• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ফুটবল বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ড’নাল্ড ট্ৰাম্পলৈ প্ৰথমটো ফিফা শান্তি বঁটা প্ৰদান
International

ফুটবল বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ড’নাল্ড ট্ৰাম্পলৈ প্ৰথমটো ফিফা শান্তি বঁটা প্ৰদান

CliQ INDIA
Last updated: December 6, 2025 2:11 pm
CliQ INDIA
Share
2 Min Read
SHARE

ৱাশ্বিংটন, ০৬ ডিচেম্বৰ (হি.স.)। শান্তিৰ নোবেল বঁটাৰ বাবে অক্লান্তভাৱে চেষ্টা কৰি অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লাভ কৰে ফিফা শান্তি বঁটা। শুকুৰবাৰে ৱাশ্বিংটনৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ৰ ড্ৰ’ৰ সময়ত তেওঁক প্ৰথমটো ফিফা শান্তি বঁটাৰে সন্মানিত কৰা হয়।

নিজকে চিৰন্তন শান্তিৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰা ট্ৰাম্পক প্ৰথমটো ফিফা শান্তি বঁটাৰে সন্মানিত কৰা হৈছে। ৫ ডিচেম্বৰত ৱাশ্বিংটনত অনুষ্ঠিত ফিফা বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ট্ৰাম্পক পদক আৰু ট্ৰফী প্ৰদান কৰি কয় যে এই বঁটাটোৱে বিশ্বজুৰি শান্তি আৰু ঐক্যৰ প্ৰসাৰৰ কামক উৎসাহিত কৰে। ফিফা শান্তি বঁটা লাভ কৰাৰ লগে লগে ট্ৰাম্পে কংগোকে ধৰি বিশ্বৰ বিভিন্ন সংঘাতত নিজৰ ভূমিকা সম্পৰ্কে গৌৰৱ কৰি কয় যে এতিয়া বিশ্বখন সুৰক্ষিত। তেওঁ কয় যে সেয়া তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ সন্মান। এই সন্দৰ্ভত হোৱাইট হাউছে ছ’চিয়েল প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে ফিফা শান্তি বঁটাৰ দ্বাৰা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তিৰ প্ৰতি সমৰ্পিততাক প্ৰতিফলিত কৰা হৈছে।

মন কৰিবলগীয়া যে ২০২৬ চনৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা, মেক্সিকোৰ যৌথ উদ্যোগত আয়োজিত হৈছে। অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত ১৬খন চহৰত ১০৪খন খেল অনুষ্ঠিত হ’ব। অৱশ্যে এই ক্ৰীড়া অনুষ্ঠানৰ সময়ত ট্ৰাম্পক প্ৰথমটো ফিফা শান্তি বঁটা প্ৰদান কৰাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। এনে এক বৃহৎ ক্ৰীড়া অনুষ্ঠানক ৰাজনৈতিক বাৰ্তাৰ সৈতে সংযোগ কৰাটো বহু সংখ্যক লোকে সমালোচনা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

হাইড্ৰলিক বিকল হৈ কাঠমাণ্ডু অভিমুখী এখন বিমানৰ জৰুৰী অৱতৰণ, ৮২ জন যাত্ৰী সুৰক্ষিত
বাংলাদেশৰ ৰাজধানী ঢাকাত মেট্ৰ'ৰ কাৰাৱা বজাৰ আৰু শ্বাহবাগ ষ্টেচন উদ্বোধন
ব্ৰিটিছ অভিনেতা টম উইলকিনছনৰ ৭৫ বছৰ বয়সত মৃত্যু
বিফল পাৰমাণৱিক আলোচনাৰ মাজতে ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বিপদজনক সংঘাতৰ দিশে আগবাঢ়িছে।
ভাৰতৰ সহায়ত নেপালত ৪০০ বছৰীয়া বৌদ্ধ গম্বুজৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নিছা জাতীয় সামগ্ৰী সৰবৰাহত নামিল মৃত্যুঞ্জয় সেৱাৰ চালক
Next Article ইতিহাসৰ পৃষ্ঠাত ৭ ডিচেম্বৰঃ যুদ্ধৰ ট্ৰেজেডীৰ পৰা বিজ্ঞানৰ সৰ্ববৃহৎ সাফল্যলৈকে – তিনিটা গুৰুত্বপূৰ্ণ পৰিঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?