• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী
International

অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী

CliQ INDIA
Last updated: October 4, 2025 1:31 am
CliQ INDIA
Share
2 Min Read
SHARE

কাবুল, ০৩ অক্টোবৰ (হি.স.)। আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুক্তাকীয়ে ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বিদেশ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ভাৰত ভ্ৰমণ কৰিব।

আফগান চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে বৈদেশিক মন্ত্ৰী মুক্তাকি ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বিদেশ ভ্ৰমণলৈ যাব। ভ্ৰমণৰ প্ৰথম লেগত তেওঁ অহা ৯ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ নতুন দিল্লী ভ্ৰমণ কৰিব। ভাৰত ভ্ৰমণৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ উন্নয়নৰ অংশীদাৰিত্ব শক্তিশালী কৰা।

আফগানিস্তানে ভাৰতীয় বিনিয়োগেৰে নিৰ্মিত সংসদ ভৱন, বান্ধ, পথকে ধৰি প্ৰায় ৩ বিলিয়ন ডলাৰৰ বৃহৎ প্ৰকল্পৰ কাম চলি আছে। এইবোৰৰ সৈতে জড়িত বিষয়সমূহো তেওঁৰ ভ্ৰমণৰ সময়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ২০২১ চনৰ আগষ্ট মাহত তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ পিছৰে পৰা আৰু পূৰ্বৰ আফগান চৰকাৰৰ পতনৰ পিছৰে পৰা মুক্তাকিয়ে আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী হিচাপে কাম কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ভ্ৰমণৰ ৰেহাই দিয়াত তেওঁ ভাৰত ভ্ৰমণলৈ ওলাইছে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিবলৈ তেওঁক ১৯৮৮ চনৰ ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা সমিতিৰ পৰা ৰেহাইৰ প্ৰয়োজন হৈছিল, যিটো তেওঁ ৩০ ছেপ্টেম্বৰত লাভ কৰিছিল।

ভাৰতে আফগানিস্তানৰ ইছলামিক এমিৰেটক আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিয়ে যদিও মানৱীয় সাহায্য আৰু বাণিজ্যৰ সুবিধাৰ বাবে চাবাহাৰ বন্দৰ প্ৰকল্প আৰু কূটনৈতিক যোগাযোগৰ জৰিয়তে ২০২১ চনৰ পৰা কাৰ্যতঃ ইয়াৰ সৈতে জড়িত হৈ আছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ডুবাইত মুত্তাকীৰ সৈতে সাক্ষাৎ কৰি আফগানিস্তানৰ স্বাস্থ্য খণ্ডলৈ ভাৰতৰ মানৱীয় সাহায্য আৰু শৰণাৰ্থী পুনৰ সংস্থাপনৰ বিষয়ে আলোচনা কৰিছিল।

উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাকিস্তান, আফগানিস্তান আৰু ইৰাণ বিভাগৰ যুটীয়া সচিব আনন্দ প্ৰকাশে চলিত বৰ্ষৰ এপ্ৰিল মাহত কাবুলত মুক্তাকীৰ সৈতে সাক্ষাৎ কৰিছিল। মে’ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন সিন্দৰৰ কিছু সময়ৰ পিছতে মুক্তাকীৰে কথা পাতিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

চিকিৎসালয় এৰিলে পাকিস্তানৰ ৰাষ্ট্ৰপতি জাৰ্দাৰী | BulletsIn
চৰকাৰৰ পৰা অনুমতি বিচাৰি আজি নিশা চিকিৎসাৰ বাবে ছিংগাপুৰলৈ যাবলৈ সাজু হৈছে দেওবা দম্পতী
ইজৰাইলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়নে যুদ্ধবিৰতিৰ বাবে সাধাৰণ ধৰ্মঘটৰ আহ্বান | BulletsIn
আজিৰ পৰা চীনৰ টিয়ানজিনত এছ চি অ’ সন্মিলন, মোডীৰ জিনপিং আৰু পুটিনৰ সৈতে বৈঠকত সমগ্ৰ বিশ্বৰ চকু
নেপাল নাৰ্চিং এছ’চিয়েশ্যনে চৰকাৰক ৪৮ ঘণ্টীয়া আলটিমেটাম জাৰি, দেশজোৰা ধৰ্মঘটৰ ভাবুকি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ট্ৰুএলাৰ্ট বায়’এনাৰ্জিৰ ষ্টক মাৰ্কেটত শক্তিশালী আৰম্ভনি, আইপিঅ’ বিনিয়োগকাৰী লাভৱান
Next Article ঝাৰখণ্ড ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সভাপতি আদিত্য সাহু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?