যোৰহাট, ০৮ জানুৱাৰী (হি.স.): যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণৰ গ্ৰেণেড আৰু টকা যোগানধাৰী দুই ব্যক্তি আটক কৰা হৈছে। ডিমৌৰ পৰা যোৰহাট আৰক্ষীয়ে যোৱাকালি সন্ধিয়া আটক কৰিলে ৰাজপাল গগৈ আৰু বিপ্লৱ বৰুৱা নামৰ লোক দুজনক।
উল্লেখ্য় যে দুই ব্যক্তিয়েই টীয়ক আৰু ৰাজমাইলৈ সৰবৰাহ কৰিছিল দুটা গ্ৰেণেড আৰু মূল অভিযুক্ত বিৰাজ কছাৰীক দিছিল ৫ হাজাৰ টকা।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
