• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > ভগ্ন সম্পৰ্ক আৰু সাজ-পোছাক শৈলীৰ ওপৰত ট্ৰলসকলক উপযুক্ত উত্তৰ দিয়ে মালাইকা অৰোৰাই
Entertainment

ভগ্ন সম্পৰ্ক আৰু সাজ-পোছাক শৈলীৰ ওপৰত ট্ৰলসকলক উপযুক্ত উত্তৰ দিয়ে মালাইকা অৰোৰাই

CliQ INDIA
Last updated: September 18, 2025 5:40 am
CliQ INDIA
Share
2 Min Read
SHARE

বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰা ফিটনেছ, ডান্সিং, ফেশ্বন চেন্সৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে। অৱশ্যে ব্যক্তিগত জীৱনক লৈ প্ৰায়ে সমালোচনা আৰু ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছে। অৰ্বাজ খানৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ আৰু অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ উৰাবাতৰিয়ে তেওঁক সঘনাই শিৰোনাম দখল কৰি ৰাখিছিল। এতিয়া শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মালাইকাই এই সমালোচনাৰ বিষয়ে মুকলিকৈ ক’লে আৰু ট্ৰ’লসকলক উপযুক্ত উত্তৰ দিলে।

এটা সাক্ষাৎকাৰত মালাইকাই কয়, মানুহে মোক সদায় কয় যে আপুনি কেনেকুৱা হ’ব লাগে আৰু কেনেকৈ হ’ব নালাগে। মোৰ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি মোৰ কাপোৰৰ পৰা আৰম্ভ কৰি মোৰ ব্যক্তিগত জীৱনলৈকে সকলো কামতে মোক ট্ৰ’ল কৰা হৈছিল। আৰম্ভণিতে মোৰ বাবে ই অতি কঠিন আছিল। কিন্তু যেতিয়া মই এই সকলোবোৰৰ প্ৰতি গুৰুত্ব দিয়া বন্ধ কৰিলোঁ, তেতিয়া মই সঁচাকৈয়ে মুক্ত অনুভৱ কৰিলোঁ। শেষত, গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি নিজকে কেনেকৈ চায়।

অৰবাজ খানৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত মানুহে তেওঁক কেনেদৰে সংজ্ঞায়িত কৰিছিল সেই বিষয়েও মুকলিকৈ কয় মালাইকা অৰোৰাই। অভিনেত্ৰীগৰাকীয়ে কয়, মোক প্ৰায়ে কোৱা হৈছে যে মই সাহসী, স্পষ্টবাদী আৰু প্ৰতিটো বিষয়তে নিজৰ নিজৰ মতামত আছে। সঁচা কথা ক’বলৈ গ’লে মই এই সকলোবোৰ কথা মোৰ শক্তি হিচাপে আকোৱালি লৈছো, যেন সেইবোৰ মোৰ মুকুট। যদি কোনোবাই মোৰ ব্যক্তিত্বক আৱৰি ধৰা বুলি ভাবে, তেন্তে হয়তো সেইবোৰ মোৰ বাবে কেতিয়াও যথেষ্ট নাছিল।

মালাইকাইও স্বীকাৰ কৰে যে আত্মসন্দেহ সকলোৰে জীৱনৰ এটা অংশ। তাই কয়, আত্মসন্দেহ মানুহৰ স্বভাৱ। এনেকুৱা দিনো থাকে যেতিয়া মই নিজৰ লগত তৰ্ক কৰো। কিন্তু যোৱা কেইবছৰমানৰ পৰা মই সমালোচনাক নেতিবাচকভাৱে নহয়, ইতিবাচকভাৱে চাবলৈ শিকিছো। মলাইকাৰ এই বক্তব্যই স্পষ্টকৈ দেখুৱাইছে যে তেওঁ ট্ৰলিং আৰু সমালোচনা এৰি নিজৰ আত্মবিশ্বাস আৰু ইতিবাচকতাৰ ওপৰত গুৰুত্ব দিবলৈ শিকিছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী

You Might Also Like

পুত্ৰ বোৱাৰীৰ সৈতে অম্বি স্মৃতিসৌধত সুমালথা পূজা
‘টাইগাৰ-৩’ত শ্বাহৰুখ খানৰ কেমিঅ’ ফাদিল, ভিডিঅ’ ভাইৰেল
৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব লগা ‘ধুৰন্ধৰ’ৰ প্ৰথম ৰূপ প্ৰকাশ
‘মহাভাৰত’ত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা প্ৰখ্যাত অভিনেতা পংকজ ধীৰৰ মৃত্যু
দীপিকা পাডুকনে অডিচন দিবলৈ অস্বীকাৰ কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছত ‘দ্য হোৱাইট লটাছ’ ছিজন ৪ ৰ সুযোগ হেৰুৱালে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আই চি চি টি-২০ ৰেংকিঙত বৰুণ চক্ৰৱৰ্তী ১ নম্বৰ বলাৰ হিচাপে পৰিগণিত
Next Article গেলাক্সি মেডিকেয়াৰ আইপিঅ’ৰ পৰা বিনিয়োগকাৰী হতাশ, ফ্লেট লিষ্টিঙৰ পিছত নিম্ন চাৰ্কিটত প্ৰৱেশ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?