• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > দক্ষিণ কোৰিয়াৰ পাৰমাণৱিক চালিত চাবমেৰিনে চীনক প্ৰতিহত কৰাত সহায় কৰিব: আমেৰিকাৰ নৌসেনাৰ মুৰব্বী
International

দক্ষিণ কোৰিয়াৰ পাৰমাণৱিক চালিত চাবমেৰিনে চীনক প্ৰতিহত কৰাত সহায় কৰিব: আমেৰিকাৰ নৌসেনাৰ মুৰব্বী

CliQ INDIA
Last updated: November 17, 2025 8:15 am
CliQ INDIA
Share
3 Min Read
SHARE
b7f8d402437e2e26cdcca567e14e82ca_1648131373.jpg

ছিউল (দক্ষিণ কোৰিয়া), ১৬ নৱেম্বৰ (হি স)। আমেৰিকাৰ নৌসেনাৰ মুৰব্বী এডমিৰেল ডেৰিল ক’ডেলে কয় যে চীনৰ আগ্ৰাসনক ৰোধ কৰিবলৈ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন। দক্ষিণ কোৰিয়াৰ পাৰমাণৱিক শক্তিচালিত আক্ৰমণাত্মক চাবমেৰিনে এই ক্ষেত্ৰত সহায় কৰিব, আৰু ভৱিষ্যতে ইয়াৰ নিয়োগ স্বাভাৱিক। তেওঁ আস্থা প্ৰকাশ কৰে যে এনে সামৰ্থ্যই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মিত্ৰশক্তিৰ কৌশলগত সহযোগিতাক আৰু অধিক শক্তিশালী কৰিব।

দ্য কোৰিয়া হেৰাল্ড কাকতৰ মতে, ছিউল আৰু ৱাশ্বিংটনৰ পৰা দ্বিপাক্ষিক তথ্যপত্ৰ প্ৰকাশ পোৱাৰ পিছত ইয়াত এখন সংবাদমেলত ডেৰিল ক’ডলে এই মন্তব্য প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে ছিউলত আমেৰিকাৰ নৌসেনাৰ মুৰব্বী এডমিৰেল ডেৰিল ক’ডেলে দক্ষিণ কোৰিয়াৰ সমকক্ষ এডমিৰেল কাং ডং-গিলৰ সৈতে আলোচনাত মিলিত হয়। ছিউলত সাংবাদিকৰ এটা দলক ক’ডেলে কয় যে দক্ষিণ কোৰিয়াই পাৰমাণৱিক শক্তিচালিত আক্ৰমণাত্মক ছাবমেৰিন নিয়োগ কৰাৰ পিছত চীনক প্ৰতিহত কৰাৰ বাবে কৰা বিস্তৃত পৰিকল্পনাত এইবোৰে ভূমিকা ল’ব বুলি আশা কৰিছে।

ৱাশ্বিংটনে চীনৰ আগ্ৰাসী কাৰ্যক দীৰ্ঘম্যাদী নিৰাপত্তাজনিত এক বৃহৎ প্ৰত্যাহ্বান বুলি গণ্য কৰিছে। তেওঁ কয়, মই ভাবো যে চীনক প্ৰতিহত কৰিবলৈ সেই চাবমেৰিনখন ব্যৱহাৰ কৰাটো এটা স্বাভাৱিক আশা।

আমেৰিকাই আশা কৰিছে যে এই অংশীদাৰিত্বই মিত্ৰতা হিচাপে কাম কৰাৰ লগতে আমাৰ যৌথ লক্ষ্যত উপনীত হ’ব। মই ভাবো বহু পৰিমাণে কোৰিয়াইও চীনৰ উদ্বেগক ভাগ কৰে। ২৯ অক্টোবৰত ৰাষ্ট্ৰপতি লি জে-মিউং আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত হোৱা সন্মিলনৰ সময়ত হোৱা চুক্তিৰ বিশদ বিৱৰণীৰে চিউল আৰু ৱাশ্বিংটনে দ্বিপাক্ষিক তথ্যপত্ৰ প্ৰকাশ কৰাৰ পিছতে তেওঁৰ এই মন্তব্য। এই তথ্যপত্ৰখনত পাৰমাণৱিক চালিত চাবমেৰিন নিৰ্মাণৰ বাবে ছিউলৰ প্ৰচেষ্টাৰ প্ৰতি ৱাশ্বিংটনৰ সমৰ্থনও অন্তৰ্ভুক্ত কৰা হৈছে।

ক’ডেলে কয় যে দক্ষিণ কোৰিয়াৰ আগন্তুক পদক্ষেপে এই মিত্ৰতাক আৰু অধিক শক্তিশালী কৰিব। ক’ডলে এই চুক্তিক দুয়োখন দেশৰ বাবে এক ঐতিহাসিক সুযোগ বুলি অভিহিত কৰে। তেওঁ কয়, আমেৰিকাই দক্ষিণ কোৰিয়াক পাৰমাণৱিক শক্তিচালিত দ্ৰুত আক্ৰমণাত্মক চাবমেৰিন নিৰ্মাণ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে।

পাৰমাণৱিক শক্তিচালিত চাবমেৰিন থকা দেশ আৰু গতানুগতিক চাবমেৰিন থকা দেশৰ মাজত পাৰ্থক্য বৃহৎ। পাৰমাণৱিক চালিত চাবমেৰিন বহুত বেছি সক্ষম। পানীৰ তলত দীৰ্ঘদিনীয়া লুকাই চুৰকৈ অভিযান বজাই ৰখাৰ ক্ষমতা কৌশলগত গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে এই দিশত আগবাঢ়ি যাবলৈ আমেৰিকাই দক্ষিণ কোৰিয়াৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ ইচ্ছুক হোৱাত মই আনন্দিত। ক’ডেলে কয় যে দক্ষিণ কোৰিয়াই পাৰমাণৱিক চালিত আক্ৰমণাত্মক ছাবমেৰিন লাভ কৰিলেই তেওঁলোকৰ কৌশলগত স্থিতি শক্তিশালী হ’ব। তেওঁ লগতে কয় যে পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমেৰিকা, জাপান, কোৰিয়া, অষ্ট্ৰেলিয়া আৰু অন্যান্য সমমনা নৌসেনাৰ মাজত সহযোগিতা অব্যাহত থকাটো মই বিচাৰিম।’

ক’ডেলে স্বীকাৰ কৰে যে ৱাশ্বিংটনে “জাহাজ নিৰ্মাণ ক্ষমতাৰ গুৰুতৰ প্ৰত্যাহ্বান”ৰ সন্মুখীন হৈছে আৰু এই ক্ষেত্ৰত দক্ষিণ কোৰিয়াৰ বিনিয়োগে অতি সহায়ক হ’ব পাৰে বুলি আশা প্ৰকাশ কৰে। উত্তৰ কোৰিয়াৰ শেহতীয়া পৰীক্ষা আৰু চাবমেৰিনে নিক্ষেপ কৰা বেলিষ্টিক মিছাইল নিৰ্মাণৰ সন্দৰ্ভত ক’ডেলে কয় যে পিয়ংইয়াঙে আমেৰিকাৰ বাবে নৌসেনাৰ ভাবুকি নহয় যদিও ইয়াৰ সামৰ্থ্য দক্ষিণ কোৰিয়াৰ বাবে “আঞ্চলিক ভাবুকি”।

—————

हिन्दुस्थान समाचार

You Might Also Like

২৭ৰ পৰা ২৯ মাৰ্চলৈ কাঠমাণ্ডুত নেপাল-ভাৰত আন্তঃৰাষ্ট্ৰীয় সংস্কৃত সন্মিলন
লস্কৰ-ই-তৈবাক ইজৰাইলৰ সন্ত্ৰাসবাদী সংগঠন ঘোষণা
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দেহাৱসান
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউনৰ অধিবক্তাৰ দ্বিতীয়বাৰৰ বাবে ডিটেনচন ৱাৰেণ্টৰ বিৰুদ্ধে নিষেধাজ্ঞা দাখিল | BulletsIn
গাজাত গভীৰ হৈ পৰিছে খাদ্য আৰু পানীৰ সংকট

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভাৰত-ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মস্কোত মুক্ত বাণিজ্য চুক্তিৰ আলোচনাৰ পৰ্যালোচনা
Next Article সনাতন সংস্কৃতি চিৰন্তন, সৰ্বাংগীন, সামগ্ৰিক, আৰু প্ৰকৃতিৰ অনুকূল
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?