• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > শীৰ্ষ স্তৰৰ পৰা পিছলিল ৰূপৰ মূল্য, চেন্নাই আৰু হায়দৰাবাদত এসপ্তাহৰ ভিতৰতে ১৭ হাজাৰ টকা হ্ৰাস
Business

শীৰ্ষ স্তৰৰ পৰা পিছলিল ৰূপৰ মূল্য, চেন্নাই আৰু হায়দৰাবাদত এসপ্তাহৰ ভিতৰতে ১৭ হাজাৰ টকা হ্ৰাস

CliQ INDIA
Last updated: October 20, 2025 11:05 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। ধাৰাবাহিকভাৱে অলংকাৰ বজাৰত শক্তিৰ নতুন অভিলেখ গঢ়ি তোলাৰ পিছত এতিয়া ৰূপৰ মূল্য হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। যোৱা এসপ্তাহত ৰূপৰ মূল্য গড়ে প্ৰতি কিলোগ্ৰামত ₹৮,০০০ তকৈ অধিক হ্ৰাস পাইছে। চেন্নাই আৰু হায়দৰাবাদত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১৭ হাজাৰ ₹ হ্ৰাস পাইছে। ১৫ অক্টোবৰত হায়দৰাবাদ আৰু চেন্নাইত ৰূপৰ দাম তীব্ৰভাৱে জঁপিয়াই প্ৰতি কিলোগ্ৰাম ₹২০৭,০০০ হয় যদিও বৰ্তমান প্ৰতি কিলোগ্ৰাম ₹১৯০,০০০ লৈ হ্ৰাস পাইছে।

দিল্লীত আজি ৰূপৰ মূল্য ₹১৭১,৯০০ প্ৰতি কিলোগ্ৰামত উপনীত হয়। একেদৰে মুম্বাই, আহমেদাবাদ, কলকাতা, জয়পুৰ, চুৰাট, আৰু পুনেত ৰূপৰ মূল্য ₹১৭১,৯০০ প্ৰতি কিলোগ্ৰামত আছে। ইফালে বেংগালুৰুত ৰূপৰ মূল্য ₹১,৭৯,৯০০, চেন্নাই আৰু হায়দৰাবাদত ৰূপৰ মূল্য ₹১,৮৯,৯০০ হৈছেগৈ।

অলংকাৰ বজাৰ বিশেষজ্ঞ মায়ংক মোহনে কয় যে বিশ্ব অৰ্থনীতিৰ চলি থকা উঠা-নমা, লণ্ডন আন্তঃৰাষ্ট্ৰীয় ৰূপৰ বজাৰত ৰূপৰ যোগানৰ নাটনি আৰু ঔদ্যোগিক চাহিদা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰূপৰ মূল্য প্ৰতি আউন্সত প্ৰায় ৬০ ডলাৰ হৈছেগৈ। ইফালে ঘৰুৱা বুলিয়ন বজাৰত উৎসৱৰ বতৰৰ প্ৰবল চাহিদাইও ৰূপৰ মূল্যত যথেষ্ট সহায় আগবঢ়াইছিল। তদুপৰি সোণৰ মূল্য তীব্ৰ বৃদ্ধিৰ বাবে এই বছৰ ক্ষুদ্ৰ বিনিয়োগকাৰীয়ে সোণতকৈ ৰূপত তুলনামূলকভাৱে অধিক বিনিয়োগ কৰিছে। কেৱল ৰূপৰ মুদ্ৰা বিবেচনা কৰিলে বছৰৰ পিছত বছৰ ধৰি ৰূপৰ মুদ্ৰাৰ বিক্ৰী প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে, যাৰ ফলত ৰূপৰ মূল্যৰ উৰ্ধমুখী ধাৰা অব্যাহত ৰখাত অৰিহণা যোগাইছে।

মায়ংক মোহনৰ মতে, আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বুলিয়ন বজাৰ দুয়োটাতে ৰূপৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত যোৱা সপ্তাহত যথেষ্ট লাভৰ বুকিং হৈছিল। তদুপৰি বিগত দুসপ্তাহ ধৰি চলি থকা লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় ৰূপৰ বজাৰত যোগানৰ নাটনি এতিয়া বহুলাংশে ৰোধ কৰা হৈছে। লাভ-বুকিং আৰু নিয়ন্ত্ৰিত যোগানৰ অৱস্থাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰূপৰ মূল্য এই সপ্তাহত প্ৰায় ৬ শতাংশ হ্ৰাস পাইছে, যিটো ছমাহৰ ভিতৰত সাপ্তাহিকভাৱে সৰ্বাধিক হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় মূল্যৰ যথেষ্ট হ্ৰাস আৰু ঘৰুৱা বুলিয়ন বজাৰত উৎসৱৰ বতৰত ক্ৰয়ৰ কাম সম্পূৰ্ণ হোৱাৰ ওচৰ চাপি অহাৰ ফলত স্থানীয় বজাৰত ৰূপৰ মূল্য যথেষ্ট হ্ৰাস পাইছে।

একেদৰে টিভিএন ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ তৰ্কেশ্বৰ নাথ বৈষ্ণৱে কয় যে ৰূপৰ মূল্যৰ তীব্ৰ বৃদ্ধি আৰু তাৰ পিছত হোৱা তীব্ৰ হ্ৰাসৰ মূল কাৰণ হৈছে লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় ৰূপৰ বজাৰত হোৱা তীব্ৰ উঠা-নমা। যোগানৰ নাটনিৰ বাবে ৯ অক্টোবৰত লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় ৰূপৰ বজাৰত সংকটৰ সৃষ্টি হৈছিল, যাৰ ফলত হঠাতে ৰূপৰ উপলব্ধতাৰ সংকটৰ সৃষ্টি হৈছিল। চাহিদাৰ তুলনাত ৰূপৰ ক্ৰেতাৰ সংখ্যা আৰু যোগান যথেষ্ট হ্ৰাস পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ৰূপৰ বজাৰত আতংকৰ সৃষ্টি হয়। ইয়াৰ ফলত হঠাতে ৰূপৰ দৰ বৃদ্ধি পালে, আনহাতে আনহাতে, ৰূপ বিক্ৰী কৰি অহা যোগানকাৰীসকলে পিছুৱাই গ’ল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় ৰূপৰ বজাৰত ব্যৱসায় প্ৰায় বন্ধ হৈ পৰে আৰু ৰূপৰ মূল্য সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হয়। এই সংকটৰ সময়ছোৱাত বিশ্বজুৰি ৰূপৰ যথেষ্ট উত্থান ঘটিছিল যদিও এতিয়া সেই সংকটৰ সময়ছোৱা শেষ হ’বলৈ আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ৰূপৰ বজাৰত যোগানৰ পৰিস্থিতি উন্নত হ’বলৈ আৰম্ভ কৰিছে, যাৰ ফলত এই চিকচিকিয়া ধাতুৰ মূল্য হ্ৰাস পাইছে। এই হ্ৰাসৰ পোনপটীয়া প্ৰতিফলন ভাৰতৰ বুলিয়ন বজাৰতো দেখা গৈছে, য’ত মাত্ৰ এসপ্তাহতে ৰূপৰ মূল্য ₹৮,০০০ৰ পৰা ₹১৭,০০০ লৈ হ্ৰাস পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আগষ্ট মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ ৬.৫ শতাংশ বৃদ্ধি পাই ১.৮৬ লাখ কোটি টকা
শ্বেয়াৰ বজাৰৰ আগতীয়া ব্যৱসায় উত্থান, চেন্সেক্স আৰু নিফ্টি উৰ্ধমুখী
আৰম্ভণিৰ ব্যৱসায়ত শ্বেয়াৰ বজাৰত পুনৰুদ্ধাৰৰ ধাৰা, চেন্সেক্স আৰু নিফটিয়ে হ্ৰাসৰ পিছত সেউজ নিৰ্দিষ্ট স্থানত উপনীত
মালদ্বীপ তাদেৱ পৰিমাণত ৰুফিয়াত মুদ্ৰাত আমদানী প্ৰদান কৰিছে আৰু এতিয়া ভাৰতলৈ সম্পৰ্কত আলোচনা চলি আছে
আই পি অ’ বিনিয়োগকাৰীক হতাশ কৰিলে জে ডি কেবলছ, শক্তিশালী তালিকাভুক্ত হোৱাৰ পিছত অৱনমন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সংগীত জগতত পুনৰ উজলিল দিলজিৎ দোসাঞ্জ, চাৰ্মৰৰ জৰিয়তে বিয়পাইছে যাদু
Next Article চলিত বৰ্ষৰ প্ৰথম তিনিটা ত্ৰৈমাসিকত চীনৰ জিডিপি বছৰৰ পিছত বছৰ ধৰি ৫.২ শতাংশ বৃদ্ধি, প্ৰত্যাহ্বান অব্য়াহত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?