• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > ষ্টক মাৰ্কেটত আৰম্ভণিৰ ব্যৱসায়ত উত্থান, চেন্সেক্স আৰু নিফ্টী উৰ্ধগামী
Business

ষ্টক মাৰ্কেটত আৰম্ভণিৰ ব্যৱসায়ত উত্থান, চেন্সেক্স আৰু নিফ্টী উৰ্ধগামী

CliQ INDIA
Last updated: October 15, 2025 4:50 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। আজিৰ আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত ঘৰুৱা শ্বেয়াৰ বজাৰত এক শক্তিশালী ধাৰা বজাই ৰখা দেখা গৈছে। আজিৰ ট্ৰেডিংও লাভৰ সৈতে আৰম্ভ হৈছিল। বজাৰখন খোলাৰ লগে লগে ক্ৰেতাই প্ৰচুৰ পৰিমাণে ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকৰ গতি বৃদ্ধি পালে। কিন্তু প্ৰথম ১৫ মিনিটৰ পিছত বিক্ৰীৰ চাপ বাঢ়িলে আৰু দুয়োটা সূচকাংক কিছু হ্ৰাস পালে। পুৱা ১০ বজালৈকে চেন্সেক্সৰ ব্যৱসায় ০.২৪ শতাংশ আৰু নিফ্টীৰ ০.৩০ শতাংশ বৃদ্ধিৰে ব্যৱসায় চলি আছিল।

শ্বেয়াৰ বজাৰৰ হেভিৱেট কোম্পানীসমূহৰ ভিতৰত জিঅ’ ফাইনেন্সিয়েল, বাজাজ ফিনচাৰ্ভ, এছিয়ান পেইণ্টছ, এছবিআই লাইফ ইনশ্বুৰেন্স, আৰু এনটিপিচিয়ে ১.৩৬ শতাংশৰ পৰা ১.১১ শতাংশলৈকে লাভৰ সৈতে ব্যৱসায় কৰিছিল। আনহাতে, টেক মহিন্দ্ৰা, ইনফ’ছিছ, এক্সিছ বেংক, এইচচিএল টেকন’লজিছ, আৰু টাইটান কোম্পানীৰ শ্বেয়াৰ ১.৪৪ শতাংশৰ পৰা ০.৪৫ শতাংশলৈকে হ্ৰাস পাই ব্যৱসায় চলি আছিল।

এই পৰ্যন্ত ২,২৪০ টা ষ্টকে শ্বেয়াৰ বজাৰত সক্ৰিয়ভাৱে ব্যৱসায় কৰি আছিল। ইয়াৰে ১৪০৪টা ষ্টকে সেউজীয়া ৰঙত ব্যৱসায় কৰি লাভৰ সূচনা কৰাৰ বিপৰীতে ৮৩৬টা ষ্টকে ৰঙা ৰঙৰ ব্যৱসায় কৰি লোকচান লাভ কৰিছিল। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা ষ্টকৰ ভিতৰত ২৪টা ষ্টকে ক্ৰয় সমৰ্থনৰ সৈতে গ্ৰীণত ব্যৱসায় কৰিছিল। আনহাতে, বিক্ৰীৰ চাপৰ বাবে ৬ টা ৰঙা ৰঙৰ ট্ৰেডিং কৰি আছিল। নিফটিত অন্তৰ্ভুক্ত কৰা ৫০টা ষ্টকৰ ভিতৰত ৪৩টা ষ্টকে সেউজীয়া আৰু ৭টা ৰঙা ৰঙৰ ব্যৱসায় কৰিছিল।

আজি বিএছই চেন্সেক্সে ১৬৭.২৭ পইণ্ট বৃদ্ধিৰে ৮২,১৯৭.২৫ পইণ্টত মুকলি কৰে। বজাৰ মুকলি হোৱাৰ লগে লগে প্ৰথম ১৫ মিনিটৰ ভিতৰতে সূচকাংকটো জপিয়াই পৰে ৮২,৪১২.৪৭ পইণ্টলৈ, যিটো ক্ৰয়ৰ দ্বাৰা সমৰ্থিত হয়। ইয়াৰ পিছত লাভ-বুকিং আৰম্ভ হ’ল, সূচকাংকৰ গতি সামান্য হ্ৰাস পালে। ক্ৰয়-বিক্ৰয় অব্যাহত থকাৰ মাজতে চেন্সেক্সে ১৯৬.১১ পইণ্ট জপিয়াই পুৱা ১০ বজাৰ ভিতৰত ৮২,২২৬.০৯ পইণ্টত ব্যৱসায় কৰে।

চেন্সেক্সৰ দৰেই আজি এন এছ ই নিফটিয়েও ৩৬.৪৫ পইণ্ট জপিয়াই ২৫,১৮১.৯৫ পইণ্টত ব্যৱসায় আৰম্ভ কৰে। ক্ৰয়ৰ দ্বাৰা সমৰ্থিত বজাৰখন মুকলি হোৱাৰ লগে লগে কম সময়ৰ ভিতৰতে সূচকাংক ২৫,২৬৭.৯৫ত উপনীত হয়। প্ৰথম ১৫ মিনিটৰ ব্যৱসায়ৰ পিছত বজাৰত সামান্য বিক্ৰীৰ চাপ দেখা গৈছিল, যাৰ ফলত সূচকাংকৰ গতি হ্ৰাস পাইছিল। বজাৰত অবিৰত ক্ৰয়-বিক্ৰয়ৰ মাজতে পুৱা ১০ বজালৈকে ব্যৱসায়ৰ পিছত নিফটিয়ে ৭৫.৫৫ পইণ্ট বৃদ্ধিৰে ২৫,২২১.০৫ পইণ্টৰ স্তৰত ব্যৱসায় কৰিছিল।

ইয়াৰ পূৰ্বে মঙলবাৰে পূৰ্বৰ ব্যৱসায়িক দিনটোত চেন্সেক্সে ২৯৭.০৭ পইণ্ট অৰ্থাৎ ০.৩৬ শতাংশ লোকচানৰ সৈতে ৮২,০২৯.৯৮ পইণ্টৰ স্তৰত বন্ধ হৈছিল। আনহাতে নিফটিয়ে মঙলবাৰে৮১.৮৫ পইণ্ট অৰ্থাৎ ০.৩২ শতাংশ হ্ৰাস পাই ২৫,১৪৫.৫০ পইণ্টৰ স্তৰত ব্যৱসায়ৰ অন্ত পেলাইছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিশ্বব্যাপী বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াত মিশ্ৰিত ব্যৱসায় | BulletsIn
আৰম্ভণিৰ ব্যৱসায়ত ষ্টক মাৰ্কেট উৰ্ধমুখী, চেন্সেক্স ৮১ হাজাৰ পইণ্ট অতিক্ৰম | BulletsIn
দেশত পেট্ৰ’ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৮২ ডলাৰৰ ওচৰত
মালদ্বীপ তাদেৱ পৰিমাণত ৰুফিয়াত মুদ্ৰাত আমদানী প্ৰদান কৰিছে আৰু এতিয়া ভাৰতলৈ সম্পৰ্কত আলোচনা চলি আছে
বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী ৩ মাহৰ পাছত ঘৰুৱা ষ্টক বজাৰত ক্ৰেতা হিচাপে প্ৰত্য়াৱৰ্তন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্ৰীৰামপুৰত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক
Next Article সুশিলা কাৰ্কি চৰকাৰ গঠন আৰু সংসদ ভংগৰ বিৰুদ্ধে নেপালত দাখিল ১০খন আবেদন; আজি নিৰ্ধাৰণ কৰা হ’ব শুনানিৰ তাৰিখ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?