• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ট্ৰাম্পে চীনৰ ওপৰত আৰোপ কৰিলে ১০০ শতাংশ বাণিজ্যিক শুল্ক
International

ট্ৰাম্পে চীনৰ ওপৰত আৰোপ কৰিলে ১০০ শতাংশ বাণিজ্যিক শুল্ক

CliQ INDIA
Last updated: October 12, 2025 3:31 am
CliQ INDIA
Share
3 Min Read
SHARE

ৱাশ্বিংটন, ১১ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ আমদানিৰ ওপৰত ১০০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। এই শুল্ক ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।

হোৱাইট হাউছত সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে, চীনে আমাৰ বিৰুদ্ধে অন্যায় নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়া আমি ইয়াৰ উত্তৰ দিম ১০০ শতাংশ শুল্ক আৰোপ কৰি। এয়া বৰ্তমানৰ শুল্কৰ অতিৰিক্ত হ’ব। বৰ্তমান চীনৰ আমদানিৰ ওপৰত গড় শুল্ক ৪০ শতাংশৰ সন্মুখীন হৈছে, যিটো ট্ৰাম্পে অতিৰিক্ত শুল্ক ঘোষণা কৰাৰ পিছত এতিয়া ১৪০ শতাংশলৈ বৃদ্ধি পাব।

ইফালে, ট্ৰাম্পৰ এই ঘোষণাৰ ফলত শ্বেয়াৰ বজাৰত তীব্ৰ অৱনতি ঘটে, ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ (ডি জি আই)ৰ ২ শতাংশ লোকচান হয়। ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ (জেআই) হৈছে এটা ষ্টক মাৰ্কেট সূচকাংক যিয়ে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ আৰু নাছডাকত তালিকাভুক্ত ৩০টা বৃহৎ ৰাজহুৱাভাৱে ব্যৱসায় কৰা ব্লু চিপ কোম্পানীৰে কাম-কাজ জুখিব পাৰে।

ট্ৰাম্প প্ৰশাসনৰ মতে, এই শুল্কসমূহ ইলেক্ট্ৰনিকছ, মেচিনেৰী, আৰু জটিল চফটৱেৰকে ধৰি আমেৰিকালৈ যোৱা চীনৰ সকলো ৰপ্তানিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে সকলো জটিল চফট্ ৱেৰত ৰপ্তানি নিয়ন্ত্ৰণৰ আহ্বান জনায়। এই পদক্ষেপ ২০১৮ চনৰ পৰা চলি থকা আমেৰিকা-চীন বাণিজ্য যুদ্ধৰ অংশ, যেতিয়া ট্ৰাম্পে প্ৰথমবাৰৰ বাবে ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল।

চীনে দুৰ্লভ মাটিৰ খনিজ ৰপ্তানি নিষিদ্ধ কৰাৰ প্ৰতিশোধ হিচাপে ট্ৰাম্পৰ এই পদক্ষেপ। ইফালে বিশেষজ্ঞসকলৰ মতে ইয়াৰ প্ৰভাৱ বিশ্বৰ যোগান শৃংখলত পৰিব। চেম্বাৰ অৱ কমাৰ্চৰ এজন বিষয়াই কয় যে, “মূল্য বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ ফলত গ্ৰাহকৰ ওপৰত বোজা পৰিব।”

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই পদক্ষেপক সমালোচনা কৰি চীনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। বৈদ্যুতিক বাহন আৰু প্ৰতিৰক্ষা উদ্যোগৰ বাবে অপৰিহাৰ্য আপুৰুগীয়া খনিজ পদাৰ্থ নিষিদ্ধকৰণক আত্মৰক্ষা বুলি আখ্যা দিছে চীনে।

ট্ৰাম্পৰ এই পদক্ষেপক ২০২৪ চনৰ পুনৰ নিৰ্বাচনী প্ৰচাৰ কৌশলৰ অংশ হিচাপে দেখা গৈছে, যি সময়ত তেওঁ চীনৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। সূত্ৰ অনুসৰি এই শুল্কসমূহ স্থায়ী হ’ব নে আলোচনাৰ দুৱাৰ মুকলি হ’ব সেয়া হ’ল প্ৰশ্ন। অৰ্থনীতিবিদ ৱাৰেন বাফেটে সকীয়াই দিছে যে ইয়াৰ ফলত বিশ্বৰ মন্দাৱস্থাৰ আশংকা বৃদ্ধি পাব পাৰে। ইফালে ইউৰোপীয় সংঘ আৰু ভাৰতৰ দৰে দেশ সতৰ্ক। ভাৰতে আমেৰিকাৰ সৈতে সমন্বয় স্থাপন কৰিব বুলি জনাইছে। ট্ৰাম্পৰ শেহতীয়া ঘোষণাৰ পিছত সোণৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে চীনৰ ইউয়ান দুৰ্বল হৈ পৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

আমেৰিকাৰ তদন্তত ইৰাণৰ স্কুলত আক্ৰমণৰ বাবে আমেৰিকান বাহিনী জড়িত থকাৰ ইংগিত
নেপালৰ সংসদ পুনৰ বাহালৰ দাবী, সাংসদৰ স্বাক্ষৰ লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু
প্ৰধানমন্ত্ৰী মোডীক দীপাৱলীৰ শুভেচ্ছা জনাই ইব্ৰাহিমে কয়-ভাৰত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত মালয়েছিয়াৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ
ৰাছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে ছি জিনপিঙৰ গুৰুত্বপূৰ্ণ বৈঠক
লেবাননৰ পৰা স্বদেশলৈ উভতিছে আৰু ৪৭ গৰাকী বাংলাদেশী নাগৰিক | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এআইয়ে টেলিকম নেটৱৰ্ক স্বয়ংক্ৰিয় কৰাত সহায় কৰিব: টেলিকম সচিব
Next Article নক্সালবাদীৰ আই ই ডি বিস্ফোৰণত আহত কোব্ৰা বেটেলিয়নৰ এজন জোৱান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?