• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > নেপালঃ ৰবি আৰু বেলেনৰ মাজত ৭ দফীয়া চুক্তি, ৰবি দলৰ সভাপতি, বলেন পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী
International

নেপালঃ ৰবি আৰু বেলেনৰ মাজত ৭ দফীয়া চুক্তি, ৰবি দলৰ সভাপতি, বলেন পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী

CliQ INDIA
Last updated: December 28, 2025 3:50 pm
CliQ INDIA
Share
3 Min Read
SHARE

কাঠমাণ্ডু, ২৮ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি আৰু কাঠমাণ্ডু মহানগৰ পৌৰসভাৰ মেয়ৰ বেলেন শ্বাহৰ মাজত দেওবাৰে পুৱা একতা চুক্তিত উপনীত হয়। কিছু সময়ৰ আগতে দুয়োপক্ষৰ মাজত ৭ দফীয়া চুক্তি প্ৰস্তুত কৰা হৈছিল।

চুক্তি অনুসৰি ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতৃত্ব দিব ৰবি লামিচানে, আনহাতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বালেন শ্বাহক মনোনীত কৰা হ’ব। এই চুক্তিত স্বাক্ষৰ কৰে আৰ এছ ডব্লিউ পিৰ সভাপতি ৰবি লামিচানে আৰু কাঠমাণ্ডু মহানগৰ পৌৰসভাৰ মেয়ৰ বেলেন শ্বাহে।

ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিত যোগদান কৰিবলৈ বালেন শ্বাহে সন্মতি দিয়াৰ পিছত দলটোৰ নাম, পতাকা, নিৰ্বাচনী প্ৰতীক বাহাল ৰখা হৈছে। ৰবি লামিচানে আৰু বেলেন শ্বাহে দুয়োজনে নিজৰ নিজৰ স্থিতি নিৰ্দিষ্ট নকৰাকৈয়ে কেৱল নিজৰ নাম লিখিয়েই চুক্তিত স্বাক্ষৰ কৰিছিল। যদিও নথিখনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ বিষয়বস্তুৰ তালিকা দিয়া হৈছে, তথাপিও ৰবি লামিচানেৰ নামহে উল্লেখ কৰা হৈছে।

ৰবি লামিচানে দলৰ অধ্যক্ষ হিচাপে স্বাক্ষৰ কৰা নাই, আৰু মেয়ৰ বেলেন শ্বাহেও তেওঁৰ স্থিতিৰ কথা উল্লেখ কৰা নাই। এই চুক্তিৰ পিছতে বেলেন শ্বাহে মেয়ৰ পদৰ পৰা পদত্যাগ কৰি সক্ৰিয় দলীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

চুক্তিখনৰ মূল কথাসমূহ

প্ৰথম পইণ্টত কোৱা হৈছে যে দুৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে যুৱক-যুৱতীসকলৰ (জেন-জি) নেতৃত্বত চলা আন্দোলন গ্ৰহণ কৰা হ’ব, আৰু আহত আৰু শ্বহীদ পৰিয়ালৰ দাবীক সম্বোধন কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰা হৈছে।

দ্বিতীয়টো পইণ্টত সমৃদ্ধি আৰু সামাজিক ন্যায়ৰ বাবে নীতি, প্ৰতিষ্ঠানিক, আৰু গাঁথনিগত সংস্কাৰ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ১০ বছৰৰ ভিতৰত নেপালক এখন সন্মানীয় মধ্য আয়ৰ দেশ হিচাপে গঢ়ি তোলাৰ ৰোডমেপৰ প্ৰতি দুয়োপক্ষই আন্তৰিকতাৰে দায়বদ্ধ হৈ থাকিবলৈ প্ৰতিশ্ৰুতি দিয়ে।

ৰবি আৰু বেলেনে নিজকে ক্ৰমে প্ৰথম আৰু দ্বিতীয় পক্ষ হিচাপে উপস্থাপন কৰি বহল ঐক্য ঘোষণা কৰিছে। দলৰ নাম, পতাকা, নিৰ্বাচনৰ চিহ্ন একেই থাকিব।

চুক্তিখনত স্পষ্ট কৰা হৈছে যে ৰবিয়ে দলটোৰ নেতৃত্ব দিব, আৰু বেলেন শ্বাহে পৰৱৰ্তী চৰকাৰৰ নেতৃত্ব দিব। ইয়াত কোৱা হৈছে, “ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি হিচাপে ৰবি লমিচানে, আৰু আগন্তুক প্ৰতিনিধি সদনৰ নিৰ্বাচনৰ পিছত সংসদীয় দলৰ নেতা আৰু ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বলেন্দ্ৰ শ্বাহে নেতৃত্ব দিব।”

নথিখনত উল্লেখ কৰা হৈছে যে দলৰ সাংগঠনিক গাঁথনি অধিক কাৰ্যক্ষম আৰু ব্যাপক কৰি তুলিবলৈ যুৱ অভিযন্তা আৰু অভিজ্ঞ বিশেষজ্ঞসকলক তেওঁলোকৰ দক্ষতা, অন্তৰ্ভুক্তি আৰু ৰাজহুৱা ভাবমূৰ্তিৰ ওপৰত ভিত্তি কৰি দায়িত্ব দিয়া হ’ব।

চুক্তিখন তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ অভিলেখ আৰু নথি-পত্ৰ নিৰ্বাচন আয়োগৰ সৈতে আপডেট কৰা হৈছে। সেই অনুসৰি বালেন্দ্ৰৰ দলৰ আনুপাতিক প্ৰাৰ্থীয়ে এতিয়া আৰ এছ ভি পি টিকটত স্বয়ংক্ৰিয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব, আৰু দুদিনৰ ভিতৰত দুয়োটা দলে পাৰস্পৰিকভাৱে সন্মত হোৱা আনুপাতিক প্ৰাৰ্থীৰ তালিকা নিৰ্বাচন আয়োগক দাখিল কৰিব। প্ৰত্যক্ষ মনোনয়নৰ বাবে প্ৰায় তিনি সপ্তাহ বাকী আছে।

তেওঁৰ প্ৰচাৰ অভিযানক “বিকল্প ৰাজনৈতিক শক্তি” বুলি অভিহিত কৰি তেওঁ আৰ এছ ভি পিৰ নীতি, নেতৃত্ব আৰু প্ৰতীকৰ অধীনত ঐক্যৰ আহ্বান জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পোপ ফ্ৰান্সিছ গাজা ষ্ট্ৰিপৰ পৰিস্থিতিত গভীৰ শোক প্ৰকাশ কৰিলে | BulletsIn
নৱনিৰ্বাচিত মেয়ৰ মামদানীৰ সৈতে হোৱা বৈঠকত ট্ৰাম্পৰ নিউয়ৰ্ক চহৰক শক্তিশালী কৰাৰ আশ্বাস
কংগোত নাও ডুবি কমেও ৮০ জন লোকৰ মৃত্যু | BulletsIn
বিষাক্ত সুৰা সেৱন কৰি অসুস্থ হৈ পৰা ৩০ গৰাকী নেপালী নাগৰিকক দেশ এৰিবলৈ কুৱেইটৰ নিৰ্দেশ
টাইৱানক লৈ চীনৰ সৈতে ক্ৰমাৎ বৃদ্ধি পোৱা বিবাদক “শান্ত” কৰাৰ চেষ্টা জাপানৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বাংলাদেশক সমৰ্থন কৰি ৰঙা ঘৰৰ আলহী শিক্ষক
Next Article আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?