• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > গাজাত দুজন ইজৰাইলী সৈনিক নিহত, আইডিএফৰ দ্ৰুত আক্ৰমণ, ৪৫ জন নিহত
International

গাজাত দুজন ইজৰাইলী সৈনিক নিহত, আইডিএফৰ দ্ৰুত আক্ৰমণ, ৪৫ জন নিহত

CliQ INDIA
Last updated: October 20, 2025 5:05 pm
CliQ INDIA
Share
3 Min Read
SHARE

গাজা ষ্ট্ৰিপ, ২০ অক্টোবৰ (হি.স.)। গাজাত দেওবাৰে দুজন ইজৰাইলী সৈনিকক হত্যা কৰাৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে ধাৰাবাহিক আক্ৰমণ চলায়। আইডিএফৰ আক্ৰমণত কমেও ৪৫ জন লোক নিহত হয়। হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি বিচ্ছিন্ন নহ’বলৈ আমেৰিকাই হস্তক্ষেপ কৰিছে। ইজৰাইলে কয় যে যুদ্ধবিৰতিৰ চৰ্তসমূহ মানি চলিব যদিও প্ৰৰোচিত হ’লে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

ইজৰাইলৰ দ্য টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি দেওবাৰে পুৱা দক্ষিণ গাজাপট্টিত ইজৰাইলৰ সৈন্যৰ ওপৰত মাৰাত্মক আক্ৰমণৰ পিছত ইজৰাইলেও তীব্ৰ আক্ৰমণ চলায়। ইফালে ১০ অক্টোবৰৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ এসপ্তাহৰ পাছত যুদ্ধ বিৰতি ভংগ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৱাশ্বিংটনে হস্তক্ষেপ কৰিছিল বুলি কোৱা হৈছে। এই আক্ৰমণত ইজৰাইলৰ দুজন সামৰিক বিষয়া মেজৰ ইয়ানিভ কুলা (২৬) আৰু ষ্টাফ চাৰ্জেণ্ট ইটায় ইয়াভেট্জ নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়।

এই আক্ৰমণৰ বাবে আইডিএফে হামাছক দোষাৰোপ কৰি সন্ত্ৰাসবাদী সংগঠনটোৰ বিৰুদ্ধে ব্যাপক আক্ৰমণ চলায়। যোৱা নিশা আইডিএফে ঘোষণা কৰে যে আক্ৰমণৰ পিছত যুদ্ধবিৰতি পালন কৰিবলৈ আৰম্ভ কৰিছে, ৰাজনৈতিক পৰ্যায়ৰ নিৰ্দেশনাৰ ভিত্তিত। হামাছৰ যুদ্ধবিৰতি উলংঘাৰ ফলত এই আক্ৰমণৰ সূচনা হৈছে। আইডিএফে জোৰ দি কয় যে ইজৰাইলে যুদ্ধবিৰতি চুক্তি মানি চলি থাকিব আৰু যিকোনো উলংঘাৰ ক্ষেত্ৰত কঠোৰ প্ৰত্যুত্তৰ জনাব।

আইডিএফৰ তৰফৰ পৰা ২০টা টাৰ্গেটত আঘাত হানি এই ঘোষণা কৰা হৈছে। হামাছৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই প্ৰকাশ কৰিছে যে ইজৰাইলৰ আক্ৰমণত ৪৫ জন লোক নিহত হৈছে। চেনেল ১২ৰ তথ্য অনুসৰি ৰাফাত সৈনিকৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজ আৰু অন্যান্য উচ্চ নিৰাপত্তাৰক্ষীৰ সৈতে আলোচনাত মিলিত হয়। হামাছৰ বিৰুদ্ধে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইজৰাইলী এজন বিষয়াই কয় যে হামাছৰ উগ্ৰপন্থীয়ে এতিয়াও সক্ৰিয় ভূগৰ্ভস্থ সুৰংগত আত্মগোপন কৰি আছে আৰু যুদ্ধবিৰতিৰ আৱৰণত ইজৰাইলী বাহিনীক হাৰাশাস্তি কৰাৰ চেষ্টা চলাই আছে।

ইফালে, ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিষয়াসকলে যুদ্ধবিৰতি বিচ্ছিন্ন নহ’বলৈ কাম কৰি আছে। এই তথ্যৰ সৈতে পৰিচিত আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি এক্সিঅ’ছৰ বাতৰি কাকতখনে এই তথ্য প্ৰকাশ কৰিছে। আউটলেটটোৰ মতে, মধ্যপ্ৰাচ্যৰ বাবে আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফ আৰু ট্ৰাম্পৰ উপদেষ্টা তথা জোঁৱাই জেৰেড কুছনাৰে কৌশলগত পৰিক্ৰমা সচিব ৰন ডাৰ্মাৰৰ সৈতে এই পৰিস্থিতিৰ বিষয়ে কথা পাতিছে। সোমবাৰে ইজৰাইল ভ্ৰমণৰ কথা আছে উইটকফ আৰু কুছনাৰে। মঙলবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও ভ্ৰমণৰ কথা।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

উন্নত ভাৰতৰ বাবে উত্তৰ-পূর্বাঞ্চলৰ উন্নয়ন প্রয়োজনঃ প্রধানমন্ত্রী
পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত টিটিপিৰ আক্ৰমণ; ভীষণ গুলিয়াগুলীত কমেও ৭ জন নিহত
আমেৰিকাৰ প্ৰতিনিধি বেৰা আৰু উইলছনৰ আমেৰিকা-ভাৰত কৌশলগত অংশীদাৰিত্বক স্বীকৃতি দি দ্বিপাক্ষিক প্ৰস্তাৱ উত্থাপন
বাংলাদেশৰ ৰাজধানী ঢাকাত উপদ্ৰপকাৰীক দেখিলেই গুলীওৱা নিৰ্দেশ
পাকিস্তান সেনাৰ বাহন জ্বলাই দিয়াৰ দাবী বিএলএ আৰু বিএলএফৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিশ্বৰ বজাৰত মিশ্ৰিত সংকেত, এছিয়াৰ উৰ্ধগামী অব্য়াহত
Next Article ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী শ্বাহ আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ দীপাৱলীৰ শুভেচ্ছা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?