দৰং, ২০ ডিছেম্বৰ (হি স)। দৰং জিলাৰ ছিপাঝাৰৰ বুঢ়াস্থিত বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰি ঘটনা সংঘটিত হৈছে। নিশা বিদ্যালয় খনত চোৰে লুটি নিয়ে বিদ্যালয়ৰ খনৰ কেইবাটাও কম্পিউটাৰ বেটাৰী চাউণ্ড ছেট আৰু পানসিং মেচিন খেলৰ সামগ্ৰী নগদ ধন।
ইফালে চোলে ধ্বংস কৰে বিদ্যালয় খনৰ বহু আচবাব। বিদ্যালয় খনত দুৱাৰ ভাঙি চোৰে প্ৰৱেশ কৰে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
