• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ২১ অক্টোবৰত সংসদীয় ভোটদান
International

জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ২১ অক্টোবৰত সংসদীয় ভোটদান

CliQ INDIA
Last updated: October 18, 2025 6:31 am
CliQ INDIA
Share
2 Min Read
SHARE

টকিঅ’, ১৭ অক্টোবৰ (হি.স.)। জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে অহা ২১ অক্টোবৰত সংসদীয় ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

দেশৰ নিম্ন সদনৰ সময়সূচী সমিতিৰ এজন জ্যেষ্ঠ সদস্যই শুকুৰবাৰে এই কথা ঘোষণা কৰে। তেওঁ কয় যে নতুন নেতা ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে এই তাৰিখৰ প্ৰস্তাৱ দিছিল যদিও চলি থকা মিত্ৰজোঁটৰ আলোচনাৰ উদ্ধৃতি দি বিৰোধী দলসমূহে আপত্তি কৰে।

ইফালে, এল ডি পিয়ে সংখ্যাগৰিষ্ঠতা লাভ আৰু মিত্ৰজোঁট সম্প্ৰসাৰণৰ বাবে সোঁপন্থী বিৰোধী জাপান ইনোভেচন পাৰ্টিৰ কাষ চাপিছে, যাৰ ফলত তাকাইচিয়ে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হ’ব পাৰে।

চলিত মাহৰ শেষৰ ফালে মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জাপান ভ্ৰমণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কূটনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে নতুন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ছানাই তাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে ২০২৫ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই হঠাতে প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে।তাৰ পিছত ৪ অক্টোবৰত দলটোৰ নতুন নেতাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়, য’ত শ্বিনজিৰো ক’ইজুমিক পৰাস্ত কৰি ছানাই টাকাইচিয়ে জয়লাভ কৰে। টাকাইচিয়ে ১৮৫টা (৫৪.২৫ শতাংশ) আৰু কইজুমিয়ে ১৫৬টা (৪৫.৭৫ শতাংশ) ভোট লাভ কৰে। এই জয়ৰ লগে লগে টাকাইচি এলডিপিৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী পদৰ বাবে এতিয়া স্বাভাৱিক প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হোৱাৰ লগতে এই পদত নিৰ্বাচিত হোৱাৰ সম্ভাৱনা অতিশয় বেছি।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

গাজা যুদ্ধ: হামাছক ট্ৰাম্পৰ শান্তি পৰিকল্পনা গ্ৰহণ কৰিবলৈ সৈমান কৰাত ব্যস্ত ইজিপ্ত
চট্টগ্ৰাম বন্দৰত তেল টেংকাৰত জুই, ক্ৰু মেম্বাৰৰ মৃত্যু | BulletsIn
ব্ৰিটিছ ৰজাই কনিষ্ঠ ভাতৃৰ পৰা কাঢ়িলে ৰাজকীয় উপাধি, সন্মান আৰু বিশেষাধিকাৰ
ইজৰাইলৰ সৈতে যুদ্ধবিৰতি নিশ্চিত, টেল আভিভ নিস্তব্ধ, তেহৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত চাৰিজন
পাকিস্তানে পৰীক্ষা কৰিলে ‘আবাবিল’ বেলিষ্টিক মিছাইল, লক্ষ্য়ৰ ভিতৰত ভাৰতো

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দ্বিতীয় ত্ৰৈমাসিকত ইউচিঅ’ বেংকৰ নিকা লাভ ২.৮২% বৃদ্ধি পাই ৬২০ কোটি টকা
Next Article ডিজিটেল গ্ৰেপ্তাৰৰ বৃদ্ধি পোৱা গোচৰৰ প্ৰতি উচ্চতম ন্যায়ালয়ৰ বিশেষ গুৰুত্ব আৰোপ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?