• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > প্ৰয়াত দীপক মহন্ত ৰচিত বহুচৰ্চিত নাটক ‘গজপুৰীয়া’ সফল মঞ্চায়নেৰে সামৰণি তেজপুৰৰ প্ৰফুল্ল বৰা দিৱসৰ নাট সমাৰোহ
Entertainment

প্ৰয়াত দীপক মহন্ত ৰচিত বহুচৰ্চিত নাটক ‘গজপুৰীয়া’ সফল মঞ্চায়নেৰে সামৰণি তেজপুৰৰ প্ৰফুল্ল বৰা দিৱসৰ নাট সমাৰোহ

CliQ INDIA
Last updated: November 22, 2025 11:11 pm
CliQ INDIA
Share
3 Min Read
SHARE
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ শিল্পীৰ প্ৰয়াত দীপক মহন্ত ৰচিত বহুচৰ্চিত নাটক গজপুৰীয়া  সফল মঞ্চায়নেৰে সামৰণি তেজপুৰৰ প্ৰফুল্ল বৰা দিৱসৰ নাট সমাৰোহ

–তেজপুৰ চহৰত নিৰ্মিত হ’ব ২৫০ খনতকৈও অধিক নাটকৰ স্ৰষ্টাৰ আৱক্ষ মূৰ্তি

–বাসগৃহৰ সমীপৰ পথ উৎসৰ্গিত হ’ব প্ৰফুল্ল বৰাৰ নামত

–জিলা আয়ুক্তক অৱদান সাংস্কৃতিক গোষ্ঠীৰ কৃতজ্ঞতা জ্ঞাপন

শোণিতপুৰ, ২৩ নৱেম্বৰ (হি.স.)। নাট্যসম্ৰাট, শোণিতপুৰ গৌৰৱ প্ৰফুল্ল বৰাৰ ঊনবিংশতিতম স্মৃতি দিৱসৰ লগত সংগতি ৰাখি তেজপুৰৰ অৱদান সাংস্কৃতিক গোষ্ঠীয়ে ২০ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা প্ৰফুল্ল বৰা দিৱস যোৱা বৃহস্পতিবাৰে নিশা বাণ থিয়েটাৰৰ শিল্পীৰ বহু চৰ্চিত নাটক গজপুৰীয়া সফল মঞ্চায়নেৰে সামৰণি পৰে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই প্ৰফুল্ল বৰা দিৱসৰ দুদিনীয়া নাট সমাৰোহৰ কালি নিশা প্ৰয়াত প্ৰগতিশীল নাট্যকাৰ -পৰিচালক দীপক মহন্তৰ বহুল সমাদৃত নাটক গজপুৰীয়া আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে শোণিতপুৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া অঞ্চুমী বসুমতাৰীয়ে ।

অৱদানৰ সভাপতি বিশিষ্ট নাট পৰিচালক প্ৰমথ দাসৰ পৌৰোহিত্যত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত উদ্বোধক জিলা সাংস্কৃতিক উন্নয়ন বিষয়া গৰাকীৰ লগতে বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা তেজপুৰৰ বিধায়ক তথা বিশিষ্ট অভিনেতা পৃথ্বিৰাজ ৰাভাইও চমু ভাষণ প্ৰদান কৰি প্ৰফুল্ল বৰাৰ স্মৃতিচাৰণ কৰে । উদ্বোধনী অনুষ্ঠানত অৱদানৰ সভাপতি বিশিষ্ট নাট পৰিচালক প্ৰমথ দাসে তেজপুৰ চহৰত প্ৰফুল্ল বৰাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এখন পত্ৰৰ জৰিয়তে এটি আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে ভূমি বিচাৰি প্ৰথম দিনটোৰ উদ্বোধনী অনুষ্ঠানতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ হাতত অৰ্পণ কৰাত জিলা আয়ুক্ত গৰাকীয়ে তাৎক্ষণিক ভাৱে তেজপুৰ চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখৰ এটুকুৰা ভূমি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে প্ৰফুল্ল বৰাৰ নামত তেজপুৰ কছাৰী গাওঁ -কুমাৰ গাওঁ হৈ বেছেৰীয়ালৈকে পথছোৱা প্ৰফুল্ল বৰাৰ নামত উচৰ্গা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনোৱাত জিলা আয়ুক্ত গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক তথা দক্ষ অভিনেতা জিতুমণি দেৱচৌধুৰী পৰিচালিত বহু চৰ্চিত তীব্ৰ ব্যংগাত্মক শৈলীৰ ৰাজনৈতিক নাটক গজপুৰীয়া আৰম্ভ হয় । লোকসংগীত, ওজাপালি, লোকবাদ্যৰ প্ৰয়োগেৰে প্ৰকৃত চেটায়াৰ শৈলীৰ নাটকখনৰ জৰিয়তে চৰকাৰ-প্ৰশাসনৰ কেতবোৰ বাস্তৱ চিত্ৰায়ন তীব্ৰ ব্যংগাত্মক শৈলীৰে উপস্হাপন কৰাত প্ৰথম দৃশ্যৰ পৰা শেষলৈকে দৰ্শকৰ বাবে অধিক উপভোগ্য হৈ পৰে । নাটকখনৰ মুখ্য গজপুৰীয়াৰ চৰিত্ৰত বাণ থিয়েটাৰৰ দক্ষ অভিনেতা তিলক চন্দ্ৰ নাথে অতি মনপৰশা অভিনয়ৰে দৰ্শকক মুগ্ধ কৰাৰ লগতে গজপুৰীয়ানীৰ চৰিত্ৰত মুন ডেকাইও যেনেদৰে প্ৰাণস্পৰ্শী অভিনয় কৰে একেদৰে বিশেষ চৰিত্ৰ ৰূপায়ন কৰা বাণ থিয়েটাৰৰ শিল্পী অচ্যুত শৰ্মা, মনোৰঞ্জন মহন্ত, অশ্বিনী বৰা, ৰাজীৱ মহন্ত, মৃগেন চন্দ্র বড়া, উজ্জ্বল শইকীয়া, প্ৰণৱ বৰা, বিপ্লৱ শৰ্মা, কৃষাংগী শইকীয়া আৰু খনিন্দ্ৰ কুমাৰ ডেকাইও অতি সাৱলীল অভিনয়ৰে দৰ্শকক মুগ্ধ কৰে ।

উল্লেখ্য যে বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক তথা জ্যেষ্ঠ নাট্যশিল্পী ভূপেন শৰ্মাই পৰিচালনাৰ ক্ষেত্ৰত মাৰ্গদৰ্শন প্ৰদান কৰা আৰু গৌতম পাঠক আৰু অমিত বড়োৰ লোকবাদ্য সংপৃক্ত সুন্দৰ সংগীত ব্যৱস্থাপনাৰ নাটকখনৰ ওজাপালিৰূপী মূল সূত্ৰধাৰ অৰ্থাৎ মূল পালিৰ চৰিত্ৰত গীতাংশৰ মুখ্য ভূমিকাত পৰিচালক তথা দক্ষ অভিনেতা জিতুমণি দেৱচৌধুৰীয়ে নিজে ৰূপায়ণ কৰাৰ লগতে আন চৰিত্ৰসমূহৰ লগতে পালিৰ চৰিত্ৰত ভূপেন বৰুৱা আৰু কিশোৰ শৰ্মাই অভিনয় কৰে । উজ্জ্বল শইকীয়াৰ সংগীত, দিব্যজ্যোতি নাথৰ ৰূপসজ্জা আৰু তৰুণ নাথৰ লগতে গৌতম কোঁচৰ দৃশ্য সজ্জা আৰু মনোৰঞ্জন মহন্তৰ সহযোগী পৰিচালনাৰে সামগ্ৰীক সফলতা লাভ কৰা নাটকখনৰ বলিষ্ঠ মঞ্চায়নত দৰ্শক আপ্লুত হয় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

You Might Also Like

চতুৰ্থ দিনা ‘১২০ বাহাদুৰ’ৰ উপাৰ্জন হ্ৰাস, ‘মস্তি ৪’ৰো ফলাফল স্তিমিত
ধুৰন্ধৰৰ নতুন গীত ইছক জলাকৰ-কাৰৱা মুক্তি, ইণ্টাৰনেটত ধুমুহা
চাচপেন্সেৰে ভৰা ৰাত আকেলি হেয় ২ৰ টিজাৰ মুকলি
৪৪ বছৰীয়া আইকনিক লুক পুনৰ সৃষ্টি কৰিলে আলিয়া ভাটে
৫ ডিচেম্বৰত মুক্তি পাব মামুটি অভিনীত ছবি ‘কালামকাভাল’

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এছেছ: অষ্ট্ৰেলিয়াৰ প্ৰথম টেষ্টত জয়লাভ, হেডৰ ১২৩ ৰানৰ ধুমুহাময় ইনিংছ
Next Article গুৱাহাটী আৰু কামাখ্যাৰ মাজত ৰেলৱেৰ ভূমি বেদখল কৰাৰ অভিযোগ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?