লামডিঙত পুনৰ ৰেলৱেৰ চোৰাং লোহা সহ দুজন লোকক আটক কৰা হৈছে। কিছুদিন পূৰ্বে লামডিং আৰপিএফৰ চিআইবি দলে চাৰিজন লোকক চোৰাং লোহা সহ আটক কৰিছিল। যোৱা সোমবাৰে সন্ধিয়া ৰেলৱে সুৰক্ষা বাহিনীৰ চিআইবি দলে কাৰ্বি আংলং জিলাৰ বৰলংফাৰত এক অভিযান চলাই এই দুজন লোকক আটক কৰে।
BulletsIn
- লামডিঙত পুনৰ চোৰাং লোহা সহ দুজন লোকক আটক কৰা হৈছে।
- লামডিং আৰপিএফৰ চিআইবি দলে কিছুদিন পূৰ্বে চাৰিজন লোকক আটক কৰিছিল।
- যোৱা সোমবাৰে সন্ধিয়া চিআইবি দলটোৱে কাৰ্বি আংলং জিলাৰ বৰলংফাৰত অভিযান চলায়।
- অভিযানত দুজন লোকক আটক কৰা হৈছে।
- আটোকাধীন লোকসকলৰ নাম আজিবুৰ ৰহমান আৰু ফজৰ আলি।
- আটোকাধীন লোকসকল হোজাই যমুনামুখৰ নিৱাসী।
- চিআইবি দলটোৱে চোৰাং লোহা সৰৱাহ কৰা এখন Tata ACE বাহনো জব্দ কৰিছে।
- জব্দ কৰা বাহনৰ নম্বৰ এএছ ৩১ চি ১১৯২S।
