজমেণ্টৰ কথা।এই ভ্ৰমণ ভাৰত-বটছৱানা সম্পৰ্কৰ এক মাইলৰ খুঁটি। বটছৱানাত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ঔষধ, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। লগতে দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হ’ব।

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বটছৱানাৰ ৰাষ্ট্ৰীয় বিধানসভাতো ভাষণ দিব। লগতে তেওঁ সাংস্কৃতিক আৰু ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰিব । বটছৱানাই ভাৰতৰ সৈতে প্ৰজেক্ট চিতা আৰু বটছৱানাৰ পৰা ভাৰতলৈ চিটাৰ সম্ভাৱ্য স্থানান্তৰৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ব্ৰিটেইন, কানাডা আৰু অষ্ট্ৰেলিয়াৰ সৈতে পৰ্তুগালেও দিলে পেলেষ্টাইনক স্বীকৃতি; ফ্ৰান্সো সাজু, ইজৰাইলৰ স্থিতি আৰু কঠোৰ
নেপালৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট নেতাসকলৰ ড° মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ | BulletsIn
আজি প্ৰধানমন্ত্ৰী অলিৰ প্ৰতিনিধি সদনৰ বৈঠকত ভাষণ
অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যত ৱাৰেণ্ট প্ৰদান কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ, দুজন বিষয়াৰ মৃত্যু
পাঁচটা মিত্ৰ দেশৰ সৈতে আমেৰিকাৰ য়েমেনৰ হুতীৰ স্থানত বিমান আক্ৰমণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চাবুৱা ডিকমত বাট আগচি ২৬ লাখ টকা ডকাইতি
Next Article এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা বাৰ্ষিকী সমাৰোহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অংশগ্ৰহণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?