• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ছিমালতাল বাছ দুৰ্ঘটনাঃ নদীত বাগৰি পৰা দুখন বাছৰ ৬ জন ভাৰতীয়কে ধৰি ৪০ জন যাত্ৰী এতিয়াও সন্ধানহীন
International

ছিমালতাল বাছ দুৰ্ঘটনাঃ নদীত বাগৰি পৰা দুখন বাছৰ ৬ জন ভাৰতীয়কে ধৰি ৪০ জন যাত্ৰী এতিয়াও সন্ধানহীন

CliQ INDIA
Last updated: July 13, 2025 4:15 am
CliQ INDIA
Share
1 Min Read
SHARE

কাঠমাণ্ডু, ১২ জুলাই (হি.স.)। নেপালৰ নাৰায়ণঘাটৰ ছিমলতালত দুখন যাত্ৰীবাহী বাছ নদীত পৰি যোৱা ঘটনাৰ এবছৰ হ’ল যদিও এতিয়ালৈকে দুয়োখন বাছ আৰু ৪০ জন যাত্ৰীৰ সন্ধান পোৱা নাই।

২০২৪ চনৰ ১২ জুলাইত ছিমলতালত দুখন বাছ সংঘৰ্ষত ত্ৰিশুলি নদীত খুন্দা মাৰে। ইয়াৰে এখন বাছ বীৰগঞ্জৰ পৰা কাঠমাণ্ডুলৈ অহাৰ বিপৰীতে আনখন বাছ কাঠমাণ্ডুৰ পৰা বীৰগঞ্জলৈ গৈ আছিল। এই বাছ দুখনত চালক সহ মুঠ ৬৩ জন লোক আছিল, ইয়াৰে ৬ জন ভাৰতীয়। দুৰ্ঘটনাৰ সময়ত তিনিজন যাত্ৰীয়ে জপিয়াই প্ৰাণ ৰক্ষা কৰে।

কিছুদিন ধৰি চলোৱা চেষ্টাৰ অন্তত উদ্ধাৰ হয় ২০ জন যাত্ৰীৰ মৃতদেহ। এই ঘটনাৰ এবছৰ হ’ল যদিও এতিয়ালৈকে বাছ দুখন পোৱা নাই আৰু বাকী ৪০ জন লোকৰ মৃতদেহও পোৱা নাই। ভাৰতৰ পৰা এন ডি আৰ এফৰ দলটোও আহি এসপ্তাহ ধৰি চেষ্টা কৰিছিল যদিও তেওঁলোকেও কোনো সফলতা লাভ কৰিব নোৱাৰিলে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আমেৰিকাৰ বিৰোধিতাৰ মাজতে পেলেষ্টাইনীসকলে ৰাষ্ট্ৰসংঘৰ সম্পূৰ্ণ সদস্যপদৰ বাবে দাবী নবীকৰণ কৰিছে
ইজৰাইল-হামাছৰ সংঘাতৰ হ্ৰস্ব যুদ্ধবিৰতিৰ প্ৰচেষ্টাক ভাৰতৰ আদৰণি
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ গাজা দখল কৰাৰ প্ৰস্তাৱত নিৰাপত্তা মন্ত্ৰীসভাৰ অনুমোদন
পৰ্তুগালত ঐতিহাসিক পৰ্যটক ৰে’ল দুৰ্ঘটনা, ১৫ জন নিহত, ১৮ জন আহত
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে ৫ কোটি ডলাৰৰ পুৰস্কাৰৰ আগবঢ়াইছে আমেৰিকাই

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এয়াৰ ইণ্ডিয়াই পাইলটৰ সৈতে বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ কৰিব পৰ্যালোচনা
Next Article নিয়োগ মেলাত প্ৰধানমন্ত্ৰীয়ে ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?