• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > ‘কান্তৰা অধ্যায় ১’ৰ পৰা গুলচন দেৱাইয়াৰ শক্তিশালী ৰূপ প্ৰকাশ
Entertainment

‘কান্তৰা অধ্যায় ১’ৰ পৰা গুলচন দেৱাইয়াৰ শক্তিশালী ৰূপ প্ৰকাশ

CliQ INDIA
Last updated: August 20, 2025 7:55 am
CliQ INDIA
Share
2 Min Read
SHARE

অৱশেষত বছৰৰ সৰ্ববৃহৎ প্যান ইণ্ডিয়া ছবিখনৰ সৈতে জড়িত এটা ডাঙৰ আপডেট শ্বেয়াৰ কৰিছে ‘কান্তৰা অধ্যায় ১’ৰ নিৰ্মাতাসকলে। তেওঁলোকে মুকলি কৰিছে বলীউডৰ অভিনেতা গুলশান দেৱাইয়াৰ ফাৰ্ষ্ট লুক, য’ত তেওঁক দেখা যাব কুলাশেখৰৰ চৰিত্ৰত। এই ছবিখন ২০২২ চনৰ ব্লকবাষ্টাৰ ছবি ‘কান্তৰা’ৰ প্ৰিক্যুৱেল । ছবিখনৰ ঋষব শ্বেট্টী নিজেই পৰিচালক। এই ঘোষণাৰ পিছত অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে, কিয়নো যোৱাবাৰ সকলোকে মন্ত্ৰমুগ্ধ কৰা ৰহস্যময় পৃথিৱীখনৰ আভাস আকৌ এবাৰ পাবলৈ দৰ্শকে অপেক্ষা কৰি আছে।

‘কান্তৰা অধ্যায় ১’ৰ ৰচনা আৰু পৰিচালনা ঋষব শ্বেট্টীৰ। এইবাৰো ছবিখনত নিজৰ কেন্দ্ৰীয় চৰিত্ৰটোক পৰ্দাত সজীৱ কৰি তোলা দেখা যাব। এই প্ৰিক্যুৱেলে প্ৰথমখন ছবিৰ বিশ্বব্ৰহ্মাণ্ড আৰু অধিক বিস্তাৰ কৰাৰ লগতে দৰ্শকক এক নতুন কাহিনীৰ সৈতে পৰিচয় কৰাই দিব। প্ৰথমখন ছবিয়ে লোককথা, বিশ্বাস আৰু মানৱীয় আৱেগৰ সংমিশ্ৰণেৰে এক অনন্য গল্প কোৱাৰ উপস্থাপন কৰিলেও এই প্ৰিকুৱেলে সেই আখ্যানৰ মূলত উপনীত হৈ গভীৰ আৱেগক উলিয়াই অনাৰ প্ৰতিশ্ৰুতি দিছে।

কুলাশেখৰৰ ৰূপত গুলচন দেৱাইয়াৰ প্ৰথম ৰূপত দৰ্শকৰ কৌতুহল আৰু বাঢ়িছে। এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে তেওঁৰ চৰিত্ৰটোৱে এই বহু প্ৰশংসিত বিশ্বব্ৰহ্মাণ্ডৰ কাহিনীটো কি নতুন দিশলৈ লৈ যাব। ২০২৫ চনৰ ২ অক্টোবৰত এই ছবিখনৰ গ্ৰেণ্ড ৱৰ্ল্ডৱাইড মুক্তিৰ কথা।বিশেষ কথাটো হ’ল এই প্ৰকল্পটো কানাড়া, তেলেগু, হিন্দী, তামিল, মালয়ালম, বাংলা আৰু ইংৰাজীকে ধৰি বহু ভাষাত একেলগে মুক্তি পাব, যাৰ ফলত ইয়াৰ প্ৰসাৰতা আৰু বহল হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচিচিআইয়ে
জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা বিক্ৰম ভট্ট
‘হিৰমণ্ডী’ৰ মল্লিকা জান চৰিত্ৰটো দৰ্শকে ভাল পাইছে, এই চৰিত্ৰটো ৰেখাক বছৰ বছৰ আগতে আগবঢ়োৱা হৈছিল।
আমিৰ খানৰ বহু প্ৰত্যাশিত ছবিখন স্থবিৰ
ভিডিঅ’ত তনুশ্ৰী দত্তই কান্দি কান্দি ক’লে ‘মোক সহায় কৰক’

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপ ২০২৫: মনু ভাকৰৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ
Next Article ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছেঃ জিতিন প্ৰসাদ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?