
নগাঁও, ২৩ জুন (হি.স.)। নগাঁৱৰ কঠিয়াতলী শৃঙ্গাৰা পট্টিত ড্ৰাগছ সহ এজনক আটক কৰা হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে ৷
ধৃত লোকজনৰ নাম চাহিদ উল্লাহ বুলি জানিব পৰা গৈছে ৷ দীৰ্ঘদিন ড্ৰাগছ সৰবৰাহ কৰি আহিছিল সৰবৰাহকাৰীটোৱে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
